Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

এক কোটি বছৰলৈ বৰফৰ বল হৈ আছিল পৃথিৱী

বিজ্ঞানীৰ মতে, দীর্ঘতম তুষাৰ যুগৰ কাৰণ লুকাই আছে সমুদ্রত

publisher by publisher
March 5, 2026
in world, News
Reading Time: 1 min read
0
এক কোটি বছৰলৈ বৰফৰ বল হৈ আছিল পৃথিৱী
2
SHARES
19
VIEWS
ShareShareShareShare

পৃথিৱীলৈ তুষাৰযুগ আহিছে আৰু গৈছে।এতিয়াও চলি আছে এক তুষাৰযুগ, যিটো আৰম্ভ হৈছিল প্রায় দুই কোটি ৬০ লাখ বছৰৰ পূৰ্বে। পৃথিৱীৰ দীর্ঘতম, কঠিনতম তুষাৰযুগটো স্থায়ী হৈছিল প্ৰায়ে চাৰে পাঁচ কোটি বছৰ। সেই যুগৰ আৰম্ভণিৰ ফালে পৃথিৱীখন একেবাৰে এক বৰফৰ গোলা বা বল (স্ন’বল আৰ্থ)ৰ দৰে আছিল। তাৰ পাছৰ তুষাৰযুগ কিন্তু অনক কম সময়হে স্থায়ী হৈছিল। এই তাৰতম্য কিয় বুলি বিজ্ঞানীসকলৰ মনত নানা প্রশ্ন উঠি আহিছে।

ADVERTISEMENT

একাংশ বিজ্ঞানীৰ মতে, এই তাৰতম্যৰ নেপথ্যত থকা অন্যতম কাৰণ হৈছে মহাসাগৰৰ তলি আৰু ভিতৰৰ ৰাসায়নিক বিক্রিয়া।প্রায় ৬০ কোটি বছৰৰ পুৰণি শিল পৰীক্ষা কৰি দো গৈছে যে তুষাৰযুগ পৃথিবীৰ বুকুত একেই সময়ৰ বাবে স্থাী হোৱা নাই। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষক ট্রেন্ট বি টমাছে ধাৰণা কৰে যে নেপথ্য কাৰণ হৈছে সমুদ্ৰৰ গ্রীণহাউছ গেছ আৰু কিছু বিক্রিয়া।

RelatedPosts

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

কেতিয়া পৃথিৱীক বৰফৰ বল বুলি কোৱা হয়? বিজ্ঞানীসকলে জনাইছে যে যেতিয়া সমগ্র পৃথিৱীখনেই বৰফাবৃত হৈ থাকে, আনকি নিৰক্ষীয় অঞ্চলো বৰফবে ঢাক খাই থাকে, তেতিয়া পৃথিৱীক বৰফৰ বল আখ্যা দিয়া হয়। প্রায় ৬০ কোটি বছৰৰ পূৰ্বে দুবাৰ এই ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিল। এবাৰ প্ৰায় এক কোটি বছৰ ধৰি পৃথিৱীখন বৰফৰ বলৰ দৰে হৈ আছিল। দ্বিতীয়বাৰ ৪০ লাখ বছৰ ধৰি চলিছিল সেই অবস্থা। এই তাৰতম্যৰ কাৰণ সমুদ্ৰৰ বিক্রিয়া বুলি দাবী কৰিছে বিজ্ঞানী মহলে।

ভূপৃষ্ঠৰ কঠিন অংশ যেতিয়া বৰফাবৃত হয়, তেতিয়া তাত শিলৰ ভাঙোনৰ প্ৰক্ৰিয়াৰ গতি কমি যায়; কিন্তু সমুদ্রত তেনেকুৱা নহয়। কোনো ফাট পালে সাগৰৰ পানী ফুটি ওলাই আহে। সমুদ্রপৃষ্ঠৰ শিলৰ স’তেও তাৰ বিক্রিয়া চলি থাকে। সেই শিলে কার্বনক খনিজৰূপে বন্দী কৰি ৰাখে। ইয়াৰ ফলত আয়ন নির্গত হয়। তাৰ ফলত আৰু কার্বন জমা হৈ থাকে সাগৰত। সাগৰখন কাৰ্বনৰ গৰ্ভ হৈ পৰে আৰু পৰিৱেশত কাৰ্বনৰ মাত্রা কমি থাকে। গৱেষক টমাছে ধাৰণা কৰিছে যে এই প্রক্ৰিয়াৰ ফলত পৰিৱেশ কার্বনশূন্য হৈ পৰে।

তাৰ প্রকোপতেই পৃথিৱীখন লাখ লাখ বছৰ ধৰি বৰফাবৃত হৈ থাকে। প্রথম তুষাৰযুগৰ ক্ষেত্রত সেয়াই হৈছিল। বিজ্ঞানীসকলে জনাইছে যে সাগৰৰ পানীত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে সেয়া এচিডিক হৈ উঠে। ইয়াৰ ফলত সমুদ্রত থকা শিলবোৰ দ্রুতগতিৰে ভাঙি থাকে। তুষাৰযুগত নদীবোৰো যিহেতু বৰফাবৃত আছিল, ফলত সেই নদীয়ে পলস নি সাগৰত পেলাব নোৱাৰিছিল। সেই বাবেই সমুদ্ৰগৰ্ভত নতুন স্তৰ সৃষ্টি নহৈছিল।

একেটা শিলাস্তৰেই দীর্ঘকাল ধৰি এচিডযুক্ত পানীৰ সংস্পৰ্শলৈ আহিছিল আৰু বিক্রিয়া চলি থাকিছিল। ইয়াৰ ফলত কাৰ্বন সঞ্চয় আৰু বৃদ্ধি পাই থাকে। পৰিৱেশৰ পৰা কাৰ্বন শোষিত হৈ জমা হয় সমুদ্রগর্ভত। তাৰ প্রকোপত পৰিৱেশ আৰু শীতল হৈ পৰে। ফলত বৰফ আৰু স্থায়ী হয়। একাংশ বিজ্ঞানীয়ে ধাৰণা কৰে যে সমুদ্ৰৰ পানীত ছালফেটৰ পৰিমাণ কম থকাও তুষাৰযুগৰ স্থায়িত্বৰ অন্যতম কাৰণ আছিল।

তাৰ ফলত ৰাসায়নিক বিক্রিয়া বাঢ়ি গৈ সমুদ্রগর্ভত কার্বন সঞ্চয়ো বাঢ়িছিল। বিপৰীতে পৰিৱেশত কমিছিল তাৰ পৰিমাণ।ইমানদিনে বিজ্ঞানীসকলে বিশ্বাস কৰি আহিছিল যে আগ্নেয়গিৰিৰ লাভা আৰু পৰিৱেশৰ কাৰ্বনেই পৃথিৱীত তুষাৰযুগৰ সূচনা আৰু হিমবাহৰ গলনৰ কাৰণ। যদিও টমাছ নেতৃত্বাধীন বিজ্ঞানীৰ দলটোৱে দাবী কৰিছে যে পৰিৱেশৰ কাৰ্বন নহয়, বৰঞ্চ সমুদ্ৰ গৰ্ভৰ ৰাসায়নিক বিক্রিয়াই আচলতে প্রথম পর্যায়ত দীর্ঘায়িত কৰিছিল তুষাৰযুগ। দ্বিতীয় পর্যায়ত যে ইমান দীঘলীয়া নহ’ল, তাৰ কাৰণো এই বিক্রিয়াই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে
News

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

March 5, 2026
Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব
News

Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

March 5, 2026
ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!
News

ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

March 5, 2026
Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !
National

Nitish Kumar :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

March 5, 2026
ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ
News

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

March 5, 2026
FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !
News

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

March 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d