Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ

    JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

    Congress Candidate List:শনিবাৰে প্ৰকাশ পাব ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দ্বিতীয়খন তালিকা

    আমেৰিকাৰ বাণিজ্য তদন্তৰ আওতাত ভাৰতসহ প্ৰায় ৬০টা দেশ

    MLA Padma Hazarika:আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ হত্যাৰ চিবিআাই তদন্তৰ দাৱী বিধায়ক পদ্মৰ

    PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দিল্লীত নিৰ্বাচন কমিটিৰ বৈঠকৰ পিছত ঘোষণা এপিচিচি সভাপতি গৌৰৱ গগৈৰ

publisher by publisher
March 13, 2026
in News
Reading Time: 1 min read
0
Congress Candidate List:শনিবাৰে প্ৰকাশ পাব ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দ্বিতীয়খন তালিকা
1
SHARES
9
VIEWS
ShareShareShareShare

Congress Candidate List:

ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰথম খন তালিকা ঘোষণা কৰাৰ পিছত দ্বিতীয় খন প্ৰাৰ্থী তালিকাৰ বাবে উৎকণ্ঠাৰে বাট চাই থকা প্ৰাৰ্থী সকলৰ বাবে এটা ভাল খবৰ যে শুকুৰবাৰে প্ৰকাশ পাব দ্বিতীয় খন প্ৰাৰ্থী তালিকা ৷ এই কথা আজি দিল্লীত ঘোষণা কৰে এপিচিচি সভাপতি গৌৰৱ গগৈ ৷

ADVERTISEMENT

দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে অজাপ ,চিপিএম আৰু কাৰ্বি পাহাৰৰ জন ইংতি কাথাৰৰ স’তে জোটবন্ধন কৰি ইতিমধ্যে ঘোষণা কৰিছে প্ৰথম খন প্ৰাৰ্থী তালিকা ৷ পূৰ্বে এই জোঁটৰ অংশীদাৰ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ আছিল যদিও শেহতীয়াকৈ কংগ্ৰেছৰে কেতবোৰ আসনক লৈ মতানৈক্য থকাৰ বাবে কাৰ্যত ৰাইজৰ হল একাষৰীয়া হোৱাৰ উপক্ৰম হৈছে ৷ অৱশ্যে গৌৰৱ গগৈয়ে ফেচবুক যোগে ৰাইজৰ দলৰে আলোচনা কিছু বিৰাম দিয়া বুলি উল্লেখ কৰাৰ বিপৰীতে বৰ্তমান বুজাপৰা সমগ্ৰ বিষয়টো কংগ্ৰেছৰ কৰ্টত থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ ৷ আনহাতে আনহাতে আসন বুজাপৰাৰ বাবে দিল্লীত বাহৰ পাতি আছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অজাপ পাঁচজনীয়া দল ৷

RelatedPosts

APCC:বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰা সকল ওলাই যাওক বুলি ৰাহুল গান্ধীৰ হুংকাৰ

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

আনহাতে অসমৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে শুকুৰবাাে নতুন দিল্লীত কংগ্ৰেছৰ নির্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে,কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী, সাধাৰণ সম্পাদক এছ বেনুগোপাল, জিতেন্দ্ৰ সিং, এপিচিচি সভাপতি গৌৰৱ গগৈঅসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ এআইচিচিৰ সাধাৰণ সম্পাদক সকল উপস্থিত থাকে ৷

২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিক ৰোধিবলৈ এখন ভাল শক্তিশালী প্ৰাৰ্থী তালিকা প্ৰস্তুতত মোহৰ মৰা হয়। দিল্লীৰ এক উচ্চস্তৰীয় সূত্ৰই জানিব দিয়া মতে, শুকুৰবাৰে ঘোষণা হ’বলগীয়া প্ৰাৰ্থী তালিকা খন ৩৫ জনীয়া ৷ মুলত: ব্ৰহ্মপুত্ৰ,বৰাক আৰু কাৰ্বি পাহাৰৰ প্ৰাৰ্থীৰ নাম অন্তভুৰ্ক্ত কৰা হৈছে ৷ এনে প্ৰেক্ষাপটত আশাৰে বাট চাই থকা প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ উৎকণ্ঠা ওৰ পৰিব শুকুৰবাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Announced TomorrowCongress Candidate ListGaurav Gogoi
publisher

publisher

Related Posts

Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ
News

Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ

March 13, 2026
JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
News

JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

March 13, 2026
আমেৰিকাৰ বাণিজ্য তদন্তৰ আওতাত ভাৰতসহ প্ৰায় ৬০টা দেশ
News

আমেৰিকাৰ বাণিজ্য তদন্তৰ আওতাত ভাৰতসহ প্ৰায় ৬০টা দেশ

March 13, 2026
MLA Padma Hazarika:আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ হত্যাৰ চিবিআাই তদন্তৰ দাৱী বিধায়ক পদ্মৰ
News

MLA Padma Hazarika:আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ হত্যাৰ চিবিআাই তদন্তৰ দাৱী বিধায়ক পদ্মৰ

March 13, 2026
PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
News

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

March 13, 2026
পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d