Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

    দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

    Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Dr.Farooq Abdullah Attack in Jammu:জম্মু- কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্ৰী ডা:ফাৰুক আব্দুল্লাক লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ

কথমপি প্ৰাণৰক্ষা ডা:আব্দুল্লা ,৬৫ বছৰীয়া দুৰ্বৃত্ত গ্ৰেপ্তাৰ

publisher by publisher
March 12, 2026
in Uncategorized
Reading Time: 1 min read
0
Dr.Farooq Abdullah Attack in Jammu:জম্মু- কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্ৰী ডা:ফাৰুক আব্দুল্লাক লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ
1
SHARES
5
VIEWS
ShareShareShareShare

Dr.Farooq Abdullah Attack in Jammu:

জম্মু-কাশ্মীৰত চাঞ্চল্যকৰ গুলীচালনা ঘটনা ৷ প্রাক্তন মুখ্যমন্ত্রী ডা:ফাৰুক আব্দুল্লালৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ ৷ এক বিবাহ অনুষ্ঠানত অংশ গ্ৰহণ কৰি থকা অৱস্থাত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰে ৷ অৱশ্যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা পৰে বৰ্ষীয়ান ৰাজনীতিক গৰাকী ৷ আনহাতে গুলীচালনাৰে জড়িত ৬৫ বছৰীয়া লোক এজনক লগে লগে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত লোকজনৰ নাম কমল সিং জামোৱালক ৷

ADVERTISEMENT

উল্লেখ্য যে ,বুধবাৰে সন্ধিয়া জম্মুৰ বৃহত্তৰ কৈলাশ অঞ্চলৰ ৰয়েল পার্কত অনুষ্ঠিত এখন বিবাহস্থলীত অংশ লৈ নেচনেল কনফাৰেন্সৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী ডা:ফাৰুক আব্দুল্লা আৰু জম্মু-কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰীকে ধৰি কে’বা গৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতা বিবাহস্থলী খনৰ পৰা ওলাই যোৱাৰ সময়তে ৬৫ বছৰীয়া এজন ব্যক্তিয়ে গুলীচালনা কৰাত বিবাহস্থলীত এক আতংকময় পৰিস্থিতিৰ হয় ৷

RelatedPosts

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

Guwahati:মহানগৰীৰ গনেশগুৰিত নিশা ৰাজপথত আমোলাৰ পুত্ৰৰ দাদাগিৰি

Morigaon:ভুৱা নথি পত্ৰৰে চাকৰিত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ জালত নগাঁৱৰ যুৱক

WhatsApp Image 2026 03 12 at 12.49.03 PMগণ্যমান্য ব্যক্তিসকলৰ সুৰক্ষাৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষীয়ে তৎমুহূৰ্ততে পুৰাণী মণ্ডীৰ কমল সিং জামৱাল (৬৫) নামৰ বৃদ্ধজনক পিষ্টল সহ গ্ৰেপ্তাৰ কৰে ৷ডা:ফাৰুক আব্দুল্লা আৰু উপ-মুখ্যমন্ত্রী সুৰিন্দৰ চৌধুৰী দুয়োজনেই নিৰাপদ আৰু কোনো ক্ষতি নোহোৱাকৈ কথমপি ৰক্ষা পৰে । ঘটনাৰ কিছু সময়ৰ পাছতে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ প্রাথমিক তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তক সোধা-পোছাৰ বাবে স্থানান্তৰ কৰা হয় থানালৈ।

আনহাতে আৰক্ষীৰ প্রাথমিক সোধা-পোছাৰ সময়ত পুৰাণী মণ্ডীৰ বাসিন্দা কমল সিং জামৱালে নেচনেল কনফাৰেন্সৰ নেতাজনক লক্ষ্য কৰি ল’ব বিচৰা বুলি স্বীকাৰ কৰে। আৰক্ষীৰ আগত কমল সিং জামৱালে কয়, ‘যোৱা ২০ বছৰ ধৰি মই ফাৰুকক হত্যা কৰিব বিচাৰিছিলো। আজি মই তেওঁৰ ওপৰত গুলীচালনা কৰিলোঁ, কিন্তু তেওঁ ৰক্ষা পালে। তেওঁ আৰু কয় যে এই কাণ্ডত ব্যৱহৃত আগ্নেয়াস্ত্রটো তেওঁৰ নামত পঞ্জীয়নভুক্ত অনুজ্ঞাপত্রপ্রাপ্ত ৰিভলভাৰ।

উল্লেখ্য যে বিবাহস্থলীৰ দৰাৰ বৰদেউতাক হয় কমল সিং জামৱাল ৷ আৰক্ষী বিষয়াসকলে তদন্তৰ অংশ হিচাপে এই বক্তব্যৰ সত্যাসত্য নিৰূপণ কৰা হৈছে আৰু গুলীচালনাৰ কাণ্ডৰ আঁৰৰ সঠিক উদ্দেশ্য আৰু পৰিস্থিতিৰ বিষয়ে জানিবলৈ অভিযুক্তক অধিক সোধা-পোছা অব্যাহত ৰাখিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dr.Farooq Abdullah AttackJammuOne ArrestedPistal seizedweeding ceremony
publisher

publisher

Related Posts

Bear cub rescued in Kherani:পশ্চিম কাৰ্বি আংলঙৰ লামাৰাঙত তিনিটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ
Uncategorized

Bear cub rescued in Kherani:পশ্চিম কাৰ্বি আংলঙৰ লামাৰাঙত তিনিটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ

March 12, 2026
Samaguri:নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ শালনাত ৰহস্যজনক ভাবে উদ্ধাৰ লাখ লাখ টকা
Uncategorized

Samaguri:নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ শালনাত ৰহস্যজনক ভাবে উদ্ধাৰ লাখ লাখ টকা

March 12, 2026
Heavy storm in Demow:ডিমৌত আগতীয়াকৈ আগমন বৰদৈচিলা !
Uncategorized

Heavy storm in Demow:ডিমৌত আগতীয়াকৈ আগমন বৰদৈচিলা !

March 12, 2026
Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d