Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাইলৈ ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ মুক্তি

publisher by publisher
March 5, 2026
in News, Assam
Reading Time: 1 min read
0
কাইলৈ ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ মুক্তি
1
SHARES
7
VIEWS
ShareShareShareShare

Village Rockstars:✒️অন্ত পৰিব অসমৰ সকলো চলচ্চিত্র ৰসিকৰ এক দীর্ঘদিনীয়া প্রতীক্ষাৰ। ছয় মাৰ্চত ৰাজ্যজুৰি মুক্তি পাব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্রসিদ্ধ চিত্রনির্মাতা ৰীমা দাসৰ বহু প্রশংসিত ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ ২’।

ADVERTISEMENT

অস্কাৰৰ মঞ্চত প্ৰৱেশ কৰা প্ৰথমখন অসমীয়া ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ চিকুৱেল ‘ভিলেজ ৰকষ্টাৰ্ছ ২’। ইতিমধ্যে বিশ্বৰ বহুকেইখন অগ্রণী চলচ্চিত্র মহোৎসৱত ছবিখন প্রদর্শিত, পুৰস্কৃত আৰু প্রশংসিত হৈছে।

RelatedPosts

পৰিচালিকা-নিৰ্মাতা ৰীমা দাসৰ পিতৃ ভাৰত দাসৰ বিয়োগ

২০২৫ত বার্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ইউৰোপীয়ান প্রিমিয়াৰ হৈছিল ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ। বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ছবিখনে লাভকৰিছিল Kim Jeseok Award। ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ পৰিচালনাৰ বাবে ৰীমা দাসে লাভ কৰিছিল ‘নিউৱৰ্ক রমেন ইন ফিল্ম এণ্ড টেলিভিছন এবার্ড’।

উল্লেখ্য যে পৰিৱৰ্তিত সময়ে ক্ষিপ্ৰতাৰে কাঢ়ি নিয়া অসমৰ গাঁৱৰ নিভাঁজ ছবি আৰু জীৱন সংগ্রামক অকৃত্ৰিম আৰু প্ৰাণস্পর্শী ৰূপত চিত্রিত কৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখনে দেশে-বিদেশে সৃষ্টি কৰিছিল আলোড়নৰ। ৰীমা দাসৰ এই ছবিখনে প্রথমবাৰলৈ অসমলৈ কঢ়িয়াই আনিছিল শ্রেষ্ঠ ছবিৰ স্বর্ণকমল বঁটা। ভাৰত চৰকাৰে অস্কাৰৰ মনোনয়নৰ বাবে প্রেৰণ কৰা ছবিখনে বিশ্বজুৰি সমাদৃত আৰু প্রশংসিত হৈছিল। মুক্তিৰ লগে লগে অসমৰ চিত্ৰগৃহত অভূতপূর্ব সঁহাৰি লাভ কৰিছিল ছবিখনে।

এতিয়া মুক্তিৰ বাবে সাজু হৈছে ভাৰতৰ হৈ অস্কাৰলৈ আনুষ্ঠানিক প্রৱেশ ঘটা বহুচৰ্চিত ছবিখনৰ চিকুৱেল ‘ভিলেজ ৰকষ্টাৰ্ছ ২’। ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ প্ৰ’টাগনিষ্ট ধুনুক এইবাৰ ডাঙৰ আৰু নতুন ৰূপত দেখা যাব। নতুন ছবিখন সন্দৰ্ভত পৰিচালক বীমা দাসে কয়, ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ কেৱল এখন চিনেমা নহয়, ১০ বছৰ ধৰি হৃদয়ত অবগাহন কৰি থকা এটা প্রিয় সপোন, সংগীত আৰু আৱেগৰ নাম। তাহানিৰ ধুনুজনী এতিয়া ডাঙৰ হ’ল, সাহসী হ’ল। কিন্তু এতিয়াও তাই হৃদয়ত বান্ধি থৈছে তাইৰ প্ৰিয় গাঁওখনক। আহক, এই ছবিখন, ইয়াৰ ১০ বছৰীয়া যাত্রা আৰু উত্তৰাধিকাৰক উদযাপন কৰোঁ।’ ছয় মাৰ্চত ৰাজ্যজুৰি মুক্তি পাবলগীয়া ছবিখনে অসমৰ সকলো চিত্রানুৰাগীৰ দীর্ঘদিনীয়া অপেক্ষা আৰু উৎকণ্ঠাৰ অৱসান ঘটাব। আশা কৰা হৈছে যে অসমৰ ৰাইজৰ এক আবেগ আৰু সম্মোহনৰ নাম হৈ পৰিব ‘ভিলেজ ৰকষ্টাৰ্ছ ২’।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Village Rockstars
publisher

publisher

Related Posts

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে
News

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

March 5, 2026
Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব
News

Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

March 5, 2026
ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!
News

ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

March 5, 2026
Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !
National

Nitish Kumar :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

March 5, 2026
ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ
News

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

March 5, 2026
FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !
News

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

March 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d