নিৰ্ব্বাচনী বতাহৰ মাজতো সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো পৰিলক্ষিত হৈছে এক উৎসৱমুখৰ পৰিৱেশ। ফাঁচী বজাৰ, শিল পুখুৰী, গণেশগুৰি আদি মহানগৰৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৰঙৰ শাৰী শাৰীকৈ দোকান । বজাৰত মহাৰাজ কুমকুম নামেৰে বিভিন্ন ৰঙৰ সমাহাৰ ঘটাৰ লগতে মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা, টুপী আদিও বজাৰত উপলব্ধ হৈছে । সকলোৰে হাতে হাতে ৰঙৰ টোপোলাৰ লগতে দেখিবলৈ পোৱা গ’ল মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা আৰু টুপী। বহুজনে ক’লে,’ বহু দূৰৰ পৰা আহি বিভিন্ন ৰঙ ক্ৰয় কৰাৰ লগতে মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা আৰু টুপী ক্ৰয় কৰিছো।’ বিক্ৰেতায়ো ক’লে ,’ এইবাৰ মোদী ব্ৰেণ্ডৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে ।’ মুঠৰ ওপৰত মহানগৰবাসী এতিয়া ব্যস্ত হৈ পৰিছে ফাকুৱাৰ বাবে ভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰাত ।
ৰঙৰ উৎসৱৰ বাবে সাজু মহানগৰী
-
By admin
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026