ADVERTISEMENT

Tag: WHO

পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে

বিশ্বজুৰি কৰ’নাত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে ৷ একেদৰে মৃতকৰ সংখ্যাও বাঢ়িছে ৷ সেয়েহে পৰিস্থিতিৰ সামান্য উন্নত অৱস্থা দেখিয়ে ...

Read moreDetails

সাৱধানঃকোনো লক্ষণ নাথাকিলেও আক্ৰান্ত হ’ব পাৰে কৰ’নাত

বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ’না ভাইৰাছৰ সন্দৰ্ভত শেহতীয়া প্ৰতিবেদন অনুসৰি এজন ব্যক্তিৰ শৰীৰত কৰ’নাৰ কোনো লক্ষণ নাথাকিলেও সংক্ৰমণ হ’ব পাৰে । ...

Read moreDetails

কৰ’না ভাইৰাছঃ মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ নিৰ্দেশনা

বিশ্ব স্বাস্থ্য সংস্থাই শুক্ৰবাৰে কৰ’না ভাইৰাছৰ সময়ত আমাৰ সকলোৰে অত্যাৱশ্যকীয় সামগ্ৰী হৈ পৰা মাস্কৰ সন্দৰ্ভত গাইড লাইন প্ৰস্তুত কৰি উলিয়াইছে ...

Read moreDetails

বিশ্ব স্বাস্থ্য সংস্থাৰ সতে সম্পৰ্ক ছেদ আমেৰিকাৰ

চীনৰ হৈ পক্ষপাতিত্ব কৰা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সংস্থাটোলৈ অনুদান ইতিমধ্যে বন্ধ ...

Read moreDetails

কাঠগঢ়াত চীন আৰু বিশ্ব স্বাস্থ্য সংস্থা

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছ প্ৰসাৰিত কৰাৰ প্ৰসংগক লৈ আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাঠগঢ়াত থিয় কৰালে চীন আৰু বিশ্ব স্বাস্থ্য ...

Read moreDetails

কৰ’না সংক্ৰমণৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে আমেৰিকাঃ বিশ্ব স্বাস্থ্য সংস্থা

প্ৰযুক্তি বিদ্যাৰে উন্নত আমেৰিকা হৈ পৰিছে কৰ’না সংক্ৰমণৰ প্ৰধান কেন্দ্ৰস্থল ৷ এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ ৷ এই প্ৰসংগত বিশ্ব ...

Read moreDetails

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিশ্ব স্বাস্থ্য সংস্থালৈ সকীয়নি

কৰ’না ভাইৰাছৰ সমান্তৰালভাৱে চৰ্চাত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাক পত্ৰ লিখি সকীয়নি দিলে ট্ৰাম্পে । ...

Read moreDetails

দায়ী চীন ? কৰ’নাৰ লৈ নিৰপেক্ষ তদন্তৰ বাবে একত্ৰিত ৬২ খন দেশ

ক’ৰ পৰা আহিল কৰ’না ভাইৰাছ ? ইয়াৰ উৎপত্তিস্থল ক’ত ? এয়া মানুহৰ দ্বাৰা সৃষ্ট নেকি? জিনগতভাৱে এই বীজাণুৰ কোনো পৰিৱৰ্তন ...

Read moreDetails

বীজাণুনাশক মানৱদেহৰ বাবে ক্ষতিকাৰক হ’ব পাৰেঃ হু

কৰ’না ভাইৰাছৰ আতংকত ভাৰতকে ধৰি বিভিন্ন দেশত বাটে পথে চৰকাৰে গ্ৰহণ কৰা বীজাণুমুক্ত অভিযানৰ দ্বাৰা হিতে বিপৰীত হ’ব পাৰে বুলি ...

Read moreDetails
Page 14 of 15 1 13 14 15