Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Heat : উৎকত গৰমৰ সন্মুখীন হ’ব দিল্লীবাসী, জাৰি য়েল্ল’ এলার্ট

publisher by publisher
June 7, 2022
in India, News, Weather
Reading Time: 1 min read
0
Heat : উৎকত গৰমৰ সন্মুখীন হ’ব দিল্লীবাসী, জাৰি য়েল্ল’ এলার্ট
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

তীব্র গৰমত অতিষ্ঠ দিল্লী । ঊর্ধ্বমুখী পাৰদে যেন প্রতিদিনেই নতুন অভিলেখ গঢ়িছে । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, আগন্তুক কিছুদিনলৈ এই তাপপ্রবাহ সহ্য কৰিব লাগিব দিল্লীবাসীয়ে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ কিছুসংখ্যক ঠাইত ‘ইয়েল্ল’ এলার্ট’ জৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই । দিল্লীৰ উপৰিও গৰমৰ প্ৰকোপ ক্রমশ বাঢ়িছে হৰিয়ানা, পঞ্জাৱ, উত্তৰ প্রদেশ, ৰাজস্থানত ।

ADVERTISEMENT

দিল্লী আৰু তাৰ সংলগ্ন অঞ্চলত উত্তাপ ক্রমশ ঊর্ধ্বমুখী । সফদৰজঙত অৱস্থিত বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, এই অঞ্চলত আজি সর্বোচ্চ তাপমাত্রা আছিল ৪৪.২ ডিগ্রী চেলচিয়াছ । সূত্রৰ খবৰ, আগন্তুক কিছু দিনত দিল্লীৰ সামগ্রিক তাপমাত্রা ৪৫ ডিগ্রী চেলচিয়াছ অতিক্ৰম কৰিব পাৰে । দিল্লীৰ মুংগেশপুৰৰ সর্বোচ্চ তাপমাত্রা আছিল সৰ্বাধিক ৪৭.৩ ডিগ্রী চেলচিয়াছ । দিল্লীৰ উষ্ণতম স্থানৰ তাপমাত্রা ৰাজস্থানৰ তাপমাত্রাক অতিক্ৰম কৰিছে বুলি অনুমান কৰিছে অনেকে ।

ইয়াৰ উপৰি স্প’র্টছ কমপ্লেক্স, নজফগঢ়, পিতামপুৰৰ সর্বোচ্চ তাপমাত্রাই ৪৬ ডিগ্রী চেলচিয়াছৰ ঘৰ অতিক্রম কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰ‌ৰ বিজ্ঞানী আৰ কে জেনামনিয়ে স্পষ্ট কৰিছে যে, ১০ জুনৰ আগতে পৰিস্থতি উন্নতিৰ সম্ভাৱনা প্রায় নাই । দিল্লীবাসীক উদ্দেশ্যি তেওঁৰ সতর্কবার্তা, যি হাৰত গৰম বাঢ়িছে, ফলত যাৱতীয় সাৱধানতা অৱলম্বন কৰি বাহিৰত ওলোৱা উচিত ।

বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, অহা ১৫ জুনৰ ভিতৰত পূৱ ভাৰতত বাৰিষা আৰম্ভ হ’ব । ফলত উত্তৰ-পশ্চিম ভাৰতত প্রাক-বৰষাৰ ইংগিত পোৱা যাব । কিন্তু তাৰ আগৰ পর্যন্ত উৎকত গৰমৰ সন্মুখীন হ’ব দিল্লী আৰু তাৰ সংলগ্ন অঞ্চলৰ বাসিন্দাসকলে ।

তীব্র তাপপ্রবাহত অতিষ্ঠ ৰাজস্থান আৰু মধ্যপ্রদেশো । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, কালি মৰু ৰাজ্যৰ সৰ্বাধিক উষ্ণতম অঞ্চল আছিল শ্রীগংগানগৰ । তাত সর্বোচ্চ তাপমাত্রা ৪৬ ডিগ্রী চেলচিয়াছৰ অধিক আছিল । মধ্যপ্রদেশৰ বেচ কিছু অঞ্চলত কালিৰ পৰা তাপমাত্রা বাঢ়িবলৈ আৰম্ভ কৰিছে । এইসমূহ স্থানৰ তাপমাত্রা ৪৫ৰ পৰা ৪৭ ডিগ্রী চেলচিয়াছৰ আশে-পাশে আছে । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, দুই/এদিনৰ ভিতৰত এই অগ্নিবাণৰ হাতৰ পৰা ৰেহাইৰ সম্ভাৱনা প্রায় নাই বুলিব পাৰি ।

বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, কেৰালাত নির্ধাৰিত সময়ৰ তিনিদিন আগতে বাৰিষা প্রৱেশ কৰিলেও, তাৰ গতি অত্যন্ত ধীৰ । বিগত কিছুদিনত ৰাজ্যৰ বিভিন্ন অঞ্চলত বৃষ্টিপাত হৈছে পাঁচ চেণ্টিমিটাৰৰ ওচৰা-ওচৰি । যি স্বাভাৱিকৰ তুলনাত প্রায় অর্ধেক । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ‌ৰ সূত্রে খবৰ, আগন্তুক এসপ্তাহৰ ভিতৰত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা নাই । অৱশ্যে কর্নাটকৰ কিছু অঞ্চলত বৃষ্টিপাতৰ সম্ভাৱনা আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIRajasthanTemperature
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d