Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অন্ধ প্ৰদেশত ৬০ মিটাৰ দীঘল শাড়ীত ১৩ টা ভাষাত ৩২,২০০ বাৰ লিখিলে জয় শ্ৰীৰাম শ্ল’গান

publisher by publisher
April 26, 2022
in India, News
Reading Time: 1 min read
0
অন্ধ প্ৰদেশত ৬০ মিটাৰ দীঘল শাড়ীত ১৩ টা ভাষাত ৩২,২০০ বাৰ লিখিলে জয় শ্ৰীৰাম শ্ল’গান
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: বলেৰ’–ৰেডিমিক্স ল’ৰীৰ সংঘৰ্ষত আঠ জন নিহত, ১২ জন আহত

Amravati is new capital of Andhra Pradesh:অৱশেষত স্থায়ী ৰাজধানী লাভ কৰিলে অন্ধ্র প্রদেশে

দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

এখন শাড়ীত ৩২,২০০ বাৰ জয় শ্ৰীৰাম শ্ল’গান লিখি এক অভিলেখ সৃষ্টি কৰিলে এজন বস্ত্র বােৱনীয়ে । অন্ধ্র প্রদেশৰ ধর্মাবৰম নিবাসী এক বস্ত্র প্রস্তুতকাৰক শিল্পীয়ে এখন শাড়ীত ১৩টা ভাৰতীয় ভাষাত ৩২,২০০ বাৰ জয় শ্ৰীৰাম গান লিখিলে বস্তু শিল্পীজনে ইয়াৰ বাবে ব্যৱহাৰ কৰিলে এখন ৬০ মিটাৰ দৈৰ্ঘৰ শাড়ী।

ADVERTISEMENT

অভিলেখ ৰচিবলৈকে ব্যক্তিজনে এইদৰে ৬০ মিটাৰ দৈর্ঘৰ শাড়ীত জয় শ্ৰীৰাম গান লিখিলে। এইদৰে শাড়ীত জয় শ্ৰীৰাম শ্ল’গান লিখি ব্যক্তিজনে ভগৱান ৰামৰ প্রতি নিজৰ শ্রদ্ধা নিবেদন কৰিলে।

সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, ৰেচমৰ বস্ত্ৰত এইদৰে ৩২,২০০ বাৰকৈ জয় শ্ৰীৰামৰ শ্ল’গান লিখা হৈছিল ।ইয়াৰ বাবে বস্ত্ৰ শিল্পীজনে ৬০ মিটাৰ দীঘল আৰু ৪৪ ইঞ্চি বহল ৰেচমৰ বস্তু ব্যৱহাৰ কৰিছিল। বস্ত্রখনত মুঠ ১৩টা ভাৰতীয় ভাষাত ৩২,২০০ বাৰকৈ জয় শ্রীৰাম বুলি লিখি শালত বােৱা হৈছে। এইদৰে শাড়ীত ভগৱান শ্ৰীৰামৰ নাম লিখা বস্ত্র শিল্পীগৰাকীৰ নাম হৈছে জুজাৰ নাগৰাজু।

অন্ধ্র প্রদেশৰ সাই জিলাৰ ধর্মাবৰমৰ বাসিন্দা হৈছে জুজাৰু। জুজাৰু এজন বস্ত্রশিল্পী হিচাপে অঞ্চলটোত পৰিচিত। ৪০ বছৰীয়া জুজাৰুয়ে শৈশৱৰ পৰাই বয়ন শিল্পৰ স’তে জড়িত হৈ আহিছে। বয়ন কর্মৰ প্ৰতি তেওঁৰ বিশেষ আগ্রহ আছে।

জুজাৰুৱে বৈ উলিওৱা বস্ত্ৰখনৰ নাম ৰাখিছে ‘ ৰাম ক’টি বস্ত্রম।’ সুন্দৰ শাড়ীখনত কেৱল বিভিন্ন ভাষাত ৰামৰ নাম লিখাই নহয়, ৰামায়ণৰ সুন্দৰাকাণ্ডৰ লগতে ভগৱান ৰামৰ ১৬৮ খন পৃথক চিত্রও বৈ উলিওৱা হৈছে।জুজাৰুৱে জনােৱা অনুসৰি, এইদৰে এখন ৬০ মিটাৰ দৈর্ঘৰ বস্ত্র প্রস্তুত কৰাটো তেওঁৰ বাবে সহজ নাছিল।

শাড়ীখন বােৱাৰ বাবে তেওঁক দীর্ঘদিনৰ প্রয়ােজন হৈছিল। ১৬ কিলােগ্রাম ওজনৰ শাড়ীখন বৈ উলিয়াবলৈ তেওঁক চাৰিমাহ সময়ৰ প্রয়ােজন হৈছিল। চাৰিমাহ ধৰি জুজাৰুৱে পৰিশ্ৰম কৰাৰ লগতে শাড়ীখন সম্পূর্ণ কৰাৰ বাবে ব্যয় কৰিব লগা হৈছিল যথেষ্ট ধন।

জুজাৰুৰ লগতে আন দুজন লােকে শাড়ীখন তৈয়াৰ কৰাত ভাগ লৈছিল। শাড়ীখন প্রস্তুত কৰিবলৈ জুজাৰুয়ে তেওঁৰ সঞ্চিত ডেৰ লাখ টকা ব্যয় কৰিব লগা হৈছিল। এই শাড়ীখন জুজায়ে এতিয়া অযােধ্যা মালয়মক উপহাৰ দিব বিচাৰে।

অযােধ্যাৰ ৰামমন্দিৰত ৰামনামী শাড়ীখন সংৰক্ষণ কৰা হ’ব যাতে সকলােৱে শাড়ীখন দর্শন কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Andhra PradeshAyodhyaJai Shri RamLord RamSaree
publisher

publisher

Related Posts

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d