Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ছয় লাখ চাকিৰে সৰযূৰ পাৰ উজলি উঠিল

publisher by publisher
November 15, 2020
in India, News
Reading Time: 1 min read
0
ছয় লাখ চাকিৰে সৰযূৰ পাৰ উজলি উঠিল
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

৪২টা দাঁতৰে বিশ্ব অভিলেখ মালয়েছিয়াৰ যুৱকৰ 

উপাৰ্জনৰ তৃতীয় স্থানত অযোধ্যাৰ ৰাম মন্দিৰ, তালিকাত শীৰ্ষত কোন মন্দিৰ?

দ্বীপান্বিতা উপলক্ষ্যে প্ৰায় ছয় লাখ চাকিৰে উজলি উঠিল ৰাম জন্মভূমি । গোবৰৰে বনোৱা বিশেষ চাকিৰ পোৰত সৰযূ নদীৰ পাৰ দৃষ্টিনন্দন হৈ পৰিল । পূৰ্ব নিৰ্দ্ধাৰিতভাৱে আৰম্ভ কৰা প্ৰস্তুতিৰে কালি সন্ধিয়া সৰযূ নদীৰ পাৰত পাঁচ লাখ ৮৪ হেজাৰ ৫৭২ টা চাকিৰে অযোধ্যাৰ ‘দীপ উৎসৱ’ মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয় । ইমান বৃহৎ সংখ্যক চাকি একে সময়তে উজ্জ্বলাই তোলাৰ পাছত দীপ উৎসৱে গিনিজ বিশ্ব অভিলেখটো নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ।

ADVERTISEMENT

প্ৰায় পাঁচশ বছৰজোৰা বিতৰ্কৰ অৱসানৰ পাছত স্বমহিমাৰ অযোধ্যালৈ উভতি অহা ৰামক সেয়েহে এইবাৰ বিশেষভাৱে আদৰণি জনাবলৈ উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছিল । অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ পাছত এইবাৰ এয়া হৈছে প্ৰথমটো দ্বীপান্বিতা । উল্লেখ্য যে কালিৰ দিনটোতে ১৪ বছৰৰ বনবাসৰ অন্তত ৰামে সীতা-লক্ষ্মণসহ অযোধ্যালৈ উভতি আহিছিল বুলি জন বিশ্বাস আছে ।

পুষ্পক বিমানত উঠি অযোধ্যালৈ উভতি অহা ৰামক আদৰণি জনাবলৈ প্ৰজাই অযোধ্যা নগৰক অসংখ্য চাকিৰে উজ্বলাই তুলিছিল । এই বিশেষ দিনতোক পালন কৰিবলৈকেই কালিৰ এই মহাআয়োজন কৰা হৈছে । কালিৰ আয়োজনত এখন হেলিকপ্তাৰত উঠি আহি সৰযূ নদীৰ পাৰত উপস্থিত হয় ৰাম-সীতা সাজি অহা অভিনেতাই । ঠিক ৰাম-সীতা-লক্ষ্মণ উভতি অহাৰ দৰেই অনুষ্ঠিত কৰা হৈছিল সকলো । অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দীবেন পাটেলো উপস্থিত থাকে । যোৱা চাৰি বছৰ ধৰি দীপ উৎসৱ পালন কৰি অহা হৈছে ।

অনুষ্ঠানত উপস্থিত থকাৰ লগতে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে সমগ্ৰ ৰাম মন্দিৰৰ চৌহদৰ পৰিক্ৰমাও কৰে । ৰাম মন্দিৰৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী যোগীয়ে কয়, ‘ৰাম ৰাজ্যৰ সপোনক বাস্তৱায়িত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । আমি ৰাম মন্দিৰৰ নিৰ্মাণ তথা ভূমি পূজনৰ সাক্ষী হ’ব পাৰিছো । সেয়েহে নিজকে আমি অত্যন্ত সৌভাগ্যবান বুলি ভাৱিছো ।

পাঁচশ বছৰ ধৰি ভাৰতবাসীয়ে । ৰাম মন্দিৰৰ সপোন দেখি আহিছে । এইসকলৰ ভিতৰত অধিক সংখ্যক আজি নাই; কিন্তু এই সপোনক সত্য প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰীয়ে । এই ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো । সকলো কৰ’না স্বাস্থ্য বিধি অনুসৰণ কৰি দীপ উৎসৱ পালন কৰা হৈছে । ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰতো সকলো বিধি-ব্যৱস্থা মানি চলা হ’ব ।’

অযোধ্যাত দ্বীপান্বিতাক লৈ জনগণৰ মাজত উৎসাহ প্ৰথমৰে পৰা অন্যান্য ধৰণৰ । কালিৰ অনুষ্ঠানত লোকশিল্পীৰ দ্বাৰা নৃত্য পৰিবেশন, ৰামলীলা প্ৰদৰ্শনৰ লগতে বিশেষভাৱে গোবৰৰে বনোৱা চাকীয়ে সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰে । দীপ উৎসৱত এইবাৰ কৰ’না পৰিস্থিতিৰ বাবে অৱশ্যে জনসমাগম অধিক হোৱাত প্ৰশাসনৰ পৰা বাধা আৰোপ কৰা হৈছিল । ইফালে অযোধ্যাৰ দীপ উৎসৱৰ এখন ছবিৰে ছ’চিয়েল মিডিয়া যোগে অভিনেতা অমিতাভ উচ্চনে দেশবাসীক দীপান্বিতাৰ শুভেচ্চা জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AyodhyaDiyafestivalGovernment'World Record
publisher

publisher

Related Posts

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

October 2, 2026
চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি
Assam

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d