Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি

    সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

    Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

    Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আৰাৱলীৰ ধ্বংসযজ্ঞত ৰাজনীতিক-আমোলা-নির্মাণ ব্যৱসায়ীৰ অশুভ চক্র

publisher by publisher
December 27, 2025
in India, News
Reading Time: 1 min read
0
আৰাৱলীৰ ধ্বংসযজ্ঞত ৰাজনীতিক-আমোলা-নির্মাণ ব্যৱসায়ীৰ অশুভ চক্র
3
SHARES
27
VIEWS
ShareShareShareShare

Aravali Range:✒️আৰাৱলী পৰ্বতৰ ‘নতুন সংজ্ঞা’ই সম্প্রতি সমগ্র দেশতে ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। অথচ দিল্লীৰ ‘সেইজ হাওঁফাওঁ’ৰূপে পৰিচিত এই পর্বতমালাক ভিতৰৰ পৰা ফোপোলা কৰি অনাৰ অপচেষ্টা বিগত কিছু বছৰৰ পৰাই অব্যাহত আছে।

ADVERTISEMENT

আৰাৱলীৰ এটা উল্লেখযোগ্য অংশ হাৰিয়ানাৰ অন্তৰ্গত। বছৰৰ পাছত বছৰ ধৰি ইখনৰ পাছত সিখন চৰকাৰে ইয়াৰ বিশাল অঞ্চল নির্মাণ আৰু ক’র্পোৰেট সংস্থাসমূহৰ হাতত তুলি দিয়াৰ চেষ্টা কৰি আহিছে। ইয়াৰ নেপথ্যত আছে ৰাজনীতিবিদ, আমোলা আৰু আবাসন ব্যৱসায়ীসকলৰ এক অশুভ চক্র।

RelatedPosts

No Content Available

আচলতে জলবায়ু কৰ্মীসকলৰ হস্তক্ষেপ আৰু আদালতৰ নিৰ্দেশ নথকা হ’লে ইমানদিনে দিল্লী আৰু ফৰিদাবাদৰ পৰা গুৰুগ্রাম পর্যন্ত আৰাৱলী পর্বতমালাক ওখ ওখ বহুমহলীয়া ভরনে ছানি ধৰিলেহেঁতেন। হাৰিয়ানাত যি দলেই ক্ষমতাত নাথাকক কিয়, চৰকাৰসমূহে আৰাবলীক বনভূমিৰ আইনী সংজ্ঞাৰ পৰা বাদ দিয়াৰ চেষ্টা কৰি আহিছে।

২০১৭ত হাৰিয়ানা চৰকাৰে এনচিআৰ প্লেনিং ব’ৰ্ডক ফৰিদাবাদৰ ১৭হেজাৰ একৰ ভূমিক ‘বনভূমি’ৰ তালিকাৰ পৰা বাদ দিয়াৰ প্ৰস্তাৱ দিয়ে। সেই বছৰৰ ডিচেম্বৰত ব’ৰ্ডে এই প্রস্তার প্রত্যাখ্যান কৰি জনায় যে আৰাৱলী বনভূমিৰ সীমা নিৰ্ধাৰণ তেওঁলোকৰ সিদ্ধান্ত আৰু পৰিৱেশ মন্ত্রণালয়ে জাৰি কৰা বিজ্ঞপ্তিৰ ভিত্তিতেই কৰা হ’ব।

সম্প্রতি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ দ্বাৰা প্ৰস্তাৱিত এক নতুন সংজ্ঞা গ্রহণ কৰাৰ পাছত আৰাৱলী চর্চাত আছে। নতুন সংজ্ঞা অনুসৰি, স্থানীয় ভূখণ্ডৰ পৰা এশ মিটাৰ ওখ পাহাৰসমূহকহে কেৱল ‘আৰাৱলী পাহাৰ ৰূপে গণ্য কৰা হ’ব। ইয়াৰ ফলত সেই অঞ্চলৰ ৯০ শতাংশ জুৰি ব্যাপক খনিজ উত্তোলনৰ আশংকা সৃষ্টি হৈছে। যদিও কেন্দ্রই এই অভিযোগ অস্বীকাৰ কৰিছে। অতীতত হাৰিয়ানা চৰকাৰে কোনো তদাৰকী অবিহনেই আৰাৱলী অঞ্চলৰ ভূমি বিলাই দিয়াৰ চেষ্টা চলোৱাৰ একাধিক ঘটনা ঘটিছিল।

আৰাৱলীৰ ভূমি ডিআৰডিঅ’ক বিক্রী ২০০৪ত ডিআৰডিঅ’ই এটা শাখা নিৰ্মাণৰ বাবে আৰাৱলীৰ সাতশ একৰ ভূমি ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। পাছত ২০০৫ব আগষ্টত তেওঁলোকে ভূমিৰ চাহিদা বৃদ্ধি কৰি ১,১০০ একৰ কৰে। অৱশ্যে সেই বছৰৰে নৱেম্বৰত বন সংৰক্ষকে ডিআৰডিঅ’ক জনায় যে সেই অঞ্চল পঞ্জাব ভূমি সংৰক্ষণ আইন অনুসৰি ‘বনভূমি’ আৰু তাত অন্যান্য কার্যকলাপৰ বাবে উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ প্রয়োজন হ’ব।

২০০৭ৰ মে’ত ডিআৰডিঅ’ই তেওঁলোকৰ ভূমিৰ চাহিদা কমাই ৪০৭ একৰ কৰে। সেই বছৰতে ফৰিদাবাদ পৌৰসভাই ভূমি আবণ্টনৰ অনুমোদন দিয়ে। বন বিভাগৰ অনুমতি পত্ৰ বিচাৰাধীন হৈ থকা সত্ত্বেও ডিআৰডিঅ’ই ২০০৮ৰ এপ্ৰিলত তিনিটা কিস্তিত হাৰিয়ানা চৰকাৰক ৭৩.২৬ কোটি টকা প্রদান কৰি ভূমিৰ দখল লয়।

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কেন্দ্রীয় ক্ষমতাপ্রাপ্ত কমিটী (চিইচি) য়ে নিৰ্মাণৰ অনুমতি প্রদান নকৰিলে। পাছত কম্পট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল (চিএজি)-এ এই ‘অবিবেচনামূলক’ সিদ্ধান্তৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্রণালয়ক তিৰস্কাৰ কৰে।

হুডা চৰকাৰৰ বিতর্কিত পৰিকল্পনা ফৰিদাবাদ আৰু গুৰুগ্ৰামৰ মাজত আৰাৱলী পৰ্বতমালাৰ কোলাত অৱস্থিত এখন মনোৰম গাঁও মাংগাৰ। ২০০৭ৰ জুনত তৎকালীন ভূপিন্দাৰ হুডা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এটা ডাচ্চ কোম্পানীক মাংগাৰত পাঁচশ একৰ ভূমিত এখন টেকন’ল’জি পার্ক নিৰ্মাণৰ অনুমতি দিয়াৰ পৰিকল্পনাত অনুমোদন জনায়। অৱশ্যে পৰিৱেশগত উদ্বেগৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰে প্রকল্পটো বন্ধ কৰি দিয়ে। তৎসত্ত্বেও হুডা চৰকাৰে ২০১২ত ‘মাংগাৰ উন্নয়ন পৰিকল্পনা ২০৩১’ প্রস্তুত কৰে।

এই পৰিকল্পনাটোত মাংগাৰৰ সংলগ্ন ২৩খন গাঁওজুৰি ১০,৪২৬ বেক্টৰ অঞ্চলক অন্তর্ভুক্ত কৰা হৈছিল। অৱশ্যে পৰিৱেশ কর্মীসকলৰ প্ৰতিবাদ আৰু আৰাৱলীৰ অপূৰণীয় ক্ষতি হ’ব বুলি এনচিআৰ প্লেনিং ব’র্ডে এই পৰিকল্পনাত অনুমোদন দিবলৈ অস্বীকাৰ কৰে। কেৱল কংগ্ৰেছেই নহয়, বিজেপি চৰকাৰেও আৰাৱলী পর্বতমালাত বিতর্কিত পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ সংশোধনী স্থগিত মনোহৰ লাল খট্টৰ চৰকাৰৰ অধীনত হাৰিয়ানা বিধানসভাই ২০১৯ৰ ২৭ ফেব্ৰুৱাৰীত পঞ্জাব ভূমি সংৰক্ষণ (হাৰিয়ানা সংশোধনী) বিল (পিএলপিএ) গৃহীত কৰে। এই পৰিৱৰ্তনৰ ফলত আৰাৱলী পৰ্বতমালাৰ প্ৰায় ৬০ হেজাৰ একৰ ভূমি আবাসন আৰু খনিজ উত্তোলনৰ বাবে উন্মুক্ত হ’লহেঁতেন। অৱশ্যে উচ্চতম ন্যায়ালয়ে ইয়াত বাধা দিয়ে আৰু সংশোধনটো স্থগিত ৰাখে।

এই সংশোধনীৰ মাধ্যমেৰে আৰাৱলীৰ বিশাল অঞ্চলক সংৰক্ষিত অঞ্চলৰ মৰ্যাদাৰ পৰা বাদ দিয়াৰ চেষ্টা কৰা হৈছিল। যাৰ ফলত অবাধ নির্মাণ আৰু খনিজ উত্তোলনৰ পথ মুকলি হৈ পৰিলহেঁতেন। উচ্চতম ন্যায়ালয়ে হাৰিয়ানা চৰকাৰক তীব্র সমালোচনা কৰি কৈছিল যে তেওঁলোকে ‘বন ধ্বংস কৰিব নোৱাৰে’। শীর্ষ আদালতে স্পষ্ট কৰি দিছিল যে ‘পিএলপিএ’ৰ আওতাভুক্ত ভূমিক ‘বনভূমি’ৰূপেই গণ্য কৰিব লাগিব।

এইদৰেই বছৰৰ পাছত বছৰ ধৰি এই সময়োপযোগী হস্তক্ষেপসমূহে এই পর্যন্ত আৰাৱলী পর্বতমালাক ব্যাপক ধ্বংসযজ্ঞ তথা লেকামহীন খনিজ উত্তোলনৰ হাতৰ পৰা ৰক্ষা কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aravali Range
publisher

publisher

Related Posts

দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি
News

May 2, 2026
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
News

সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

May 2, 2026
Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক
News

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
world

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
News

Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
News

Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d