ADVERTISEMENT

Tag: Box Office

Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

Pathaan : শ্বাহৰুখ খান অভিনীত ‘পাঠান’ ছবিখনে দেশৰ বক্স অফিচত সবাতোকৈ কম দিনত সৰ্বাধিক ৪০০ কোটি টকাৰ ব্যৱসায়ৰ অভিলেখ গঢ়িলে। ...

Read more

Pathaan : ৭০০ কোটিৰ ব্যৱসায় সম্পন্ন , লক্ষ্য এতিয়া ১০০০ কোটিৰ ক্লাবৰ

Pathaan : বিশ্বজুৰি বক্স অফিচত চাঞ্চল্য অব্যাহত ৰাখিছে ‘পাঠান’ ছবিখনে। বলিউডৰ মহাতাৰকা অভিনেতা শ্বাহৰুখ খান, জন আব্রাহাম, দিপীকা পাডুকন অভিনীত ...

Read more

SS Rajamouli : চলিত বছৰত হিন্দী ছবিৰ বক্স অফিচৰ ইমান কৰুণ অৱস্থা কিয় ?

SS Rajamouli : দক্ষিণী পৰিচালক এছএছ ৰাজামৌলিৰ সাফল্যৰ জোৱাৰ বৈছে । সম্প্রতি তেওঁৰ পৰিচালিত ‘আৰআৰআৰ’ ছবিখন গ'ল্ডেন গ্ল'ব অৱার্ডত দুটা ...

Read more

Brahmastra box office day 1 collection : আৰম্ভণিতেই ৩৬ কোটি টকা আয় ব্ৰহ্মাস্ত্ৰৰ

শুকুৰবাৰে মুক্তি পালে ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্ট অনিনিত ছবি ব্রহ্মাস্ত্র । ছাই-ফাই ছবিখনক দর্শকসকল চৰম উৎসাহিত আছিল । অয়ন ...

Read more

বক্স অফিচত কম্পন ‘গংগুবাই কাথিয়াৱাড়ী’ৰ,প্রথম দিনতে ১০কোটিৰ ব্যৱসায়

নানা বিতর্ক, সমালােচনা আৰু একাধিক আইনী জটিলতাৰ পাছতাে শেহতীয়াকৈ দেশৰ চিত্ৰগৃহত মুক্তি লাভ কৰা ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিখনে বক্স অফিচত আলােড়ন ...

Read more

১২দিনত বক্স অফিচত ১৬০ কোটি টকাৰ ব্যৱসায় ‘সূৰ্যবংশী’ৰ

অক্ষয় কুমাৰ আৰু কেটৰিণা কাঈফ অভিনীত আৰু ৰােহিত ছেট্টী পৰিচালিত ‘সূর্যবংশী’ ছবিখনে বিগত ১২ দিনত দেশৰ বক্স অফিচত ১৬০ কোটি ...

Read more

পঞ্চম দিনত এশ কোটিৰ ক্লাবত অন্তৰ্ভুক্ত হ’ল ‘সূৰ্যবংশী’

কৰ’না পৰৱর্তী পৰিস্থিতিত দীর্ঘদিন ধৰি দেশত বন্ধ হৈ থকা চিত্রগৃহসমূহলৈ নতুন প্রাণ কঢ়িয়াই আনিলে অক্ষয় কুমাৰ-কেটৰিণা কাঈফ অভিনীত সদ্যমুক্তিপ্রাপ্ত ‘সূর্যবংশী’ ...

Read more

বর্জনৰ আহ্বান পাছতো তিনিদিনত ৮০ কোটিৰ ব্যৱসায় ‘সূৰ্য্যবংশী’ৰ

পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে ৰােহিত ছেট্টী পৰিচালিত আৰু অক্ষয় কুমাৰ, কেটৰিণা কাঈফ অভিনীত সদ্যমুক্তিপ্রাপ্ত হিন্দী ছবি ‘সূর্যবংশীৰ বিৰােধিতাৰে সামাজিক মাধ্যমত ...

Read more

আশাৰ ৰেঙণি কঢ়িয়াই দুদিনত বক্স অফিচত ৫০ কোটি টকা সংগ্ৰহ অক্ষয়ৰ ‘সূৰ্যবংশী’ৰ

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সুদীর্ঘ দিন বন্ধ হৈ থকাৰ পাছত সম্প্রতি চিত্ৰগৃহসমূহ পুনৰ মুকলি কৰা হৈছে। যােৱা শুকুৰবাৰে চিত্ৰগৃহত ...

Read more
Page 1 of 2 1 2