Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

খানাপাৰাত জ্যোতি বিষ্ণু আন্ত:জাৰ্তিক প্ৰেক্ষাগৃহ উদ্বোধন, গুৱাহাটী আৰক্ষী আয়ুক্তৰ নৱ নিৰ্মিত কাৰ্যালয়ৰো উদ্বোধন গৃহমন্ত্ৰী শ্বাহৰ

publisher by publisher
December 29, 2025
in Uncategorized
Reading Time: 1 min read
0
Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ
2
SHARES
17
VIEWS
ShareShareShareShare

Amit Shah:

পুৱাতে বিএছএফৰ বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয়বিমান বন্দৰত অৱতৰণ কৰা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বিমান বন্দৰৰ পৰাই বিএছএফৰ হেলিকপ্তাৰেৰে ৰাওনা হয় বটদ্ৰৱালৈ ৷ বটদ্ৰৱা থানৰ ১৬৫ বিঘা মাটিত ২২৭ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৱিভাৰ্ৱ ক্ষেত্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি গৃহমন্ত্ৰী গৰাকীয়ে বিশাল সভাত অংশ লৈ হেলিকপ্তাৰেৰে বিয়লি উপস্থিত হয় খানাপাৰাত ৷ তাৰ পৰা পোনে পোনে ৰাওনা হয় পশ্চিম বৰা গাঁৱত ৰাজ্য চৰকাৰে ৮৬০ জন শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰকত উপস্থিত হৈ ছহিদলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে চৌহদ পৰিদৰ্শন কৰে ৷

ADVERTISEMENT

WhatsApp Image 2025 12 29 at 4.39.52 PM 1WhatsApp Image 2025 12 29 at 4.39.52 PMইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী উপস্থিত হয় খানাপাৰাত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা জ্যোতি বিষ্ণু আন্ত:জাৰ্তিক প্ৰেক্ষাগৃহত ৷ শ্বাহে ১১০০০ বৰ্গ মিটাৰ অঞ্চলজুৰি আগুৰি থকা আটকধুনীয়া পাঁচশ আসন যুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহটি উদ্বোধন কৰে জ্যোতি-বিষ্ণুৰ গীতৰ তালত ছন্দায়িত হ’ব নানৰঙী জলধাৰা। প্ৰেক্ষাগৃহৰ চৌহদত আছে ৪খন ফুড ক’র্ট। একেদৰে প্রেক্ষাগৃহত আছে ৪৫০খন গাড়ী পাৰ্কিঙৰ সুবিধা।অত্যাধুনিক দৃশ্য-শ্রাব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনি, বৃহৎ পৰিসৰত সৌৰ পেনেল স্থাপনেৰে শূন্য বিদ্যুৎ ব্যৱহাৰৰ পৰিকল্পনা i আটকধুনীয়াকৈ সাজি উলিয়াইছে মিউজিকেল ফাউণ্টেইন। উল্লেখ্য যে আজি উদ্বোধন হোৱা জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহটো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ প্রেক্ষাগৃহ হিচাপে বিবেচিত হৈছে।

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

WhatsApp Image 2025 12 29 at 4.39.53 PM 1 1আনহাতে গৃহমন্ত্ৰী গৰাকী জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহটি উদ্বোধন কৰিয়ে নাতি দূৰতে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ নৱনিৰ্মীত কাৰ্যালয় উদ্বোধন কৰাৰ লগতে স্বয়ংচালিত নগৰ নিৰীক্ষণ কেন্দ্ৰটো মুকলি কৰে । ১১০.৯৮ কোটি টকা ব্যয়েৰে ৮ মহলীয়া কার্যালয়টো  নিৰ্মাণ কৰা হৈছে কার্যালয়টো।ভৱনটোৰ বৈশিষ্টসমূহ আৰক্ষীৰ সকলো শাখা সংযুক্ত কার্যালয়,৪০০ গৰাকী আৰক্ষী বিষয়াৰ বাবে সুব্যৱস্থা,একত্ৰিত প্ৰমাণীকৰণ শাখা,আৰক্ষীৰ গ্ৰন্থাগাৰ আৰু আৰ্কাইড I

WhatsApp Image 2025 12 29 at 5.19.12 PMএই আটাইকেইটা অনুষ্ঠানতে গৃহমন্ত্ৰী গৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সহ বহু কেই গৰাকী গণমান্য ব্যাক্তিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaGuwahati CP Office New BhawanHome Minister Amit ShahinaugrationJyoti-Bishnu International AuditoriumUnion Minister Sarbananda Sonowalwest boragaon Sahid Smarak Khetra
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d