বাজেটৰ ডাঙৰ প্ৰভাৱ! মোবাইল-ঔষধৰ মূল্য হ্ৰাস, চিগাৰেট-সুৰাৰ মূল্য বৃদ্ধি

IMG 20260201 104833 1

Union Budget 2026:✒️কেন্দ্ৰীয় বাজেটৰ জটিল অংক-তত্ত্বৰ মাজতে সাধাৰণ লোকৰ দৃষ্টি থাকে দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ মূল্যত। এইবাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একাধিক সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস আৰু কিছুমানত শুল্ক বৃদ্ধি ঘোষণা কৰিছে। ইয়াৰ ফলত বহু সামগ্ৰীৰ মূল্যত পোনপটীয়া প্ৰভাৱ পৰিব।

🔽 হ্ৰাস হ’ব পাৰে এইসমূহ সামগ্ৰী

• ১৭টা জীৱনদায়ী ঔষধ (ডায়েবেটিছ আৰু কেন্সাৰৰ ঔষধসহ)

• স্মাৰ্টফোন আৰু মোবাইলৰ যন্ত্ৰাংশ

• বৈদ্যুতিক বাহনৰ বেটাৰী

• চামড়াৰ বেগ আৰু জোতা

• চী-ফুড

• খেল-ধূলাৰ সামগ্ৰী

• বিদেশ ভ্ৰমণ

• চিএনজি

• ছ’লাৰ পেনেল

মাইক্ৰ’ৱেভ

• বিমানৰ যন্ত্ৰাংশ

• বিড়ি

• শাৰী

মূল্য বৃদ্ধি হোৱা সামগ্ৰী

• চিগাৰেট

• মদ

• ধূম্ৰজাত সামগ্ৰী

• কিছুমান নিৰ্দিষ্ট খনিজ

বাজেটৰ এই সিদ্ধান্তসমূহে সাধাৰণ লোকৰ দৈনন্দিন জীৱনত পোনপটীয়া প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।

Exit mobile version