ADVERTISEMENT

Tag: Ayodhya

অন্ধ প্ৰদেশত ৬০ মিটাৰ দীঘল শাড়ীত ১৩ টা ভাষাত ৩২,২০০ বাৰ লিখিলে জয় শ্ৰীৰাম শ্ল’গান

এখন শাড়ীত ৩২,২০০ বাৰ জয় শ্ৰীৰাম শ্ল'গান লিখি এক অভিলেখ সৃষ্টি কৰিলে এজন বস্ত্র বােৱনীয়ে । অন্ধ্র প্রদেশৰ ধর্মাবৰম নিবাসী ...

Read moreDetails

Diwali in Ayodhya : ন লক্ষাধিক মাটিৰ চাকি জ্বলিল সৰয্যূ নদীৰ পাৰত, গিনিছ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত অযোধ্যাৰ

ন লক্ষাধিক মাটিৰ চাকি জ্বলাই নতুন অভিলেখ গঢ়িলে অযোধ্যা । দীপাৱলী উপলক্ষে সৰয্যূ নদীৰ পাৰত বুধবাৰে ন লাখ ৪১ হেজাৰ ...

Read moreDetails

ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি দিলে গুহাবাসী সন্ন্যাসীয়ে

অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সম্প্রতি সমগ্ৰ দেশতে অব্যাহত আছে দান-বৰঙণি সংগ্রহ অভিযান। ৰাষ্ট্রপতি ৰামনাথ কৱিন্দৰ পৰা আৰম্ভ বিভিন্ন জনে ...

Read moreDetails

গণৰাজ্য দিৱসত অযােধ্যাত মছজিদ নিৰ্মাণ

ধর্মীয় আচাৰ-অনুষ্ঠানৰ পৰিৱর্তে অযােধ্যাতু প্রস্তাৱিত মছজিদ নির্মাণ প্রকল্প সূচনাৰ বাবে বাছি লােৱা বৃক্ষৰােপণক। অর্থাৎ বৃক্ষৰােপণৰ মাধ্যমেৰেই মছজিদ নির্মাণকার্য আৰম্ভ কৰা ...

Read moreDetails

শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান ১৫ জানুৱাৰীৰ পৰা

'অযোধ্যাত স্থাপন হ'বলগীয়া নৱ নিৰ্মিত ৰাম মন্দিৰলৈ অসমবাসীৰ সহায়-সহযোগিতা বিচাৰি শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ সিমিত, অসমে এক অভিযান চলাব ।' ...

Read moreDetails

কৰ’নাৰ বাবে অযোধ্যাত ৰামৰ বৰযাত্ৰা বাতিল কৰিলে ভিএইছপি-য়ে

ক'ভিড-১৯ পৰিস্থিতিৰ বাবে ৰাম মন্দিৰৰ বৰযাত্ৰা বাতিল কৰাৰ ঘোষণা কৰিলে বিশ্ব হিন্দু পৰিষদ (ভিএইছপি)য়ে । সংগঠনৰ মুখপাত্ৰ শৰদ শৰ্মাই শনিবাৰে ...

Read moreDetails

কাইলৈ চি বি আইৰ বিশেষ আদালতত বাবৰি মছজিদ সন্দৰ্ভত শুনানি

৩০ ছেপ্তেম্বৰ অৰ্থাৎ কাইলৈ বাবৰি মছজিদ ধ্বংসৰ সন্দৰ্ভত সিদ্ধান্ত ৷ এই সন্দৰ্ভত CBI ৰ বিশেষ আদালতত হ’ব শুনানি। CBIয়ে এই ...

Read moreDetails

কোনো প্ৰসিদ্ধ ঠাই বা ৰজাৰ নামেৰে নহয় অযোধ্যাৰ ধন্নীপুৰত নিৰ্মাণ হোৱা মছজিদৰ নাম

উচ্চ ন্যায়ালয়ৰ আদেশত অযোধ্যাৰ ধন্নীপুৰ গাঁৱত নিৰ্মাণ হ’ব লগা মছজিদটোৰ নাম কোনো প্ৰসিদ্ধ ঠাই বা ৰজাৰ নামেৰে নহয় । এই ...

Read moreDetails
Page 2 of 7 1 2 3 7