ADVERTISEMENT

Tag: DELHI

Jahangirpuri Violence : জহাংগিৰপুৰিত উচ্ছেদ অভিযানত আৰক্ষী, পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ

দুই গোষ্ঠীৰ সংঘর্ষৰ ঘটনাৰ ৭২ ঘণ্টাৰ ভিতৰত দিল্লীৰ জহাংগিৰপুৰিত বেআইনী দখল উচ্ছেদত দুদিনৰ অভিযানে নামিল আৰক্ষী । বুধ আৰু বৃহস্পতিবাৰে ...

Read more

Schools in Delhi : স্কুল বন্ধ কৰা সমাধান নহয় ! ৰাজধানীত ক’ভিড বৃদ্ধিত এই মত অধিকাংশ কর্তৃপক্ষৰ

দিল্লীত পুনৰ ক'ভিড সংক্রমণ বৃদ্ধি পাইছে । ফলত আকৌ উদ্বেগ বাঢ়িছে । লগতে প্ৰশ্ন উত্থাপন হৈছে পুনৰ তলাবন্ধৰ পথ অৱলম্বন ...

Read more

সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰেহ-ৰূপ

দেশত অব্যাহত থকা চেপা সাম্প্ৰদায়িক উত্তেজনাই বহুতকে উদ্বিগ্ন আৰু বেদনাহত কৰি তুলিছে । দীৰ্ঘদিন ধৰি এনে সাম্প্ৰদায়িক চাপ সৃষ্টিকাৰী পৰিৱেশ ...

Read more

COVID-19 : ভয়াৱহ ! দিল্লীত পাঁচশ শতাংশ বৃদ্ধি পালে কৰ’না সংক্রমণ, দাবী প্ৰতিবেদনত

কেন্দ্রৰ তথ্য অনুযায়ী, ২০ ফেব্রুৱাৰীৰ পাছত ৰাজধানীত দৈনিক ক'ভিড আক্রান্তৰ সংখ্যা পাঁচশৰো অধিক হৈছে । সমগ্ৰ দেশৰ ছবিও খুব আশাপ্রদ ...

Read more

Heat Wave : দিল্লীত তীব্র তাপপ্রবাহৰ পূর্বাভাস, কে’বা দিনলৈ অব্যাহত থকাৰ সম্ভাৱনা

দিল্লীৰ বহুকেইটা অংশত তীব্র তাপপ্রবাহৰ পূর্বাভাস দিলে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই । বুধবাৰে তাপমাত্রা ৪০ ডিগ্রী পাৰ হ'ব পাৰে বুলি পূর্বাভাস ...

Read more

ই-মেইলৰ মাধ্যমত দিল্লীত বোমা বিস্ফোৰণৰ সকীয়নি, জাৰি হাই এলার্ট

বোমা বিস্ফোৰণৰে উৰাই দিয়া হ'ব ৰাজধানী দিল্লী, ই-মেইলত এই সকীয়নি পোৱাৰ পাছৰ পৰাই লাগিছে হুলস্থূল । দিল্লী আৰু উত্তৰ প্রদেশ ...

Read more

Delhi-Doha Flight : দিল্লীৰ পৰা দোহাগামী বিমানত যান্ত্রিক ত্রুটি, এশ যাত্রীক লৈ জৰুৰী অৱতৰণ কৰাচিত

প্রায় এশগৰাকী যাত্রীক লৈ দিল্লীৰ পৰা দোহালৈ যাত্ৰা কৰাৰ পথত বিমান গ'ল পাকিস্তানৰ কৰাচিত ! কাতাৰ এয়াৰৱেজৰ এখন বিমানৰ এনে ...

Read more

Weather : মাৰ্চৰ আৰম্ভণিতে অস্বাভাৱিক গৰম ! হালধীয়া সতৰ্কতা জাৰি গুজৰাটত

মাৰ্চৰ আৰম্ভণিতে তাপ প্ৰবাহ আৰম্ভ হৈছে পশ্চিম আৰু উত্তৰ ভাৰতৰ কে'বাখনো ৰাজ্য । কেৱল এয়াই নহয়, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আৰু ...

Read more

Delhi Fire : দিল্লীৰ গোকুলপুৰীত ভয়াৱহ অগ্নিকাণ্ড, মৃত সাত

শনিবাৰে দিল্লীৰ (Delhi) গোকুলপুৰী (Gokulpuri) এলাকাৰ জুপুৰিত ভয়াৱহ অগ্নি সংযোগ হোৱাৰ ফলত সাতজনৰো অধিক লোকে প্রাণ হেৰুৱায় । প্ৰায় ৬০টা ...

Read more
Page 9 of 24 1 8 9 10 24