Khanapara:
সোমবাৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ স্বাস্থ্যখণ্ডত ৩,৪২০ গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ ৷ অনুষ্ঠানত মন্ত্ৰীদ্ব অশোক সিংহল আৰু প্ৰশান্ত ফুকন সহ বহু কেই গৰাকী বিধায়ক সহ জ্যেষ্ঠ আমোলা উপস্থিত থাকে
ADVERTISEMENT
উল্লেখ্য যে,নিযুক্তি পোৱা ৩,৪২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ত ১৪০৩ গৰাকীক,স্বাস্থ্য সেৱা সঞ্চালকালয়ত ৮২৮ গৰাকী কাৰিকৰী প্রার্থীক,স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ)ত ৫৯২ গৰাকীক,আয়ুস সঞ্চালকালয়ত ২ গৰাকী প্ৰাৰ্থী।




































