Gemon Bridge in Sivsagar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–শিৱসাগৰত অঘটন ৷ দিখৌ নৈৰ ওপৰত থকা গেমন দলং খন মাজভাগতে হঠাতে ভাগি পৰে ৷মেৰামতিৰ সময়ত দলঙ খন ভাগি পৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিচ্ছিন্ন হৈ পৰিছে উজনি-নামনিৰ সংযোগ ৷ ফলস্বৰূপে দুয়োদিশে ব্যাপক যানযঁটৰ সৃষ্টি হৈছে ৷
ADVERTISEMENT






























