City #BREAKING মহানগৰীৰ জু ৰোডত গ্ৰেণেড বিস্ফোৰণ।চেণ্ট্ৰেল মলৰ সন্মুখত এই বিস্ফোৰণ।চি আৰ পি এফ জোৱানক লক্ষ্য কৰি এই বিস্ফোৰণ। ঘটনাত আহত মহিলাসহ দহজন।বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফাৰ। ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।সমগ্ৰ গুৱাহাটীত হাই এলাৰ্ট জাৰি। by publisher May 15, 2019