Ex.Union Minister Biren Sing Engti Passes Away:
প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেন ছিং ইংতিৰ দেহাৱসান ৷ ৯০ বছৰ বয়সত গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে ।
ADVERTISEMENT
উল্লেখ্য যে ডিফু লোকসভা সমষ্টিৰ পৰা সাবাৰকৈ সাংসদ হৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা বীৰেন ছিং ইংতিয়ে৷ বৰ্ষীয়ান নেতা গৰাকীৰ আকস্মিক বিয়োগত শোকাহত হৈ পৰে সমগ্ৰ ডিফুৰ লগতে অসম প্ৰদেশ কংগ্ৰেছত ৷































