Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

publisher by publisher
March 13, 2026
in India, News
Reading Time: 1 min read
0
মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰ-ম্যানমাৰ সীমান্তত পুনৰ উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে যুটীয়া বাহিনীয়ে

মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান

Manipur Violence:✒️মণিপুৰত এইবাৰ নগা উগ্রপন্থী সংগঠন এনএছচিএন (আই-এম) আৰু কুকি সংগঠনৰ মাজত সংঘৰ্ষৰ পৰিণতিত কমেও ২০ জন লোকক কুকি স্বেচ্ছাসেৱক বাহিনীয়ে পণবন্দী কৰা

ADVERTISEMENT

ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে। একে সময়তে এনএছচিএনৰ অস্ত্ৰধাৰী সদস্যই কুকি গাঁওৰক্ষী বাহিনীৰ সদস্যক পণবন্দী কৰাৰো অভিযোগ উঠিছে। তদুপৰি দুয়োপক্ষৰ মাজত গুলিচালনা সংঘটিত হয়। উল্লেখ্য যে মণিপুৰৰ নিৰাপত্তা ব্যৱস্থালৈ গভীৰ উদ্বেগ কঢ়িয়াই কুকি স্বেচ্ছাসেবীয়ে সেনা জোৱানকে ধৰি ২০ জন লোকক পণবন্দী কৰে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উখৰুল-ইম্ফল পথত। তথ্য অনুসৰি আৰক্ষী সেনা জোৱানজন ছুটীত আছিল আৰু তেওঁ উখকল জিলাৰ লিটন আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোৰে পাৰ হৈ যাওতে গাড়ী ৰখাই পণবন্দী কৰা হয়। এইদৰে কমেও তিনিখন গাড়ী পথত ৰখাই কুকি স্বেচ্ছাসেৱক বাহিনীয়ে পণবন্দী কৰে লোকসকলক। জনজাতীয় ঐক্য সমিতি (চিঅ’টিইউ) য়ে কয় যে এটা সশস্ত্র নগা গোটে অপ্রৰোচিতভাবে গুলিচালনা কৰাৰ লগতে কুকি স্বেচ্ছাসেবীক আবদ্ধ কৰাৰ প্ৰত্যুত্তৰত এই ঘটনা সংঘটিত হয়। নগাৰ দলে কুকিলৈ গুলিচালনা কৰাৰ লগতে দুজনক পণবন্দী কৰে বুলি অভিযোগ উত্থাপন কৰে চিঅ’টিইউৰ মুখপাত্র লুন কিংপিনে।

ইপিনে, মণিপুৰ আৰক্ষীৰ মতে দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ ফলতে এই ঘটনা হৈছে। আৰক্ষীয়ে কয় যে কুকি আৰু নগাৰ মাজত হোৱা এই সংঘাতৰ সোনকালে অন্ত পৰিব। পণবন্দীৰ মুক্তিৰ বাবে আলোচনা অব্যাহত আছে। এই প্রচেষ্টাৰ স’তে নাগৰিক সমিতিসমূহক জড়িত কৰা হৈছে।

মণিপুৰৰ মুখ্যমন্ত্রী যুমনাম খেমচান্দে এই সংকটক লৈ এক বিবৃতিত গভীৰ উদ্বেগ প্রকাশ কৰে আৰু ২০ আৱদ্ধ লোকক সুৰক্ষিত আৰু চৰ্তহীনভাবে মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছে। বিবৃতিত প্রকাশ যে চৰকাৰে বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে আৰু এই কাপুৰুষালি কার্যত জড়িতসকলক গ্ৰেপ্তাৰৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিব।

চিঅ’টিইউৰ মুখপাত্র কিংপিনে লগতে কয় যে সশস্ত্র দুর্বৃত্তই কুকি কৃষকসকলৰ ওপৰত গুলিচালনা কৰাৰ বাবে প্রত্যুত্তৰত ঘটনাটো সংঘটিত হয়। সশস্ত্র লোকসকল এনএছচিএন (আইএম)ৰ সদস্য বুলি কয় মুখপাত্ৰগৰাকীয়ে।

তেওঁ কয়, ‘আজি পুৱা ছয় বজাত এনএছচিএনৰ সশস্ত্র সদস্যই অপ্ৰৰোচিতভাবে থৱাই কুকি গাঁৱৰ বাসিন্দাসকললৈ গুলিচালনা কৰে। কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী আৰু আঠ বিহাৰ ৰেজিমেণ্টৰ জোৱানসকল আহি উপস্থিত নোহোৱা পর্যন্ত আমাৰ গাঁও স্বেচ্ছাসেৱকসকলে কৃষকসকলক সুৰক্ষা দিবলৈ প্ৰত্যুত্তৰ দিবলগীয়া হয়।’

কিংপিনে কয়, ‘তেওঁলোক অহাৰ পাছত দুয়োপক্ষৰ মাজত গুলিচালনা বন্ধ হয়। কিন্তু আমাৰ দুজন স্বেচ্ছাসেৱকক বন্দী কৰা হয়। ভৰিত গুলি লগাৰ পাছতো এজনে পলায়ন কৰে যদিও আনজনৰ এতিয়ালৈ কোনো খবৰ নাই।’

তেওঁ কয় যে আনটো পক্ষৰ লোককো কুকি স্বেচ্ছাসেবকসকলে বন্দী কৰিছে। তেওঁ কয়, ‘সিহঁতৰ মানুহকো বন্দী কৰা হৈছে যদিও কোনেও এই সম্পর্কে কোৱা নাই। আলোচনা অব্যাহত আছে।’

অৱশ্যে আৰক্ষীয়ে সশস্ত্র নগা দুর্বৃত্তই গাঁওখনত প্ৰৱেশৰ দাবী অস্বীকাৰ কৰি কয় যে এই ঘটনা দুটা সম্প্রদায়ৰ মাজত সংঘৰ্ষৰ ফলত হৈছে। আৰক্ষী বিষয়াই কয়, ‘দুটা সম্প্রদায়ৰ মাজত কাজিয়া-পেচাল লাগে কিছুমান লোক সন্ধানহীন হৈছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত উখকল-ইম্ফল পথত গাড়ী ৰখাই কেইজনমানৰ পণবন্দী কৰি লৈ যায়।’ তেওঁ জনোৱা মতে আলোচনা শেষ পর্যায়ত আছে আৰু অতি সোনকালে পণবন্দীসকলক মোকলাই দিয়া হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: kuki CommunityManipur Violence
publisher

publisher

Related Posts

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d