ADVERTISEMENT

Tag: Joe Biden

দীর্ঘদিনীয়া বিতর্কৰ পৰিপ্ৰেক্ষিতত নতুন পদক্ষেপ গ্রহণৰ পথত বাইডেন প্রশাসন

অপৰাধ যিমানেই জঘন্য, ঘৃণনীয় নহওক, ৰাষ্ট্ৰই এনে অপৰাধৰ বাবে অপৰাধীক মৃত্যুদণ্ড বিহিব পাৰে নে? এই বিতর্ক আজিৰ নহয়। আমেৰিকাতে মৃত্যুদণ্ডক ...

Read more

পাৰমাণৱিক বিষয়ত আমি সিদ্ধান্ত ল’লাে, এতিয়া দ্বিতীয় পক্ষৰ দায়িত্ব : ইৰান

পাৰমাণৱিক বুজাপৰাৰ সন্দৰ্ভত আমেৰিকাৰ আগত নিজৰ উদ্দেশ্য স্পষ্ট কৰিলে ইৰানে। ইৰানে কয় যে পাৰমাণৱিক প্রসংগত ইতিমধ্যে দেশখনে প্রয়ােজনীয় সিদ্ধান্তত উপনীত ...

Read more

পিতৃৰ একাউণ্টৰ ১৮ লাখ টকা যৌনকর্মীক আদায় দিছিল বাইডেনৰ পুত্ৰই

আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ পুত্র হান্টাৰ বাইডেনৰ ব্যক্তিগত জীৱন সন্দৰ্ভত পুনৰ এক চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিল। বিদেশী সংবাদ মাধ্যমৰ বাতৰি ...

Read more

জনপ্রিয়তাত এতিয়াও শীর্ষতে আছে মােদী, বাইডেন-পুটিনকো কৰিলে অতিক্রম

কৰ'না মহামাৰীৰ দুটাকৈ ঢৌৱে ভাৰতক সবাতােকৈ অধিক ক্ষতিগ্রস্ত কৰাৰ পাছতত নিজৰ জনপ্রিয়তা অটুট ৰাখিবলৈ সফল হ’ল ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্র মােদী। ...

Read more

ব্ৰিটেইনত বৃদ্ধি পাইছে ডেল্টা প্ৰজাতিৰ সংক্ৰমণ, আনলক প্ৰক্ৰিয়া এমাহলৈ বৃদ্ধি

ভাইৰাছ ৰোধ কৰিবৰ বাবে টিকাই একমাত্ৰ সম্বল । সেয়ে প্ৰতিষেধক ক্ৰয় কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে আঢ্যবন্ত দেশসমূহে । ইয়াৰ ...

Read more

উহানৰ গৱেষণাগাৰৰ পৰাই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে, সিদ্ধান্ত উপনীত হ’ল আমেৰিকাৰ গৱেষণাগাৰ

উহানৰ গৱেষণাগাৰৰ পৰাই ক'ভিড সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক । ইয়াক লৈ পুনৰ তদন্তৰ প্ৰয়োজন । আমেৰিকাৰ চৰকাৰী গৱেষণাগাৰৰ নথিত এই ...

Read more

মার্কিন বৈদেশিক মন্ত্রীয়ে ক’লে ‘কৰ’নাৰ উৎস উলিয়াব আমেৰিকাই, চীনে সহযােগ কৰক’

বিগত ডেৰ বছৰৰাে অধিক দিন বিশ্বজুৰি কৰ’নাই তাণ্ডৱ চলাই আহিছে। কোটি কোটি লোেক এই মাৰাত্মক ভাইৰাছত আক্রান্ত হৈছে। কে’বা লক্ষই ...

Read more

ক’ভিড-১৯ৰ উৎসৰ সন্ধান নাপালে ক’ভিড-২৬, ক’ভিড-৩২ৰ শংকা, সতৰ্ক কৰিলে আমেৰিকাৰ বিশেষজ্ঞসকলে

ক'ভিড-১৯ৰ সংক্ৰমণ প্ৰথম আৰম্ভ হৈছিল উহান চহৰৰ পৰা । কিন্তু এই ভাইৰাছৰ উৎস ক'ত সেই বিষয়ে এতিয়াও কোনো তথ্য জনোৱা ...

Read more

৯০ দিনৰ ভিতৰত কৰ’নাৰ উৎস চিনাক্তকৰণৰ বাবে মার্কিন

কৰ’না মহামাৰীৰ ব্যাপক সংক্রমণত সমগ্র বিশ্ব এস্তমান হৈ থকাৰ সময়তে এই মাৰাত্মক ভাইৰাছৰ উৎসৰ সন্ধান নিশ্চিত কৰিবলৈ মার্কিন চোৰাংচোৱা সংস্থা ...

Read more

বিমান ‘হাইজেক’ কাণ্ডত বিপাকত বেলাৰুছ, অর্থনৈতিক নিষেধাজ্ঞা আৰােপৰ পােষকতা বাইডেনৰ

মাজ আকাশৰ পৰা যাত্রীবাহী বিমান হাইজেক (অপহৰণ) কৰাৰ ঘটনা আন্তর্জাতিক মহলৰ ৰােষত পৰিল বেলাৰুছ। পূর্ব ইউৰােপৰ এইখন দেশৰ বিৰুদ্ধে অর্থনৈতিক ...

Read more
Page 6 of 12 1 5 6 7 12