Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

    অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

    Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ 

    Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত

    সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

    একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

publisher by publisher
March 13, 2026
in News
Reading Time: 1 min read
0
Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ 
1
SHARES
7
VIEWS
ShareShareShareShare

Dr. Hiren Gohain:

নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতি, অসমে এক বিবৃতিত আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা কৰিছে । কাকতলৈ প্ৰেৰণ কৰা বিবৃতিটোত সভাপতি ডঃহীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীয়ে কয় যে যুদ্ধই ১২ দিন অতিক্ৰম কৰিছে আৰু ইতিমধ্যে ভয়ানক মুল্যবৃদ্ধি,পেট্ৰল-ৰন্ধন গেচৰ নাটনি আদি যুদ্ধৰ কু-প্ৰভাৱ আমাৰ দেশতো প্ৰকট হৈ পৰিছে। এই যুদ্ধৰ পোনপটীয়া প্ৰভাৱ চাহ অৰ্থনীতিতো পৰিব, কিয়নো ইৰাণ হৈছে ভাৰতীয় চাহৰ বিশেষকৈ অসম চাহৰ অন্যতম ৰপ্তানিকাৰী দেশ ।

ADVERTISEMENT

বিবৃতিটোত কয় যে আমেৰিকা-ইজৰাইল যুটিৰ ইৰাণ আক্ৰমনৰ ঘটনাক ভাৰতৰ মোডী চৰকাৰে গৰিহনা দিয়াৰ সাহস গোটাব পৰা নাই আৰু ভাৰতৰ পূৰ্বৰ গোষ্ঠী নিৰপেক্ষ অৱস্থানৰ পৰা সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি ভাৰতবৰ্ষক আমেৰিকাৰ বহতীয়া দেশত পৰিণত কৰিছে যাৰ ফলত ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিছে আৰু ভাৰতৰ পূৰ্বৰ স্বাভিমান আৰু আত্মসন্মান মাটিত মিহলি হৈ পৰিছে। BRICS ৰ সভাত যাবলৈ মানা কৰা , ৰাচিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব পাৰিব নে নাই সেয়া ট্ৰাম্প নিৰ্ণয় কৰা আদি কাৰ্যৰ দ্বাৰা মোডীক ট্ৰাম্পে নিজৰ আজ্ঞাবাহী ভৃত্যৰ দৰে নিৰ্দেশ দিয়া ঘটনাই ভাৰতৰ স্বাধীনমনা লোকক বিশ্ববাসীৰ ওচৰত লজ্জিত কৰি তুলিছে ।

RelatedPosts

Middle East War:ভূমধ্য সাগৰৰ পৰা ওমান উপসাগৰৰ আকাশ ছানিছে ক’লা ধোঁৱাই

বিবৃতিত কয় যে ইৰাণে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ প্ৰস্তাৱ দিয়াৰ পাছতো আনকি আলোচনাৰসকলো চৰ্ত মানি লোৱাৰ পাছতো আমেৰিকা-ইজৰাইল যুটিয়ে ৰাষ্ট্ৰসংঘৰ নীতি উলংঘা কৰি ইৰাণৰ সৰ্বোচ্চ নেতা গৰাকীক হত্যা কৰাতে ক্ষান্ত নেথাকি অসামৰিক লোক, স্কুল, কলেজ, চিকিৎসালয় আদি লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছে আৰু কেইবা শ নিৰীহ লোকৰ আনকি ছাত্ৰ-ছাত্ৰীক হত্যা কৰিছে। এই যুদ্ধ অব্যাহত থাকিলে তৃতীয় বিশ্ব যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে যি মানৱ সভ্যতাৰ প্ৰতি ভাবুকিৰ হৈ উঠিব।

বিবৃতিত যুদ্ধৰ বিৰুদ্ধে অৱস্থান গ্ৰহন কৰি আমেৰিকা-ইজৰাইল যুটিৰ ইৰাণ আক্ৰমণৰ ঘটনাক বিৰোধিতা কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী জনোৱা হয় আৰু আমেৰিকাৰ স্বাৰ্থত বিশেষকৈ খাৰুৱা তেলৰ বজাৰত আমেৰিকাৰ একচেটিয়া নিয়ন্ত্ৰন প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত সৃষ্টি কৰা এই যুদ্ধই কঢ়িয়াই অনা অৰ্থনৈতিক সংকটৰ বোজা ভাৰতৰ জনসাধাৰণৰ ওপৰত জাপি নিদিবলৈ দাবী জনোৱা হয়। আমেৰিকা-ইজৰাইলৰ দাদাগিৰিয়ে সকলো সীমা অতিক্ৰম কৰিছে আৰুযুদ্ধবাজ নীতিৰ বিৰুদ্ধে প্ৰবল গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: hiren gohain CondemnsMiddle East War
publisher

publisher

Related Posts

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী
India

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

March 13, 2026
অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক
News

অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

March 13, 2026
Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত
News

Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত

March 13, 2026
সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা
News

সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

March 13, 2026
একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ
News

একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ

March 13, 2026
মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d