সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে’ আদায় দিয়া, প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা , নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, ছাত্ৰ- ছাত্ৰীৰ ঐক্য সাজ যোগান ধৰা,শাৰীৰিক শিক্ষা-নেওতাৰ পাঠ্যপুথি যোগান ধৰা, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি ১০ দফীয়া দাবীৰ সমৰ্থনত পুনৰ শ্ৰেণীকোঠা এৰি ৰাজপথত নামিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমাজে।
ADVERTISEMENT