Gemon Bridge in Sivsagar:শিৱসাগৰত মেৰামতিৰ সময়তে ভাগিল গেমন দলং

সংযোগ বিচ্ছিন্ন উজনি-নামনিৰ

WhatsApp Image 2026 03 27 at 3.30.13 PM

Gemon Bridge in Sivsagar:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–শিৱসাগৰত অঘটন ৷ দিখৌ নৈৰ ওপৰত থকা গেমন দলং খন মাজভাগতে হঠাতে ভাগি পৰে ৷মেৰামতিৰ সময়ত দলঙ খন ভাগি পৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিচ্ছিন্ন হৈ পৰিছে উজনি-নামনিৰ সংযোগ ৷ ফলস্বৰূপে দুয়োদিশে ব্যাপক যানযঁটৰ সৃষ্টি হৈছে ৷

Exit mobile version