Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চৰম নিৰাশাৰ মাজতো আশাৰ ৰেঙণি কঢ়িয়াইছে শিলঘাটৰ অসম সমবায় মৰাপাট কলে

publisher by publisher
April 30, 2019
in News
Reading Time: 1 min read
0
চৰম নিৰাশাৰ মাজতো আশাৰ ৰেঙণি কঢ়িয়াইছে শিলঘাটৰ অসম সমবায় মৰাপাট কলে
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 

অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল: দিলীপ শইকীয়া

Dr.Uddhab Bharali: বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীৰ আন এক চমক

বৰ্তমান দেশৰ ভিতৰতে সৰ্বাধিক দৰমহা লাভ কৰা মৰাপাট উদ্যোগ হিচাপে প্ৰতিষ্ঠিত

নগাঁও :চৰকাৰৰ অদক্ষতা আৰু ভুল উদ্যোগনীতিৰ বাবেই যিটো সময়ত ৰাজ্য খনৰ এটাৰ পাছত আনটো বহু সম্ভাৱনাপূৰ্ণ উদ্যোগৰেই অপমৃত্যু ঘটিছে তেনে সময়তে চৰম নিৰাশাৰ মাজতো আশাৰ ৰেঙণি কঢ়িয়াই আনিছে নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলটোৱে।উল্লেখ্য যে, ৰাজ্যৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কৃষি ভিৰ্ত্তিক উদ্যোগ সমূহৰ ভিতৰৰে অন্যতম নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলটো।এই মৰাপাট কলটোক অধিক কাৰ্যক্ষম, উৎপাদনক্ষ কৰি তুলিবলৈ চৰকাৰে যেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণৰ পদক্ষেপ গ্ৰহণ নাই যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰে এক নতুন প্ৰকল্প স্থাপনৰ উদোগত গ্ৰহণ কৰি মৰাপাট কলটোক এক নতুন মাত্ৰা দিয়াৰ প্ৰয়াস চলাইছে ।যিকি নহওঁক কিয় দীৰ্ঘদিন ধৰি চৰকাৰী অৱহেলা, উদ্যোগ বিভাগৰ অদক্ষতা,বিষয়া-কৰ্মচাৰীৰ দৰমহাতেই সৰ্বাধিক টকা ব্যয় হোৱা, পুৰণা যন্ত্ৰপাতিৰেই মিল চলাই থকা আদি বিভিন্ন কাৰণৰ বাবেই সম্প্ৰতি বহু সম্ভাৱনাপূৰ্ণ মৰাপাটৰ উদ্যোগটোৰ উৎপাদন ক্ষমতা আৰু লাভৰ পৰিমাণ পূৰ্বৰ তুলনাত ভালেখিনি হ্ৰাস পোৱাত মৰাপাট কলটোলৈ সন্মুখলৈ আহি পৰিছে তীব্ৰ প্ৰত্যাহ্বান। চৰকাৰ আৰু উদ্যোগ কৰ্তৃপক্ষৰ কেতবোৰ ভুল নীতিৰ বাবেই যেনেকৈ দেৰগাওঁৰ বৰুৱাবামুন গাওঁ চেনি কল,নগাৱঁৰ কামপুৰ চেনিকলকে ধৰি শেহতীয়াকৈ কাছাৰ আৰু জাগীৰোডৰ নগাঁও কাগজ কল বন্ধ হৈ পৰিল, ঠিক তেনেদৰে যেন মৃত্যুমুখত পৰি ককবকাব লগা নহয় সমবায় খণ্ডত প্ৰতিষ্ঠা হোৱা ৰাজ্যৰ একমাত্ৰ উদ্যোগ নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটো তাৰ বাবে নিৰাশাৰ মাজতো এক আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি সকলোৱে আশাবাদী । সেয়েহে অসম সমবায় মৰাপাট কলৰ বৰ্তমানৰ অৱস্থাক লৈ এতিয়া চিন্তিত নগাঁও জিলাবাসীৰ লগতে নগাঁও, মৰিগাঁও,হোজাই,দৰং, মঙলদৈ, শোণিতপুৰ জিলাৰ মৰাপাটৰ খেতিয়কৰ লগতে মিলটোৰ কতৃপক্ষও ।
উল্লেখ্য যে, বিগত ১৯৭০ চনত ৰাজ্যখনৰ নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটতেই দেশৰ ভিতৰতে প্ৰথম সমবায় ভিত্তিত স্হাপন কৰা হৈছিল অসম সমবায় মৰাপাট কলটো । কলিয়াবৰৰ তদানীন্তন বিধায়ক প্ৰয়াত লীলাকান্ত বৰাৰ অপ্ৰাণ চেষ্টাত প্ৰতিষ্ঠিত অসম সমবায় মৰাপাট কলটিৰ আধাৰশিলা স্হাপন কৰা হৈছিল ১৯৬৭ চনৰ ১৪ আগষ্টত।আনহাতে, ১৯৭০ চনৰ ১ জানুৱাৰী তাৰিখে তদানীন্তন অসমৰ বিত্তমন্ত্ৰী ফখৰুদ্দিন আলি আহমেদে মৰাপাট কলটিৰ শুভ উদ্বোধন কৰিছিল । ১৫০ খন তাঁতশাল আৰু ৯ শ জন শ্ৰমিক-কৰ্মচাৰীৰে আৰম্ভ কৰা অসম সমবায় মৰাপাট কলটিত আৰ্থিক সংকটে দেখা দিয়াত ১৯৮৪ চনৰ ৬ মাৰ্চত শিলঘাটৰ মৰাপাট কলটি বন্ধ হৈ পৰিছিল ।পিছত ১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তি ৰ আধাৰত ১৯৮৬ চনৰ ১ জানুৱাৰী তাৰিখে কলটিৰ উৎপাদনৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছিল ।পৰবৰ্তী সময়ত উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ কাৰণে যন্ত্ৰপাতিৰ মেৰামতি আৰু আধুনিকাকৰণ পদ্ধতিৰে উৎপাদন ক্ষমতা ৮০ শতাংশলৈ বৃদ্ধি পাইছিল।কিন্তু শেহতীয়াকৈ মৰাপাট কলটোৰ যন্ত্ৰাংশ বহু পূৰণি হৈ পৰাত মৰাপাট কলটিৰ লাভাংশ অতি উদ্বেগজনক ভাৱে নিম্নগামী হ’বলৈ ধৰিছে । লগে লগেই মিলটোত বিভিন্ন প্ৰকাৰে নিয়োজিত হৈ থকা সহস্ৰাধিক বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
শিলঘাটৰ অসম সমবায় মৰাপাট কলটিত ২০১৫ বৰ্ষত লাভ হৈছিল ২০ লাখ ৮৪ হাজাৰ টকা। ২০১৬ বৰ্ষত লাভৰ পৰিমান হ্ৰাস পালে ১১ লাখ ৭৮ হাজাৰ টকালৈ ।আনহাতে, ২০১৭ বৰ্ষত পুনৰ লাভৰ পৰিমান অভাৱনীয় ভাৱে হ্ৰাস পালে ৪ লাখ ৯ হাজাৰ টকালৈ। ইপিনে, চলিত ২০১৮ বৰ্ষত মৰাপাট কলটোৰ লাভৰ পৰিমাণ দুৰ্ভাগ্যজনক ভাৱে পুৰ্বতকৈয়ো হ্ৰাস পাই হলগৈ ১ লাখ ৬ হেজাৰ ৯৫৫ টকা। প্ৰাপ্ত তথ্য অনুসৰি, শিলঘাটৰ অসম সমবায় মৰাপাট কলটোৱে বিগত ২০১৭ বৰ্ষত আয় কৰিছিল ৪৯কোটি ০৬ লাখ ৭৫হেজাৰ৭৫৪টকা।কিন্তু ইয়াৰে কেচাঁমালৰ বাবদ ২৫৭২.১১লাখ টকা, কৰ্মী-কৰ্মচাৰীৰ দৰমহাৰ বাবদ ১৫৬৭.৬৪টকা আৰু অন্যান্য শিতানত ৭০৯.৭১ লাখ টকা ব্যয় কৰা হয়।বিত্তীয় বৰ্ষটোত আয়কৰ আদায় দিয়াৰ পাছত কলটোৰ আয় হয়গৈ মাত্ৰ ৪,০৯,২৬৯.৯৫টকা।ঠিক একেদৰে ২০১৮ বিত্তীয় বৰ্ষটোত মৰাপাট কলটোৱে আয় কৰে ৪৮কোটি ৩৫লাখ ৪০হেজাৰ ৯৭১ টকা।ইয়াৰে ব্যয় কৰা হয় ৪৮,৩২,৭৭,৮৮৪.৯৫টকা।বিত্তীয় বৰ্ষটোত কেচাঁমালৰ বাবদ ২৩২৮.৪৯ লাখ টকা, কৰ্মী-কৰ্মচাৰীৰ দৰমহাৰ বাবদ ১৭৪২.৪২টকা আৰু অন্যান্য শিতানত ৭১৫.৫২ টকা খৰচ কৰা হয়।বৰ্ষটোত আয়কৰ আদায় দিয়াৰ পাছত লাভৰ পৰিমাণ হয়গৈ মাত্ৰ ১,০৬,৯৫৫.০৫টকা।এনে দৰেই যদি মৰাপাট কলটোৰ লাভৰ পৰিমাণ হ্ৰাস পাই গৈ থাকে তেতিয়া ইয়ো বন্ধ হৈ পৰাতো একপ্ৰকাৰ নিশ্চিত বুলি আশংকা কৰা হৈছে ।
ৰাজ্য চৰকাৰৰ ৯৯.৯৬ শতাংশ চেয়াৰ থকা সমবায় খণ্ডৰ একমাত্ৰ মৰাপাট উদ্যোগটিৰ দুৰবস্থাৰ প্ৰধান কাৰণ ৰাজ্য চৰকাৰৰ চৰম হেমাহি আৰু একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতি বুলি ৰাইজে অভিযোগ উল্থাপন কৰিছে । বছৰ বছৰ ধৰি ব্যৱহৃত পুৰণা তাঁতশালৰ মেৰামতি ব্যয় হৈছে মিলটোৰ সন্মুখত দেখা দিয়া আন এক প্ৰত্যাহ্বান । দুই এগৰাকী অপৰিপক্ক বিষয়াৰ হাতত মিলটোৰ দায়িত্ব অৰ্পণ কৰাত মিলটোৱে লাভৰ পৰিমাণ হেৰুৱাব লগা হৈছিল বুলিও মিলৰ একাংশ কৰ্মচাৰীয়ে মন্তব্য কৰিছে। পুৰণি যন্ত্ৰপাতিৰ বাবে সৃষ্টি হোৱা সমস্যাৰ লগতে প্ৰেট্ৰল আৰু ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধিৰ ফলটো উৎপাদন খৰচ ক্ৰমাগতভাৱে বৃদ্ধি পাব ধৰিছে । মিলটোৰ উৎপাদন খৰচ বৃদ্ধি পোৱাৰ বিপৰীতে কিন্ত উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হোৱা নাই মিলটোৱে ।বৰ্তমান ১৭২ খন শালে দৈনিক ২০/২১ মেট্ৰিকটনকৈ উৎপাদন কৰি আহিছে যদিও ইয়াৰ দৈনিক উৎপাদন ক্ষমতা ২৫ টন। মুঠ ১০১৫ জন কৰ্মচাৰী থকা মিলটোৰ ৪৫০ গৰাকী নিয়মীয়া কৰ্মচাৰী আৰু ১৫০ গৰাকী অৰ্দ্ধ নিয়মীয়া কৰ্মচাৰীৰ বিপৰীতে বাকীখিনি অস্থায়ী ভিত্তিত নিযুক্ত হৈ আহিছে।
শিলঘাটৰ অসম সমবায় মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈয়ে মিলটোৰ সন্দৰ্ভত কয় ,”বৰ্তমান মৰাপাট উদ্যোগৰ প্ৰযুক্তি বহু খিনি উন্নত হৈছে।কিন্তু আমি উন্নত মানৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰিব পৰা নাই।পুৰণা মেচিনৰে চলি থকা আমাৰ মিলৰ উৎপাদকতা কমি গৈছে।তাৰ বিপৰীতে আমাৰ খৰচৰ মাত্ৰা বাঢ়ি গৈছে।কলকাতা, বিহাৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ মৰাপাট কল সমূহত অত্যাধুনিক মেচিনৰ জৰিয়তে উৎপাদন ক্ষমতা যথেষ্ট বৃদ্ধি কৰি বহুগুণে লাভাম্বিত হৈছে। কিন্তু আমি এতিয়াও পুৰনি শাল ব্যৱহাৰ কৰি আছো। তাৰোপৰি কৰ্মচাৰীৰ দৰমহা পূৰ্বতকৈ বহু গুণে বৃদ্ধি পালে। যাৰ বাবে মিলটো সংকটৰ সন্মুখীন হব লগা হৈছে। ৰাজ্য চৰকাৰৰ ওচৰত শিলঘাট মৰাপাট কল কৰ্তৃপক্ষই প্ৰেৰণ কৰা এক নতুন প্ৰকল্পত শেহতীয়াকৈ বিগত বৰ্ষত চৰকাৰে ৪৪.১৫ কোটি টকাৰ অনুমোদন জনোৱাৰ পাছত মিলটোৰ ভৱিষ্যতক লৈ আশাবাদী পৰিচালন সঞ্চালক গগৈয়ে প্ৰকাশ কৰে যে, নতুন প্ৰকল্পটো আৰম্ভ হোৱাৰ লগে লগে মিলটোৰ দৈনিক উৎপাদন ক্ষমতা বহু গুণে বৃদ্ধি পাব আৰু ইয়াৰ ফলত আৰ্থিক অৱস্থা পুনৰ সচ্ছল হৈ উঠিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ প্ৰকল্পৰ ধন মুকলি কৰি দিছে আৰু সেই ধন অতি সোনকালেই ৰাজ্য চৰকাৰে মিল কৰ্তৃপক্ষলৈ মুকলি কৰি দিব। তেওঁ চলিত বৰ্ষৰ ভিতৰতে নতুন প্ৰকল্পই উৎপাদন আৰম্ভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰি কয়, বৰ্তমান চলি থকা শাল সমুহ ৪৭ বছৰীয়া পুৰণি হোৱাৰ হেতুকে নানা ধৰণৰ সমস্যা সৃষ্টি হৈ আহিছে। বৰ্তমান ইয়াৰ দৈনিক উৎপাদন ক্ষমতা ২৫ টন যদিও নতুন প্ৰকল্প আৰম্ভ হোৱাৰ লগে লগে দুয়ো মিলি উৎপাদন ক্ষমতা ৫৫ টনলৈ বৃদ্ধি পাব।
লক্ষ্যণীয় ভাৱে কৰ্মচাৰীৰ দৰমহা আৰু সা সুবিধা সমূহৰ ক্ষেত্ৰত দেশৰ মৰাপাট উদ্যোগ সমুহৰ ভিতৰত শিলঘাট মৰাপাট কলে সৰ্বাধিক অভিলেখ গঢ়িও অবিৰত যাত্ৰা অব্যাহত ৰাখিছে। আনহাতে উদ্যোগটোৱে নিয়মিত ভাবে বস্তা,ছুটলী,হেচিয়ান ক্লথ, লেমিলেটেড ক্লথ আদি উৎপাদন কৰি আহিছে।উৎপাদিত সামগ্ৰী সমুহ অসমৰ লগতে বহু কেইখন বহি:ৰাজ্যত বিক্ৰী হৈ আহিছে।

ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAssam Government
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d