Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

    Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

    Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

    চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৪২টা দাঁতৰে বিশ্ব অভিলেখ মালয়েছিয়াৰ যুৱকৰ 

কোনো ধৰণৰ অস্বস্তিৰ সম্মুখীন হোৱা নাই কেতিয়াও

publisher by publisher
March 8, 2026
in News, world
Reading Time: 1 min read
0
৪২টা দাঁতৰে বিশ্ব অভিলেখ মালয়েছিয়াৰ যুৱকৰ 
1
SHARES
14
VIEWS
ShareShareShareShare

Malaysian Man:✒️সাধাৰণতে মানুহৰ মুখমণ্ডলত কেইটা দাঁত থাকে, সেয়া সকলোৱেই জানে। অথচ মালয়েছিয়াৰ এজন যুৱকৰ মুখগহ্বৰ কিন্তু সাধাৰণ মানুহৰ দৰে নহয়। তেওঁৰ মুখমণ্ডলত ৩২টা নহয়; বৰঞ্চ ৪২টা দাঁত আছে। কোনো কোনো মানুহৰ ক্ষেত্ৰত ৩২টাৰ সলনি দুই-এটা দাঁত বেছিকৈ থকা দেখা যায়। তাকো সেয়া বেৰিয়া হৈ ওলায়।

ADVERTISEMENT

অর্থাৎ কোনো দাঁতৰ ওপৰতে গজে। অথচ মালয়েছিয়াৰ প্ৰথাব মুনিয়ান্দি নামৰ যুৱকজনৰ দাঁতৰ বিন্যাস সম্পূর্ণ ভিন্ন।

RelatedPosts

Assamese girl sets world record in Mumbai for Bihu dance:বিহু নাচেৰে মুম্বাইত বিশ্ব অভিলেখ অসম কন্যাৰ

Jhumur Dance:অসম চৰকাৰৰ উদ্যোগত বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে ‘ঝুমুইৰ বিনন্দিনী

Bizarre : দাড়িত শতাধিক অলংকাৰ লগাই বিশ্ব অভিলেখ গঢ়িলে এজন ব্যক্তিয়ে

এক আন্তর্জাতিক সংবাদ মাধ্যমে জনাইছে যে প্রথাবৰ মুখত আছে ৪২টা দাঁত। অর্থাৎ স্বাভাৱিকতকৈ ১০টা দাঁত বেছি। ইয়াৰ পাছতে যুৱকজনে বিশ্ব অভিলেখ প্রতিষ্ঠা কৰে। প্ৰথাবৰ নাম সন্নিবিষ্ট হৈছে গীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত।

মাত্র কিছুদিনৰ পূৰ্বেহে পোহৰলৈ আহে যে যুৱকজনৰ মুখমণ্ডলত ১০টা দাঁত বেছি আছে। প্রথাবেই এতিয়া বিশ্বৰ সবাতোকৈ বেছি দাঁতৰ অধিকাৰী।

যোৱা পাঁচ মাৰ্চত গীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা সামাজিক মাধ্যমত এই তথ্য শ্বেয়াৰ কৰে। প্ৰথাবে নিজেই প্রথমে দাবী কৰিছিল যে তেওঁৰ ৪২টা দাঁত আছে।

যদিও একাংশ বিশেষজ্ঞই তেওঁৰ এই দাবী মানি লোৱা নাছিল। অৱশেষত দুজন দন্ত চিকিৎসকে তেওঁৰ মুখগহ্বৰ পৰীক্ষা কৰে। মুখৰ ভিতৰৰ ফটো তোলাৰ পাছতে দেখা গ’ল যে সঁচাকৈয়ে যুৱকজনৰ ৪২টা দাঁত আছে আৰু এটাও নকল দাঁত নাই।

গীনিছ ৱৰ্ল্ড ৰেকৰ্ডর্ডছত নাম সন্নিবিষ্ট হোৱাৰ পাছতে প্রথাবে কয়, ‘২০২১ত মই প্রথমবাৰলৈ এয়া লক্ষ্য কৰিছিলো। পৰিয়ালক প্রথমে জনাইছিলো যে আলুত অতিৰিক্ত বেছি দাঁত গজিছে। তেতিয়া তেওঁলোকে হিচাপ কৰি দেখিলে যে ৩২টা দাঁতেই আছে; কিন্তু পৰৱৰ্তী সময়ত এক্স-ৰে’ কৰাওতে দেখা গ’ল যে আৰু বেছি দাঁত আছে।’

যুৱকজনে লগতে কয়, ‘২০২৩ত মই অৱশেষত জানিব পাৰিলো যে ৩২টা নহয়, মোৰ ৪২টা দাঁত আছে। সকলো দাঁত পোন। যাৰ বাবে মুখৰ ভিতৰত কোনো অস্বস্তি নহয়। জটিলতাৰো সৃষ্টি হোৱা নাই। প্রথমে শুনি কোনেও বিশ্বাস কৰা নাছিল। পাছত চিকিৎসকে পৰীক্ষা কৰি দেখে যে মোৰ ৪২টা দাঁত আছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 42 TeethMalaysian ManWorld Record
publisher

publisher

Related Posts

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
India

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

March 9, 2026
Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
News

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

March 9, 2026
Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী
Crime

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে
News

চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d