Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Funeral will be held with national dignity:আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰদেহ

আজি বিয়লি ৩ বজাত শিলচৰ শ্মশান ঘাটত হ'ব বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ অন্তেষ্টিক্রিয়া

publisher by publisher
January 8, 2026
in Assam
Reading Time: 1 min read
0
Funeral will be held with national dignity:আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰদেহ
1
SHARES
10
VIEWS
ShareShareShareShare

Funeral will be held with national dignity:

ভাৰতীয় জনতা পার্টি (বিজেপি)ৰ অন্যতম বর্ষীয়ান নেতা আৰু দলটোৰ উত্তৰ – পূবৰ পিতামহ স্বৰূপ কবীন্দ্ৰ পুৰকায়স্থৰ বুধবাৰে শিলচৰ হাস্পতালত দেহাৱসান ঘটে। বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ পৰলোকপ্ৰাপ্তিত শোকাহত হৈ পৰে বৰাক সহ বিজেপিৰ নেতা- কৰ্মীৰ মাজত । পুৰকায়স্থৰ একমাত্র পুত্ৰ ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ বুধবাৰে জৰুৰী কাৰণত কলকাতাত আছিল। তেওঁ জনায় যে পিতৃৰ নম্বৰদেহ নিশাটো শিলচৰ চিকিৎসা মহাবিদ্যালয়তে ৰখা হ’ব। আজি পুৱা ৯.৩০ বজাত নশ্বৰদেহ ঘৰলৈ নিয়া হয়। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ শিলচৰ জিলা ক্রীড়া সন্থাৰ খেলপথাৰত নশ্বৰদেহ ৰাজহুৱা শ্রদ্ধাঞ্জলিৰ বাবে ৰখা হয়।

ADVERTISEMENT

WhatsApp Image 2026 01 08 at 1.00.07 PMইয়াৰ পিছত বিয়লি ৩ বজাত কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰদেহ নিয়া হ’ব শিলচৰ শ্মশান ঘাটলৈ ৷তাত সম্পূৰ্ণভাৱে বৈদিক ৰীতিনীতি অনুসৰি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব । ইতিমধ্যে কাছাৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সকলো দিশ তদাৰক কৰিছে ৷

RelatedPosts

Guwahati: পঞ্চভূতত বিলীন বাঁহীৰ যাদুকৰ দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ

Funeral of IPS officer Shiladitya Chetia will be held Today:আজি অন্তোষ্টিক্ৰিয়া সম্পন্ন হ’ব আই পিএছ বিষয়া শিলাদিত্য চেতিয়াৰ নশ্বৰদেহ

Shiladitya Chetia:আজিহে নিশ্চিত হ’ব আইপিএছ শিলাদিত্য চেতিয়াৰ শেষকৃত্যৰ সময়

উল্লেখ্য যে দীর্ঘদিনৰ পৰা অসুস্থ হৈ থকা পুৰকায়স্থক শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খনত ভর্তি কৰা হৈছিল। তেওঁৰ চিকিৎসাৰ বাবে চিকিৎসকৰ এটা বিশেষ দলো গঠন কৰা হৈছিল। তৎসত্ত্বেও বার্ধক্যজনিত কাৰণত শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা দ্রুত গতিত অৱনতি হয়। বুধবাৰে দুপৰীয়াৰ পৰা তেওঁৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰে। ফলত চিকিৎসকে কৃত্রিম উপায়েৰে উশাহ-নিশাহৰ ব্যৱস্থা কৰে যদিও সন্ধিয়া পাঁচ বাজি ছয় ছেকেণ্ডত শেষ নিশ্বাস ত্যাগ কৰে। পুৰকায়স্থৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৫ বছৰ। তেওঁৰ বিয়োগৰ লগে লগে কেৱল বিজেপিৰে নহয়, অসমৰ ৰাজনৈতিক ইতিহাসৰো এটা উল্লেখযোগ্য স্তম্ভ যেন চিৰদিনলৈ খহি পৰিল। পুৰকায়স্থৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে চিকিৎসা মহাবিদ্যালয়খনত বিজেপিৰ বহু নেতা-কর্মীৰ লগতে শুভাকাংক্ষী বহু লোকে ভিৰ কৰে। অসম চৰকাৰৰ মন্ত্রী কৌশিক ৰা, চিকিৎসালয়খনত উপস্থিত হয়। মন্ত্রী ৰায়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ অন্যতম প্রতিষ্ঠাতা কবীন্দ্ৰ পূৰকায়স্থৰ বিয়োগ এক গভীৰ শোকৰ বাৰ্তা। তেওঁৰ মৃত্যুত বিজেপিয়ে এজন অভিভাৱকক হেৰুৱালে। প্রয়াত নেতাজনৰ নেতৃত্ব আৰু দিক্ নির্দেশনাতে বিজেপিৰ হৈ কাম কৰিবলৈ সুযোগ লাভ কৰা বুলিও বাইয়ে সোঁৱৰণ কৰে।

WhatsApp Image 2026 01 08 at 1.00.06 PM১৯৩১ৰ ১৫ ডিচেম্বৰত বৰ্তমানৰ বাংলাদেশৰ ছিলেট জিলাৰ কমাৰশালত পুৰকায়স্থৰ জন্ম হৈছিল। সৰুৰে পৰা বিভিন্ন সামাজিক কর্মত জড়িত থকা পুৰকায়স্থই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ শিলচৰৰ জি.চি. কলেজৰ পৰা আই.এছ.চি. আৰু স্নাতক ডিগ্রী অর্জন কৰিছিল। ১৯৬৮ত তেওঁ বি.টি. ডিগ্রী লাভ কৰিছিল। সামাজিক ক্ষেত্ৰত জড়িত থকাৰ সূত্রেই ১৯৫১ত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ত যোগদান কৰিছিল। উত্তৰ-পূর্বাঞ্চলত আৰএছএছৰ আদর্শ বিস্তাৰত দক্ষতাৰে কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আৰএছএছৰ বিভিন্ন পদবীতো কার্যনির্বাহ কৰিছিল। ১৯৮০ ততেওঁ বিজেপিত যোগদান কৰিছিল। উত্তৰ-পূর্বাঞ্চলত বিজেপিৰ অন্যতম প্রতিষ্ঠাপক আছিল পুৰকায়স্থ। অসমৰ বৰাক উপত্যকাত বিজেপিৰ ভেটি পূৰ্বৰে পৰা বিশেষ হৈ আহিছে। ইয়াৰ অন্যতম কাণ্ডাৰী আছিল কবীন্দ্র পুৰকায়স্থ। প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ী আৰু প্ৰাক্তন গৃহমন্ত্রী লালকৃষ্ণ আদৱানীৰ অন্যতম ঘনিষ্ঠ পুৰকায়স্থই তেওঁলোকৰ উৎসাহতে বিজেপিৰ হৈ নির্বাচনতো অৱতীর্ণ হৈছিল। ১৯৯১ত তেওঁ শিলচৰ সংসদীয় সমষ্টিৰ পৰা প্ৰথমবাৰলৈ সাংসদৰূপে নির্বাচিত হৈছিল। ইয়াৰ পাছত ১৯৯৮তো তেওঁ একেটা সমষ্টিৰ পৰাই পুনৰ নির্বাচিত হয়। ২০০৯ত তেওঁ পুনৰবাৰ শিলচৰৰ সাংসদ হৈছিল। এনেদৰে তিনিবাৰ সাংসদ নির্বাচিত হোবা পুৰকায়স্থ অটল বিহাৰী বাজপেয়ী মন্ত্রীসভাৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী আছিল। অৱশ্যে ২০১৪ৰ নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।

সংসদীয় নির্বাচনী ব্যৱস্থাটোৰ পৰা পৰৱৰ্তী সময়ত অৱসৰ ল’লেও বিজেপিৰ ৰাজনীতিৰ অন্যতম কর্ণধাৰৰূপে পুৰকায়স্থই দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে প্রথমতে তেওঁ আছিল এজন শিক্ষক। শিক্ষকতা বৃত্তিতো অতি জনপ্রিয় আছিল পুৰকায়স্থ। পিছলৈ তেওঁ শিক্ষকতাৰ বৃত্তি ত্যাগ কৰি ৰাজনীতিত প্রৱেশ কৰিছিল। আকর্ষণীয় বক্তিত্ব অন্যতম ভূষণ আছিল কবীন্দ্ৰ পুৰকায়স্থৰ। তেওঁ সকলো শ্ৰেণীৰ লোকৰ পৰা নিজৰ ব্যক্তিত্বৰে মৰম আদায় কৰিবলৈ সক্ষম হৈছিল। সেয়েহে তেওঁৰ ৰাজনৈতিক আদৰ্শৰ পৰিপন্থী লোকৰ পৰাও সম্মান পাবলৈ সক্ষম হৈছিল। বিশেষকৈ বৰাক উপত্যকাৰ সামাজিক জীৱনত পুৰকায়স্থই অন্যতম ভূমিকা গ্রহণ কৰিছিল। প্ৰচাৰমুখিতাক তেওঁ গৌণ কৰি চলিছিল। সামাজিক ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ত তেওঁক সম্মানীয় ডক্তৰেট ডিগ্রীও প্ৰদান কৰা হৈছিল।

আনহাতে কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতাই শোক প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে এক শোকবার্তাত কয় যে প্রাক্তন সাংসদ তথা কেন্দ্রীয় মন্ত্রী কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগৰ বাতৰিত তেওঁ মর্মাহত হৈছে। শোকবার্তাটোত প্রধানমন্ত্রীয়ে লগতে কয়, ‘সমাজসেৱাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ প্ৰতি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। সমগ্র অসমত বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো।’ কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহেও শোক প্রকাশ কৰিছে। এক শোকবার্তাত শাহে কয় যে বিজেপিক শক্তিশালীকৰণত প্রয়াত পুৰকায়স্থই নিজক উৎসর্গিত কৰিছিল। সমান্তৰালভাৱে অসমৰ উন্নয়নতো তেওঁ বহু প্রত্যাহ্বান নেওচি কাম কৰিছিল। তেওঁৰ বিয়োগ সকলোৰে বাবে অপূৰণীয় ক্ষতি বুলিও শ্বাহে মন্তব্য কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শোক প্রকাশ কৰি কয়, ‘প্রাক্তন কেন্দ্রীয় মন্ত্রী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। তৃণমূল পৰ্যায়ৰ পৰাই দল গঠনৰ বাবে তেওঁ সমগ্র জীবন উৎসর্গা কৰিছিল। কবীন্দ্ৰ পুৰকায়স্থ আছিল অসমৰ বাবে এক শক্তিশালী কণ্ঠ। তেওঁ ৰাজ্যৰ বিষয়সমূহ স্পষ্ট আৰু দৃঢ়ভাবে উপস্থাপন কৰিছিল। সাংগঠনিক কামৰ পৰা আৰম্ভ কৰি সংসদীয় দায়িত্বলৈকে তেওঁ সদায় নিষ্ঠাৰে সমাজৰ সেৱা কৰিছিল। তেওঁৰ বিয়োগত মই তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীলৈ আস্তবিক সমবেদনা জ্ঞাপন কৰিছো।’

ইপিনে, মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই এক শোকবার্তাত কবীন্দ্র পুৰকায়স্থৰ বিয়োগত মর্মাহত হোৱা বুলি উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কয়, ‘কবীন্দ্ৰ পুৰকায়স্থৰ নেতৃত্বতে অসমত ভাৰতীয় জনতা পার্টি আৰু ৰাষ্ট্ৰবাদী আদর্শৰ ভেটি স্থাপন হৈছিল। সেই ভেটিয়ে আজি এক বিশাল বটবৃক্ষ ৰূপ লৈছে। বৰাক উপত্যকা আৰু অসমৰ লগতে দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত কবীন্দ্র পুৰকায়স্থৰ অবদান অনবদ্য আৰু অনন্য। তেওঁৰ বিয়োগ আমাৰ সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। শিলচৰৰ এজন কর্মকর্তাৰ পৰা কেন্দ্রীয় মন্ত্রী হোৱালৈকে প্রয়াত পুৰকায়স্থৰ জীৱন পৰিক্ৰমা আমাৰ বাবে জনসেবা আৰু নিঃস্বার্থ সমর্পণৰ উৎকৃষ্ট দৃষ্টান্ত হৈ ৰ’ব।’

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও এক শোকবার্তাত কয় যে পূৰকায়স্থৰ বিয়োগত তেওঁ মর্মাহত হৈছে। বিজেপিৰ এজন সমর্পিত নেতা হিচাপে পুৰকায়স্থই নিঃস্বার্থ সেৱাৰে তৃণমূল পর্যায়ৰ পৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ বাবে সমগ্র জীবন উৎসর্গিত কৰিছিল। সোণোৱালে লগতে কয়, ‘কবীন্দ্র পুৰকায়স্থৰ জীৱন পৰিক্ৰমা আছিল দেশ আৰু দলৰ প্ৰতি অটল দায়বদ্ধতা আৰু সমর্পণৰ উজ্জ্বল নিদর্শন। মোৰ দৰে হেজাৰ হেজাৰ কৰ্মকৰ্তাৰ বাবে তেওঁৰ অম্লান কর্মবাজি আৰু আদর্শ অহবহ প্ৰেৰণা হৈ ৰ’ব। তেওঁৰ বিয়োগ মোৰ ব্যক্তিগত জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। কাৰণ নিজৰ নিষ্ঠা আৰু মাৰ্গদর্শনৰে তেওঁ মোৰ বাবে পিতৃ স্বরূপ আছিল। তেওঁৰ বিয়োগে অসমৰ ৰাজনৈতিক পৰিৱেশত এনে এক শূন্যতাৰ সৃষ্টি কৰিলে, যাক পুৰণ কৰাটো অত্যন্ত কঠিন হ’ব।’ সোণোৱালে শোকসন্তপ্ত পৰিয়ালবর্গকো সমবেদনা জ্ঞাপন কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক শোকবার্তাত মন্তব্য কৰে যে কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগৰ লগে লগে এক বিশাল ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত পৰিল। শইকীয়াই বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক সমাবেদনা জনাই কয়, ‘কবীন্দ্র পুরকায়স্থৰ নাম শুনিলেই ভাৰতীয় জনতা পাৰ্টিৰ কথা মনলৈ আহে, যিজনাই দলটোক নিজ হাতে সৰ্বব্যাপী কৰাৰ লগতে প্রতিষ্ঠা কৰাত কাণ্ডাৰীৰ ভূমিকা লৈছিল। তেওঁৰ পৰলোক গমনৰ বাতৰিয়ে বিজেপি পৰিয়ালৰ লগতে সমর্থক, শুভাকাংক্ষী সকলোকে শোক সাগৰত ডুবাইছে।’ ইয়াৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ডাঃ ৰণোজ পেণ্ড, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, প্রাক্তন সাংসদ মিছন ৰঞ্জন দাস, কাছাৰ জিলা বিজেপি, শ্রীভূমি জিলা বিজেপি, হাইলাকান্দি জিলা বিজেপি, বিধায়ক দ্বিপায়ন চক্রৱর্তী আদিকে ধৰি বিভিন্নজনে শোক প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: funeralKabindra PurkayasthaNational Dignitysilchar cemetery
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 
News

চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

March 8, 2026
এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ
News

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

March 8, 2026
গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি
News

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?
News

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

March 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d