মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত মৃত বন্যহস্তীৰ পোৱালী উদ্ধাৰ

IMG 20260413 211818

মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত মৃত বন্যহস্তীৰ পোৱালী উদ্ধাৰ। অভয়াৰণ্যখনৰ এম ই এছৰ সমীপৰ দুই নম্বৰ কপাৰ্টমেণ্টত উদ্ধাৰ মৃত বন্যহস্তীৰ পোৱালিটো।

প্ৰায় এসপ্তাহৰ পূৰ্বে হাতী পোৱালীটোৰ মৃত্যুৰ সন্দেহ। স্থানীয় লোকে খবৰ দিয়াৰ পাছতহে গম পাই বনবিভাগে।মৃত হাতী পোৱালীটোৰ বয়স দুই মাহ বুলি অনুমান কৰা হৈছে।

Exit mobile version