Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

চিনেমাখনৰ পৰিচালক সুব্ৰত কাকতিৰ দুষ্ট চক্ৰলৈ হুংকাৰ,যাব লাগিব জে'ললৈ

publisher by publisher
June 8, 2023
in Entertainment
Reading Time: 2 mins read
0
Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

Debabrata Saikia:গুৱাহাটীৰ কৃত্রিম বান আৰু নাগৰিক আন্তঃগাঁথনিৰ বিপৰ্যয়ৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

Sri Raghupati:

ADVERTISEMENT

বিতৰ্কৰ মাজত সোমাই পৰা বহুচৰ্চিত ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি‘লৈ পুনৰ আহিছে আন এক ভাবুকি ৷ ছবি খন চলচ্চিত্ৰ গৃহত উপভোগ কৰিবলৈ যোৱা একাংশ লোকে চিনেমাখনৰ দৃশ্যাংশ ম’বাইলত আৱদ্ধ কৰি আনি পৰৱৰ্তী সময়ত আপলোড কৰিছে ফেচবুক, ইউটিউবত।

দৰ্শকৰূপি একাংশ লোকৰ এই কাৰ্যত ক্ষোভিত হৈ পৰিছে চিনেমা খনৰ পৰিচালক সুব্ৰত কাকতিয়ে ৷ ইতিমধ্যে কাকতিয়ে চ’ছিয়েল মেডিয়াত  এই কথা সদৰি কৰিছে ৷

তেওঁ উল্লেখ কৰে যে একাংশ দৰ্শকে চিনেমা খন চাবলৈ গৈ জানিয়ে হওক, কিম্বা অজানিতেই হওক চিনেমা খনৰ ১৫ মিনিটৰ এক দীঘলীয়া দৃশ্যাংশৰ ভিডিঅ’ কৰি আনি চ’ছিয়েল মাধ্যমত ভাইৰেল কৰিছে ৷ একেদৰে দৃশ্যাংশৰ ভিডিঅ’ খণ্ড-১ আৰু খণ্ড-২ কৈ ইউটিউবতো আপলোড কৰিছে ৷

বহু কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা চিনেমা খনৰ দৃশ্যাংশ এইদৰে ৰেকডিং কৰি চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা কাৰ্যক সহজভাৱে লোৱা নাই প্ৰযোজক গোষ্ঠী ৷

ইতিমধ্যে গোচৰ ৰজু কৰা হৈছে বুলি সদৰি কৰি ‘শ্ৰী ৰঘুপতি’ৰ পৰিচালক সুব্ৰত কাকতিয়ে কয়,এই অবৈধ আৰু বেআইনী কাৰ্যত জড়িত হোৱা কেইবাজনো লোক শীৰ্ঘেই আৰক্ষীৰ জালত পৰাটো প্ৰকট হৈ পৰিছে ৷

পৰিচালক সুব্ৰত কাকতিয়ে পুনৰ এই কাৰ্য কৰা সকললৈ কাতৰ আহ্বান শীঘ্ৰেই ৰেকৰ্ডিং কৰি অনা দৃশ্যসমূহ চ’ছিয়েল মেডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ পৰা ডিলিট কৰক। অন্যৰ্থাই সাজু থাকক আইনৰ সন্মুখীন হ’বলৈ ৷

অসমীয়া চলচ্চিত্ৰৰ দুৰ্যোগৰ সময়ত নিজৰ গাঠিৰ ধন ভাঙি বহু বাজেটৰ চিনেমা এখন নিৰ্মাণ কৰাটো কিমান কষ্টদায়ক সেইয়া সচাকৈয়ে অনুমেয় ৷ অৱশ্যে চিনেমাখনলৈ আগবঢ়োৱা অভূতপূৰ্ব সহাৰিৰ বাবে অসমবাসীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে পৰিচালক সুব্ৰত কাকতিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamese MovieCase FiledSocial MediaSri RaghupatiVideo RecordingViral Picture
publisher

publisher

Related Posts

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ
Entertainment

এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

September 25, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d