Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল: দিলীপ শইকীয়া

১০ চেপ্তেম্বৰত হ’বলগীয়া ভুমিকম্পৰ জোকাৰণিৰ প্ৰাৱল্যৰ পূৰ্বানুমান কৰি গৌৰৱ গগৈৰ স্বীকাৰোক্তি

publisher by publisher
May 28, 2025
in Assam, News
Reading Time: 1 min read
0
অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল: দিলীপ শইকীয়া
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল৷ সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ স্বীকাৰ কৰিবলৈ বাধ্য হ’ল৷ এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ৷

ADVERTISEMENT

আজি সাংবাদিকৰে হোৱা বাৰ্তালাপত সভাপতি শইকীয়াই কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অনা অভিযোগ যে এশ শতাংশই সত্য আছিল, সেয়া গৌৰৱ গগৈৰ স্বীকাৰোক্তিয়েই আজি প্ৰমাণ কৰিলে৷ যদিও গৌৰৱ গগৈয়ে তিনিভাগৰ মাত্ৰ এভাগহে স্বীকাৰ কৰিলে, এতিয়াও কিন্তু দুভাগ বাকী আছে৷ পাকিস্তানত কিমান দিন থাকিল, কি কৰিলে, কোন পিনে গ’ল, কাৰ লগত কথা পাতিলে এই প্ৰশ্ন বোৰৰো উত্তৰ দিবলৈ গৌৰৱ গগৈৰ সাহস হ’বনে বুলিও শইকীয়াই প্ৰশ্ন কৰে৷ সভাপতি শইকীয়াই গৌৰৱ গগৈক সচা কথাখিনি অসমৰ ৰাইজক অৱগত কৰাবলৈও আহ্বান জনায়৷

শইকীয়াই পুনৰ কয় যে পাকিস্তানৰ প্ৰতি কংগ্ৰেছৰ দৰদ নতুন কথা নহয়৷ কংগ্ৰেছৰ বহু নেতাই সুযোগ আৰু সুবিধা পালেই ভাৰতৰ স্থিতি আৰু নীতিৰ বিৰুদ্ধে গৈ পাকিস্তানক সমৰ্থন কৰাৰ অলেখ উদাহৰণ আছে৷

গৌৰৱ গগৈৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপিত হৈছিল, তেতিয়া কংগ্ৰেছ নেতা সকলে সেই অভিযোগক খণ্ডন কৰিছিল৷ আনকি কংগ্ৰেছৰ বংশবাদৰ ৰাজনীতিৰ পৰম্পৰাৰ বিৰুদ্ধে থিয় হ’বলৈ দলটোৰ কোনো নেতাই সাহস দেখুৱাব পৰা নাছিল৷ মুখলজ্জা ঢাকিবৰ বাবে আৰু অহা ১০ চেপ্তেম্বৰত হ’বলগীয়া ভুমিকম্পৰ জোকাৰণিৰ প্ৰাৱল্যৰ পূৰ্বানুমান কৰিয়েই আজি গৌৰৱ গগৈয়ে স্বীকাৰোক্তি দিবলে বাধ্য হ’ল বুলিও শইকীয়াই মন্তব্য কৰে৷

বিজেপি প্ৰদেশৰ সভাপতিজনে তাৎপৰ্যপূৰ্ণ ভাৱে উল্লেখ কৰে যে গৌৰৱ গগৈয়ে ভাৰতবৰ্ষৰ স্বাৰ্থতে পাকিস্তান গৈছিল, নে আই এছ আইৰ আমন্ত্ৰণত গ’ল, নে সন্ত্ৰাসবাদীৰ ঘাটি চাবলৈ গ’ল, এই বিষয়বোৰত অসমৰ জনতা এতিয়াও দোদুল্যমান হৈ আছে৷ অৱশ্যে এই প্ৰশ্নবোৰ অহা ১০ চেপ্তেম্বৰত স্পষ্ট হৈ পৰিব৷

সভাপতি দিলীপ শইকীয়াই পুনৰ কয় যে এজন মুখ্যমন্ত্ৰীয়ে সদায় সত্যৰ আধাৰত কথা কয়৷ তাৰ পিছতো কিন্তু গৌৰৱ গগৈ মৌন হৈ থাকিল৷ বৰং চালেবেৰে কোৱাই মুখ্যমন্ত্ৰীকে ধৰি বিজেপি দলক ওলোতাই আক্ৰমণহে কৰা দেখা গ’ল৷ কিন্তু আজি গৌৰৱ গগৈৰ দিল্লীৰ সংবাদমেলত জোলোঙাৰ মেকুৰি ওলাই পৰিল৷ জনতাৰ দৃষ্টিত কংগ্ৰেছ দলতো সদায় সন্দেহৰ আৱৰ্তত৷

১০ চেপ্তেম্বৰত এছ আই টিৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে পাকিস্তানত ক’ত গৈছিল, কি কৰিছিল এই কথাবোৰ লৈ গৌৰৱ গগৈয়ে আৰু ৪-৫ খন সংবাদমেল কৰিব লাগিব বুলিও শইকীয়াই কটাক্ষ কৰে৷ অসমৰ একাংশ বাম-বুদ্ধিজীৱি আৰু কংগ্ৰেছে গৌৰৱ গগৈক ধোৱা তুলসীৰ পাত সজাবলৈ দেহেকেহে লাগিছিল যদিও আজি গোটেই কথাবোৰ জলজল-পটপট হৈ ওলাই গ’ল৷ কংগ্ৰেছ দলটোৰ পাকিস্তান-বাংলাদেশ প্ৰীতিৰ কথা সকলোৱে জানে৷

১৯৯৩ চনত আই এম ডি টি আইন আনি অসমক বিদেশীৰ চৰণীয় পথাৰ কৰি তুলিছিল৷ কংগ্ৰেছৰ নীতি আছিল তুষ্টিকৰণৰ৷ ৰাজ্যত পূৰ্ব-বংগীয়মূলৰ মানুহৰ আধিপত্য বাঢ়ি গৈছিল৷ এইবোৰ সম্ভৱ হৈছিল গৌৰৱ গগৈৰ দৰে নেতাসকলৰ পূৰ্বসূৰী কংগ্ৰেছ নেতৃত্বৰ কাৰণে৷ কিন্তু আজি এই পৰিবেশ আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো৷ অসম বিৰোধী কাম-কাজসমূহৰ কাৰণে কংগ্ৰেছ অসমবাসীৰ ওচৰত সদায় জবাবদিহি হৈ থাকিব বুলিও সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰে৷

গৌৰৱ গগৈ যদিও এজন খিলঞ্জীয়া ব্যক্তি, কিন্তু কংগ্ৰেছ দলটো সদায় খিলঞ্জীয়া বিৰোধী কাম-কাজেৰে ৰাজ্যখনক ভয়ংকৰ সংকটৰ গৰাহলৈ ঠেলি দিয়া কুকাৰ্য্যৰ প্ৰায়চিত্ত অহা ২০-২৫ বছৰলৈ ভূগি থাকিব লাগিব বুলিও শইকীয়াই তাৎপয্যৰ্পূৰ্ণ মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
সংৰক্ষণৰ অভাৱত তৰপে তৰপে খহিছে দ-পৰ্বতীয়াৰ শৈলদ্বাৰ
Assam

অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি
International

অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি

September 13, 2026
ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ
International

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ

September 13, 2026
মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,
Assam

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

September 13, 2026
১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
Assam

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d