Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ
Dr. Hiren Gohain: নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতি, অসমে এক বিবৃতিত আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে ...
Read moreDetails





























