সম্প্ৰতি নিৰ্বাচনৰ সময়ত বাটে ঘাটে উঠিছে নগদ ধনৰ উজান ৷ দৰঙৰ ফ্লাইং স্কোৱাডৰ দল এটাই অভিযান চলাই খাৰুপেটীয়াত স্কৰপিঅ গাড়ী এখনৰ পৰা নগদ ২.৫ লাখ টকা জব্দ কৰে ৷ নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ সময়তে দৰঙৰ ব্যৱসায়ীক নগৰ খাৰুপেটীয়াত এ এছ ১৩ জি ৯২১১ নম্বৰৰ গাড়ী খনৰ এই বৃহত পৰিমাণৰ ধন জব্দ হোৱা ঘটনায় অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । খাৰুপেটীয়া পৰা মঙলদৈ মুখে গৈ থকা অৱস্থাত গাড়ী খনৰ পৰা অভিযান কাৰী দলটোৱে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে পাঁচশ টকীয়া নোটৰ পাচটা বান্ডিল সৰ্বমুঠ আঢ়ৈ লাখ টকা ।
খাৰুপেটীয়াত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ নগদ আঢ়ৈ লাখ টকা
-
By publisher

- Categories: Loksabha Election, News
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026