Home News বশিষ্ঠ দেৱ শৰ্মালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা, যোগনন্দ গোস্বামী- ড• সুনীল কোঠাৰীলৈ মাধৱদেব বটাঁ ,হৰেকৃষ্ণ মহন্তলৈ কালীচৰণ ব্ৰহ্ম বটাঁ By admin 7 years Ago ShareShareShareShare ৰাজ্য চৰকাৰে আজি ২০১৭ ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০১৬ আৰু ২০১৯ৰ শ্ৰী শ্ৰী মাধৱদেৱ বটাঁ আৰু ২০১৮ ৰ কালীচৰণ ব্ৰহ্ম বটাঁ প্ৰাপকৰ নাম ঘোষণা কৰে।দেশ তথা ৰাজ্যৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মালৈ ।আনহাতে অনুৰূপ অৱদানৰ বাবে ২০১৬ আৰু ২০১৯ ৰ শ্ৰী শ্ৰী মাধৱদেৱ বটাঁ আগবঢ়োৱা হৈছে ক্ৰমে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ গোস্বামী আৰু পণ্ডিত ,সমালোচক ড• সুনীল কোঠাৰীলৈ । ২০১৮ ৰ কালীচৰণ ব্ৰহ্ম বটাঁ আগবঢ়োৱা হৈছে ওদালগুৰি বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ। Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: News Related Content বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ By publisher April 28, 2026 ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ By publisher April 27, 2026 হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল By publisher April 27, 2026 ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা By publisher April 27, 2026 গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড ! By publisher April 27, 2026 ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন By publisher April 27, 2026