● নিশাৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা ।
ADVERTISEMENT
● মহানগৰীৰ ঘোঁৰামাৰাৰ নিৰিবিলি পথত চুৰিকাঘাটৰ ঘটনা ।
● জ্যোতিময় দাস নামৰ এজন লোকে চুৰিকাঘাট কৰিলে দুজন লোকক ।
● ভাড়াক লৈ হোৱা অৰিয়াঅৰিৰ বাবে কেশৱ চৌধুৰী আৰু এজন ৰিষ্কাচালকক চুৰিকাঘাট কৰি গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত কৰিলে ।
● আঘাতপ্ৰাপ্ত দুয়ো জনক সংকজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ।
● ধৃত জ্যোতিময়ক বশিষ্ঠ থানাই গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে জেৰা ।