ADVERTISEMENT

Tag: DELHI

এক এপ্ৰিলৰ পৰা সকলো ক’ভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ হ’ব দিল্লীত, আৰম্ভ হ’ব অফলাইন শিক্ষা

ক'ভিড সংক্রমণৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা দিল্লীৰ নৈশিক সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হ'ব । দিল্লী দুৰ্যোগ প্ৰশমন বিভাগে ...

Read more

Arvind Kejriwal : ম‌ই অতি মধুৰ সন্ত্রাসবাদী, যিয়ে চিকিৎসালয়-বিদ্যালয় তৈয়াৰ কৰে : অৰবিন্দ কেজৰিৱাল

পঞ্জাৱ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আপ প্রধান অৰবিন্দ কেজৰিৱালে 'বিচ্ছিন্নতাবাদী' বুলি কটাক্ষ কৰিলে কংগ্রেছ আৰু বিজেপি-ক । শুকুৰবাৰে মুখ্যমন্ত্রী কেজৰিৱালে ...

Read more

দিল্লীৰ ৰবিদাস মন্দিৰত ‘শবাদ কীর্তন’ত অংশ ল’লে প্রধানমন্ত্রী মোদীয়ে

সন্ত ৰবিদাসৰ (Sant Ravidas) জন্মবার্ষিকী উপলক্ষে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) বুধবাৰে দিল্লীৰ কৰোলবাগত (Karol Bagh) 'শ্রী গুৰু ৰবিদাস বিশ্রাম ...

Read more

Delhi To London Bus : বিমানত নহয়, এইবাৰ দিল্লীৰ পৰা লণ্ডনলৈ যাত্ৰা কৰক বাছত

বিমানত নহয়, বাছত লণ্ডন ভ্ৰমণ কৰিবলৈ ইচ্ছুক ? ভ্রমণকাৰীসকলৰ সেই ইচ্ছা পূৰণ কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে হৰিয়ানাৰ এটা সংস্থা । ...

Read more

Cinema Halls: ৫০ শতাংশ দৰ্শকৰ স’তে প্ৰেক্ষাগৃহ খুলিছে দিল্লীত , বলিউডত আশাৰ ৰেঙনি

কৰ'না সংক্ৰমণৰ মাত্ৰা হ্ৰাস হোৱাৰ লগে লগেই আশাৰ ৰশ্মি । বৃহস্পতিবাৰৰ পৰা ৰাজধানীত ৫০ শতাংশ দৰ্শকৰ স'তে ছবিগৃহ খোলাৰ অনুমতি ...

Read more

১৯৫০ ৰ পাছত দিল্লীত জানুৱাৰীত হ’ল সৰ্বাধিক বৃষ্টিপাত

দিল্লীত প্রচণ্ড শীতৰ মাজতে চলিত মাহত হ’ল সর্বাধিক বৃষ্টিপাতৰ অভিলেখ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, শনিবাৰে নিশা হােৱা বৃষ্টিপাতৰ ...

Read more

COVID-19 : সাপ্তাহান্তিক সান্ধ্য আইন বাহাল, কেজৰিৱাল চৰকাৰৰ প্রস্তাৱ খাৰিজ দিল্লীৰ লেফটেনেন্ট গভর্নৰৰ

কৰ'না ভাইৰাছ সংক্রমণ কিছু নিয়ন্ত্রণত অহাত দিল্লীত সপ্তাহান্তিক সান্ধ্য আইন শিথিল কৰাৰ আবেদন জনাইছিল মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল চৰকাৰে । কিন্তু ...

Read more

Covid-19 : সংক্রমণ হ্ৰাস পাইছে, দিল্লীত সপ্তাহ অন্তত সান্ধ্য আইন শিথিল কৰাৰ আবেদন জনাইছে কেজৰিৱাল চৰকাৰে

কৰ'না ভাইৰাছ সংক্রমণ কিছু নিয়ন্ত্রণত অহাৰ বাবে দিল্লীত সপ্তাহ অন্তৰ সান্ধ্য আইন শিথিল কৰাৰ সিদ্ধান্ত লৈছে অৰবিন্দ কেজৰিৱাল চৰকাৰে । ...

Read more

২৫ হেজাৰলৈ বৃদ্ধি পাব দৈনিক সংক্ৰমণ, সপ্তাহান্তিকত সান্ধ্যআইন দিল্লীত

দেশৰ লগতে দিল্লীতে পুনৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক হ’ল। জানুৱাৰীৰ মাজভাগত দিল্লীত কৰ’নাৰ দৈনিক সংক্রমণ ২৫ হেজাৰৰ অধিক হ’ব পাৰে। এনে ...

Read more

Covid 19 :১৫ জানুৱাৰীৰ ভিতৰত কেৱল দিল্লীত দৈনিক সংক্ৰমণ হ’ব পাৰে ২০-২৫ হেজাৰ

১৫ জানুৱাৰীৰ ভিতৰত দিল্লীত দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা ২০-২৫ হেজাৰ হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে এই আশংকা প্ৰকাশ কৰিছে চৰকাৰী এটা ...

Read more
Page 10 of 24 1 9 10 11 24