Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ব্ৰাজিলত আঠ লাখ লোক সংক্ৰমিত

publisher by publisher
June 12, 2020
in COVID-19, world
Reading Time: 1 min read
0
গোলাঘাটত কোৱাৰেন্টাইনত থকা ২১ জনৰ শৰীৰত ক’ভিড১৯
1
SHARES
14
VIEWS
ShareShareShareShare

কৰ’নাৰ আক্ৰমণত বিধ্বস্ত হৈছে ব্ৰাজিল। পৰিস্থিতিৰ ভয়াৱহতা স্পষ্ট কৰি বিগত ২৪ ঘণ্টাত দেশখনত নতুনকৈ এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈছে ৩৩ হেজাৰ। মৃত্যু হৈছে ১২৭৮ জনৰ।আজি পর্যন্ত ব্ৰাজিলত মুঠ আক্ৰান্তৰ সংখ্যা ৭ লাখ ৭২ হেজাৰ ৪১৬ জন। কিছুদিন পূৰ্বৰে পৰা কৰ’না সংক্রান্তীয় তথ্য ফাদিল কৰাটো বন্ধ কৰিছিল ব্ৰাজিল চৰকাৰে । কিন্তু দেশখনৰ সৰ্ব্বোচ্চ আদালতৰ নিৰ্দেশৰ পাছত চৰকাৰৰ ৱেবচাইটত পুনৰ উপলব্ধ হৈছে ক’ভিড সম্পৰ্কীয় তথ্য। আদালতে নিৰ্দেশত কয় যে ৪৮ ঘণ্টাৰ ভিতৰত ব্ৰাজিল চৰকাৰে এই মহামাৰী তথ্য সাধাৰণ মানুহক দিব লাগিব। অন্যথা সাধাৰণ লোকৰ অধিকাৰ খৰ্ব কৰা হ’ব। কৰ’না সংক্ৰমণৰ গ্ৰাফলৈ চালে দেখা যায় যে ব্ৰাজিলৰ অৱস্থান আমেৰিকাৰ পাছতে।

ADVERTISEMENT

বিগত মাহতে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল যে ব্ৰাজিল আমেৰিকাৰ পৰৱৰ্তী কেন্দ্ৰ হ’ব । এই ঊৰ্দ্ধগামী ৰেকৰ্ড সংখ্যক সংক্ৰমণ যাতে বিশ্ববাসীয়ে গম পায় তাৰ ব্যৱস্থা কৰিছিল ব্ৰাজিলৰ প্ৰধানমন্ত্ৰীয়ে । পাছত অৱশ্যে প্ৰধানমন্ত্ৰী জেইৰ’ বল’ছ’নাৰোৱে টুইটাৰত এনেদৰে লিখিছে, ‘কোনো দেশৰ আক্ৰান্তৰ সংখ্যালৈ চাই দেশখনৰ বিচাৰ কৰাটো ভুল হ’ব। অৱশ্যে দেশৰ মানুহৰ বাবে চৰকাৰ সকলো সময়তে ওচৰতে আছে।’ ব্ৰাজিলৰ ইতিমধ্যে ৩৯ হেজাৰ লোকৰ মৃত্যু হৈছে। বিগত কিছুদিন ধৰি স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইট সঠিকভাৱে সক্ৰিয় হৈ থকা নাই। ইয়াৰ পূৰ্বে তথ্য গোপন কৰাৰ অভিযোগ উঠিছিল চীনৰ বিৰুদ্ধে।

RelatedPosts

বহুগামিতাৰ জয়গান গাই সমস্যাত ব্রাজিলৰ মডেল

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

২৭ কোটি বছৰৰ পুৰণি ‘জীৱন্ত ফচিল’ উদ্ধাৰ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BrazilCORONAVIRUSCovid-19WHOWORLD FIGHTS CORONA
publisher

publisher

Related Posts

বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
News

April 25, 2026
একাকীত্বও হ’ব পাৰে হৃদৰোগৰ কাৰণ!
world

একাকীত্বও হ’ব পাৰে হৃদৰোগৰ কাৰণ!

April 23, 2026
সন্তানক দুবছৰৰ পূৰ্বেই দেখুৱাইছে স্ক্রীণ!
world

সন্তানক দুবছৰৰ পূৰ্বেই দেখুৱাইছে স্ক্রীণ!

April 21, 2026
সমাধান ওলাল এন্টার্কটিকাৰ ‘ৰক্তপ্রপাত’ৰ
world

সমাধান ওলাল এন্টার্কটিকাৰ ‘ৰক্তপ্রপাত’ৰ

April 21, 2026
জলাধাৰ পোৱাৰ পূর্বে অদৃশ্য হৈছে শশ কোটি লিটাৰ পানী

April 19, 2026
ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

April 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d