Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    kaziranga Accident:কাজিৰঙাত ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনা

    Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন

    RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

    Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

    Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Funeral will be held with national dignity:আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰদেহ

আজি বিয়লি ৩ বজাত শিলচৰ শ্মশান ঘাটত হ'ব বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ অন্তেষ্টিক্রিয়া

publisher by publisher
January 8, 2026
in Assam
Reading Time: 1 min read
0
Funeral will be held with national dignity:আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰদেহ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati: পঞ্চভূতত বিলীন বাঁহীৰ যাদুকৰ দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ

Funeral of IPS officer Shiladitya Chetia will be held Today:আজি অন্তোষ্টিক্ৰিয়া সম্পন্ন হ’ব আই পিএছ বিষয়া শিলাদিত্য চেতিয়াৰ নশ্বৰদেহ

Shiladitya Chetia:আজিহে নিশ্চিত হ’ব আইপিএছ শিলাদিত্য চেতিয়াৰ শেষকৃত্যৰ সময়

Funeral will be held with national dignity:

ভাৰতীয় জনতা পার্টি (বিজেপি)ৰ অন্যতম বর্ষীয়ান নেতা আৰু দলটোৰ উত্তৰ – পূবৰ পিতামহ স্বৰূপ কবীন্দ্ৰ পুৰকায়স্থৰ বুধবাৰে শিলচৰ হাস্পতালত দেহাৱসান ঘটে। বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ পৰলোকপ্ৰাপ্তিত শোকাহত হৈ পৰে বৰাক সহ বিজেপিৰ নেতা- কৰ্মীৰ মাজত । পুৰকায়স্থৰ একমাত্র পুত্ৰ ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ বুধবাৰে জৰুৰী কাৰণত কলকাতাত আছিল। তেওঁ জনায় যে পিতৃৰ নম্বৰদেহ নিশাটো শিলচৰ চিকিৎসা মহাবিদ্যালয়তে ৰখা হ’ব। আজি পুৱা ৯.৩০ বজাত নশ্বৰদেহ ঘৰলৈ নিয়া হয়। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ শিলচৰ জিলা ক্রীড়া সন্থাৰ খেলপথাৰত নশ্বৰদেহ ৰাজহুৱা শ্রদ্ধাঞ্জলিৰ বাবে ৰখা হয়।

ADVERTISEMENT

ইয়াৰ পিছত বিয়লি ৩ বজাত কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰদেহ নিয়া হ’ব শিলচৰ শ্মশান ঘাটলৈ ৷তাত সম্পূৰ্ণভাৱে বৈদিক ৰীতিনীতি অনুসৰি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব । ইতিমধ্যে কাছাৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সকলো দিশ তদাৰক কৰিছে ৷

উল্লেখ্য যে দীর্ঘদিনৰ পৰা অসুস্থ হৈ থকা পুৰকায়স্থক শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খনত ভর্তি কৰা হৈছিল। তেওঁৰ চিকিৎসাৰ বাবে চিকিৎসকৰ এটা বিশেষ দলো গঠন কৰা হৈছিল। তৎসত্ত্বেও বার্ধক্যজনিত কাৰণত শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা দ্রুত গতিত অৱনতি হয়। বুধবাৰে দুপৰীয়াৰ পৰা তেওঁৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰে। ফলত চিকিৎসকে কৃত্রিম উপায়েৰে উশাহ-নিশাহৰ ব্যৱস্থা কৰে যদিও সন্ধিয়া পাঁচ বাজি ছয় ছেকেণ্ডত শেষ নিশ্বাস ত্যাগ কৰে। পুৰকায়স্থৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৫ বছৰ। তেওঁৰ বিয়োগৰ লগে লগে কেৱল বিজেপিৰে নহয়, অসমৰ ৰাজনৈতিক ইতিহাসৰো এটা উল্লেখযোগ্য স্তম্ভ যেন চিৰদিনলৈ খহি পৰিল। পুৰকায়স্থৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে চিকিৎসা মহাবিদ্যালয়খনত বিজেপিৰ বহু নেতা-কর্মীৰ লগতে শুভাকাংক্ষী বহু লোকে ভিৰ কৰে। অসম চৰকাৰৰ মন্ত্রী কৌশিক ৰা, চিকিৎসালয়খনত উপস্থিত হয়। মন্ত্রী ৰায়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ অন্যতম প্রতিষ্ঠাতা কবীন্দ্ৰ পূৰকায়স্থৰ বিয়োগ এক গভীৰ শোকৰ বাৰ্তা। তেওঁৰ মৃত্যুত বিজেপিয়ে এজন অভিভাৱকক হেৰুৱালে। প্রয়াত নেতাজনৰ নেতৃত্ব আৰু দিক্ নির্দেশনাতে বিজেপিৰ হৈ কাম কৰিবলৈ সুযোগ লাভ কৰা বুলিও বাইয়ে সোঁৱৰণ কৰে।

১৯৩১ৰ ১৫ ডিচেম্বৰত বৰ্তমানৰ বাংলাদেশৰ ছিলেট জিলাৰ কমাৰশালত পুৰকায়স্থৰ জন্ম হৈছিল। সৰুৰে পৰা বিভিন্ন সামাজিক কর্মত জড়িত থকা পুৰকায়স্থই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ শিলচৰৰ জি.চি. কলেজৰ পৰা আই.এছ.চি. আৰু স্নাতক ডিগ্রী অর্জন কৰিছিল। ১৯৬৮ত তেওঁ বি.টি. ডিগ্রী লাভ কৰিছিল। সামাজিক ক্ষেত্ৰত জড়িত থকাৰ সূত্রেই ১৯৫১ত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ত যোগদান কৰিছিল। উত্তৰ-পূর্বাঞ্চলত আৰএছএছৰ আদর্শ বিস্তাৰত দক্ষতাৰে কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আৰএছএছৰ বিভিন্ন পদবীতো কার্যনির্বাহ কৰিছিল। ১৯৮০ ততেওঁ বিজেপিত যোগদান কৰিছিল। উত্তৰ-পূর্বাঞ্চলত বিজেপিৰ অন্যতম প্রতিষ্ঠাপক আছিল পুৰকায়স্থ। অসমৰ বৰাক উপত্যকাত বিজেপিৰ ভেটি পূৰ্বৰে পৰা বিশেষ হৈ আহিছে। ইয়াৰ অন্যতম কাণ্ডাৰী আছিল কবীন্দ্র পুৰকায়স্থ। প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ী আৰু প্ৰাক্তন গৃহমন্ত্রী লালকৃষ্ণ আদৱানীৰ অন্যতম ঘনিষ্ঠ পুৰকায়স্থই তেওঁলোকৰ উৎসাহতে বিজেপিৰ হৈ নির্বাচনতো অৱতীর্ণ হৈছিল। ১৯৯১ত তেওঁ শিলচৰ সংসদীয় সমষ্টিৰ পৰা প্ৰথমবাৰলৈ সাংসদৰূপে নির্বাচিত হৈছিল। ইয়াৰ পাছত ১৯৯৮তো তেওঁ একেটা সমষ্টিৰ পৰাই পুনৰ নির্বাচিত হয়। ২০০৯ত তেওঁ পুনৰবাৰ শিলচৰৰ সাংসদ হৈছিল। এনেদৰে তিনিবাৰ সাংসদ নির্বাচিত হোবা পুৰকায়স্থ অটল বিহাৰী বাজপেয়ী মন্ত্রীসভাৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী আছিল। অৱশ্যে ২০১৪ৰ নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।

সংসদীয় নির্বাচনী ব্যৱস্থাটোৰ পৰা পৰৱৰ্তী সময়ত অৱসৰ ল’লেও বিজেপিৰ ৰাজনীতিৰ অন্যতম কর্ণধাৰৰূপে পুৰকায়স্থই দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে প্রথমতে তেওঁ আছিল এজন শিক্ষক। শিক্ষকতা বৃত্তিতো অতি জনপ্রিয় আছিল পুৰকায়স্থ। পিছলৈ তেওঁ শিক্ষকতাৰ বৃত্তি ত্যাগ কৰি ৰাজনীতিত প্রৱেশ কৰিছিল। আকর্ষণীয় বক্তিত্ব অন্যতম ভূষণ আছিল কবীন্দ্ৰ পুৰকায়স্থৰ। তেওঁ সকলো শ্ৰেণীৰ লোকৰ পৰা নিজৰ ব্যক্তিত্বৰে মৰম আদায় কৰিবলৈ সক্ষম হৈছিল। সেয়েহে তেওঁৰ ৰাজনৈতিক আদৰ্শৰ পৰিপন্থী লোকৰ পৰাও সম্মান পাবলৈ সক্ষম হৈছিল। বিশেষকৈ বৰাক উপত্যকাৰ সামাজিক জীৱনত পুৰকায়স্থই অন্যতম ভূমিকা গ্রহণ কৰিছিল। প্ৰচাৰমুখিতাক তেওঁ গৌণ কৰি চলিছিল। সামাজিক ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ত তেওঁক সম্মানীয় ডক্তৰেট ডিগ্রীও প্ৰদান কৰা হৈছিল।

আনহাতে কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতাই শোক প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে এক শোকবার্তাত কয় যে প্রাক্তন সাংসদ তথা কেন্দ্রীয় মন্ত্রী কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগৰ বাতৰিত তেওঁ মর্মাহত হৈছে। শোকবার্তাটোত প্রধানমন্ত্রীয়ে লগতে কয়, ‘সমাজসেৱাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ প্ৰতি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। সমগ্র অসমত বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো।’ কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহেও শোক প্রকাশ কৰিছে। এক শোকবার্তাত শাহে কয় যে বিজেপিক শক্তিশালীকৰণত প্রয়াত পুৰকায়স্থই নিজক উৎসর্গিত কৰিছিল। সমান্তৰালভাৱে অসমৰ উন্নয়নতো তেওঁ বহু প্রত্যাহ্বান নেওচি কাম কৰিছিল। তেওঁৰ বিয়োগ সকলোৰে বাবে অপূৰণীয় ক্ষতি বুলিও শ্বাহে মন্তব্য কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শোক প্রকাশ কৰি কয়, ‘প্রাক্তন কেন্দ্রীয় মন্ত্রী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। তৃণমূল পৰ্যায়ৰ পৰাই দল গঠনৰ বাবে তেওঁ সমগ্র জীবন উৎসর্গা কৰিছিল। কবীন্দ্ৰ পুৰকায়স্থ আছিল অসমৰ বাবে এক শক্তিশালী কণ্ঠ। তেওঁ ৰাজ্যৰ বিষয়সমূহ স্পষ্ট আৰু দৃঢ়ভাবে উপস্থাপন কৰিছিল। সাংগঠনিক কামৰ পৰা আৰম্ভ কৰি সংসদীয় দায়িত্বলৈকে তেওঁ সদায় নিষ্ঠাৰে সমাজৰ সেৱা কৰিছিল। তেওঁৰ বিয়োগত মই তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীলৈ আস্তবিক সমবেদনা জ্ঞাপন কৰিছো।’

ইপিনে, মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই এক শোকবার্তাত কবীন্দ্র পুৰকায়স্থৰ বিয়োগত মর্মাহত হোৱা বুলি উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কয়, ‘কবীন্দ্ৰ পুৰকায়স্থৰ নেতৃত্বতে অসমত ভাৰতীয় জনতা পার্টি আৰু ৰাষ্ট্ৰবাদী আদর্শৰ ভেটি স্থাপন হৈছিল। সেই ভেটিয়ে আজি এক বিশাল বটবৃক্ষ ৰূপ লৈছে। বৰাক উপত্যকা আৰু অসমৰ লগতে দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত কবীন্দ্র পুৰকায়স্থৰ অবদান অনবদ্য আৰু অনন্য। তেওঁৰ বিয়োগ আমাৰ সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। শিলচৰৰ এজন কর্মকর্তাৰ পৰা কেন্দ্রীয় মন্ত্রী হোৱালৈকে প্রয়াত পুৰকায়স্থৰ জীৱন পৰিক্ৰমা আমাৰ বাবে জনসেবা আৰু নিঃস্বার্থ সমর্পণৰ উৎকৃষ্ট দৃষ্টান্ত হৈ ৰ’ব।’

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও এক শোকবার্তাত কয় যে পূৰকায়স্থৰ বিয়োগত তেওঁ মর্মাহত হৈছে। বিজেপিৰ এজন সমর্পিত নেতা হিচাপে পুৰকায়স্থই নিঃস্বার্থ সেৱাৰে তৃণমূল পর্যায়ৰ পৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ বাবে সমগ্র জীবন উৎসর্গিত কৰিছিল। সোণোৱালে লগতে কয়, ‘কবীন্দ্র পুৰকায়স্থৰ জীৱন পৰিক্ৰমা আছিল দেশ আৰু দলৰ প্ৰতি অটল দায়বদ্ধতা আৰু সমর্পণৰ উজ্জ্বল নিদর্শন। মোৰ দৰে হেজাৰ হেজাৰ কৰ্মকৰ্তাৰ বাবে তেওঁৰ অম্লান কর্মবাজি আৰু আদর্শ অহবহ প্ৰেৰণা হৈ ৰ’ব। তেওঁৰ বিয়োগ মোৰ ব্যক্তিগত জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। কাৰণ নিজৰ নিষ্ঠা আৰু মাৰ্গদর্শনৰে তেওঁ মোৰ বাবে পিতৃ স্বরূপ আছিল। তেওঁৰ বিয়োগে অসমৰ ৰাজনৈতিক পৰিৱেশত এনে এক শূন্যতাৰ সৃষ্টি কৰিলে, যাক পুৰণ কৰাটো অত্যন্ত কঠিন হ’ব।’ সোণোৱালে শোকসন্তপ্ত পৰিয়ালবর্গকো সমবেদনা জ্ঞাপন কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক শোকবার্তাত মন্তব্য কৰে যে কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগৰ লগে লগে এক বিশাল ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত পৰিল। শইকীয়াই বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক সমাবেদনা জনাই কয়, ‘কবীন্দ্র পুরকায়স্থৰ নাম শুনিলেই ভাৰতীয় জনতা পাৰ্টিৰ কথা মনলৈ আহে, যিজনাই দলটোক নিজ হাতে সৰ্বব্যাপী কৰাৰ লগতে প্রতিষ্ঠা কৰাত কাণ্ডাৰীৰ ভূমিকা লৈছিল। তেওঁৰ পৰলোক গমনৰ বাতৰিয়ে বিজেপি পৰিয়ালৰ লগতে সমর্থক, শুভাকাংক্ষী সকলোকে শোক সাগৰত ডুবাইছে।’ ইয়াৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ডাঃ ৰণোজ পেণ্ড, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, প্রাক্তন সাংসদ মিছন ৰঞ্জন দাস, কাছাৰ জিলা বিজেপি, শ্রীভূমি জিলা বিজেপি, হাইলাকান্দি জিলা বিজেপি, বিধায়ক দ্বিপায়ন চক্রৱর্তী আদিকে ধৰি বিভিন্নজনে শোক প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: funeralKabindra PurkayasthaNational Dignitysilchar cemetery
publisher

publisher

Related Posts

kaziranga Accident:কাজিৰঙাত ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনা
Assam

November 13, 2026
Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন
Assam

Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন

November 13, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

November 13, 2026
Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ
Assam

Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

November 13, 2026
Nagaon:বিদ্যালয়ৰ ওপৰতে সকলো দোষ জাপি দি সাৰি যোৱাৰ কৌশল ঊর্ধ্বতন কর্তৃপক্ষৰ

Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ

November 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d