Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পদ্মশ্ৰী বঁটা জয়ী শিল্পীসকলৰ ঘৰ খালি কৰোৱাইছে কেন্দ্ৰ‌ই

publisher by publisher
April 28, 2022
in India, News
Reading Time: 1 min read
0
পদ্মশ্ৰী বঁটা জয়ী শিল্পীসকলৰ ঘৰ খালি কৰোৱাইছে কেন্দ্ৰ‌ই
2
SHARES
15
VIEWS
ShareShareShareShare

কেন্দ্ৰীয় চৰকাৰে ১৯৭০ত এছিয়াড গাঁওবোৰত শিল্পীসকলক ভাৰাত আৱন্তিত কৰা চৰকাৰী গৃহ খালি কৰা কাৰ্য আৰম্ভ কৰিছে । ইয়াত বহু পদ্ম আৰু সংগীত-নাটক একাডমি পুৰষ্কাৰপ্ৰাপ্ত নাম অন্তৰ্ভুক্ত হৈ আছে ।

ADVERTISEMENT

ইয়াতেই ৯১ বছৰীয়া অ’ডিচি নৃত্য শিল্পী গুৰু মায়াধাৰ ৰাৱতৰ নামো আছে, অ’ডিচি নৃত্যক শাস্ত্ৰীয় সংগীতৰ স্থান পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে যাক ২০১০ত ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল । পদ্মশ্ৰী দেশৰ চতুৰ্থ সৰ্বোচ্চ নাগৰিক সন্মান । মঙলবাৰে ঘৰ খালি কৰোৱাৰ সময়ত তেওঁৰ সামগ্ৰীৰ লগতে ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত প্ৰমাণপত্ৰ‌ও ঘৰৰ বাহিৰত ৰখা হৈছিল ।

RelatedPosts

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

Veteran Congress leader Mohsina Kidwai passes away at 94:ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

গুৰু মায়াধাৰ ৰাৱতৰ কন্যা তথা অ’ডিচি নৃত্যশিল্পী মধুমিতা ৰাৱতে কয়, ‘আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিলো, সেই সময়তেই সকলো বিষয়া ঘৰলৈ আহি গ’ল । আজি ম‌ই বহুত দুখ পাইছো । তেওঁ এনে এজন নৃত্যশিল্পী যিয়ে দেশৰ কে’বাটাও প্ৰসিদ্ধ নৃত্যক যেনে সোনল মানসিং আৰু ৰাধা ৰেড্ডিক প্ৰশিক্ষিত কৰিছে আৰু আপুনি তেওঁৰ লগত এনে নিৰ্মম ব্যৱহাৰ কৰে । তেওঁ প্ৰায় ৫০ বছৰ ধৰি দিল্লীত বাস কৰি আছে আৰু দেশৰ কোনো ঠাইতে তেওঁৰ এটুকুৰাও ভূমি নাই । তেওঁক এনেদৰে অপমানিত কৰি ওলিয়াই দিব নালাগিছিল ।’

উল্লেখ্য যে ১৯৭০ত ৪০ৰ পৰা ৭০ বছৰৰ শিল্পীসকলক অতি কম মূল্যত চৰকাৰৰ তৰফৰ পৰা তিনি বছৰৰ ঠিকাৰ ভিত্তিত ভাৰা ঘৰ আবণ্টণ কৰা হৈছিল । প্ৰত্যেক তিনি বছৰৰ মূৰত এই ঠিকাৰ ম্যাদ বৃদ্ধি কৰি থকা হৈছিল । ২০১৪ৰ পাছত শিল্পীসকলৰ ঠিকাৰ ম্যাদ বৃদ্ধি কৰা হোৱা নাই ঘৰ খালি কৰিবলৈ জোৰ দিয়া হৈছিল । ২০২০ত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ তৰফৰ পৰা ঘৰ খালি কৰোৱাৰ জাননী জাৰি কৰা হৈছিল ।

এই শিল্পীসকলৰ ভিতৰত কঠক শিল্পী বিৰজু মহাৰাজ, ধ্ৰুপদ শিল্পী ৱছিফুড্ডিন দাগৰ, কুচিপুড়ি শিল্পী গুৰু জায়ৰমা ৰাৱ আৰু মোহিনীঅট্টম শিল্পী ভাৰতী শিৱাজীয়ো আছিল, যিয়ে ৰায়ৰ পাছত ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লয় । ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আঠগৰাকী শিল্পীক দুই মে’ৰ ভিতৰত ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক সঞ্চালক আৰু উচ্চ পদস্থ বিষয়াসকলে জনাইছে যে ঘৰ খালি কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে । ‘কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা লোৱা সিদ্ধান্ত অনুসৰি ইয়াত বাস কৰা শিল্পীসকল চৰকাৰী আবাসগৃহৰ বাবে উপযুক্ত নহয় । দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী মানৱিয়তাৰ খাতিৰত সকলোকে ঘৰ খালি কৰিবলৈ ২৫ এপ্ৰিল, ২০২২ লৈকে দিয়া সময় উকলি গৈছে । সেয়ে আমি সকলোকে ঘৰ খালি কৰিবলৈ কৈছো । ২৮ মে’ৰ পৰা ১৭ গৰাকী শিল্পীয়ে ঘৰ খালি কৰিছে, বাকীসকলে আগন্তুক দিনত খালি কৰিব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DELHIPadam Award
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d