Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

publisher by publisher
May 29, 2025
in Lifestyle
Reading Time: 1 min read
0
ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে। কিন্তু তাৰ লগত কেইটামান অতিৰিক্ত নিয়ম যোগ কৰিব লাগিব। নহ’লে আপোনাৰ ব্ৰাছিং কটিনে আচলতে উপকাৰতকৈ বেছি ক্ষতি কৰিব।

ADVERTISEMENT

বেছিভাগ মানুহেই মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি চলি দিনটোত দুবাৰকৈ দাঁত ব্রাছ কৰে। কিন্তু সময়ৰ লগে লগে মানুহৰ খাদ্যাভ্যাস সলনি হৈ আহিছে আৰু ইয়াৰ প্রভার প্রথমে দাঁতৰ ওপৰত পৰে।

গতিকে এই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি দাঁত ব্রাছ কৰা আৰু মুখ পৰিষ্কাৰ কৰি ৰখাৰ নিয়মবোৰো সলনি কৰিব লাগে। দন্ত চিকিৎসক ময়ূখ ৰায়ৰ মতে, বেছিভাগ মানুহে দাঁত ব্রাছ কৰাৰ সঠিক নিয়ম নাজানে।

ফলত নিয়মিতভাবে দুবাৰ বা তিনিবাৰ দাঁত ব্রাছ কৰিলেও দস্ত ক্ষয় ৰোধ কৰিব নোৱাৰি। গতিকে, কোনবোৰ নিয়ম মানি চলিব লাগে সেইটো জনাটো প্রয়োজনীয়। চিকিৎসকে কয়, ‘বেছিভাগ মানুহেই দাঁত ব্ৰাছ কৰাৰ শুদ্ধ নিয়ম নাজানে। ব্রাছ দাঁতত ঘঁহি চালে পৰিষ্কাৰ হৈছে নে নাই আৰু তাৰ পাছত এৰি দিয়ে। কিন্তু তেনে কৰিলে কোনো লাভ নাই। সকলোৱে ব্রাছ কৰাৰ শুদ্ধ নিয়ম জনা উচিত।’

সেই নিয়মবোৰ কি কি?

১। দাঁত নহয়, দাঁত আৰু আলুৰ সংযোগস্থলত ব্রাছ কৰিব লাগে। কাৰণ তাত ‘প্লেক’ অর্থাৎ খাদ্যৰ অৱশিষ্ট জমা হয়। চিকিৎসকে কয়, ‘দাঁতৰ সেই অংশটো মনত ৰাখিব লাগিব যাতে ই পৰিষ্কাৰ হয়। মূল গুৰুত্ব দিয়া হ’ব দাঁত আৰু আলুৰ মাজৰ সংযোগস্থলত।’

২) বেছিভাগ ক্ষেত্রতে দেখা যায় যে বহুতে ওপৰলৈ তললৈ ব্রাছ কৰি দাঁত ব্রাছ কৰে। এইটো ভুল। বৃত্তাকাৰ গতিৰে দাঁত ব্ৰাছ কৰিব লাগে। ময়ুখ ৰয়ে কয়, ‘যিসকলে প্ৰথমবাৰৰ বাবে এই নিয়মৰে দাঁত ব্ৰাছ কৰাৰ অভ্যাস কবি আছে তেওঁলোকক মই পৰামৰ্শ দিওঁ যে তেওঁলোকে এটা সময়ত তিনিটা দাঁতত ব্ৰাছ কৰি বৃত্তাকাৰ গতিৰে ব্ৰাছ কৰক। এই প্রক্রিয়াত সকলো দাঁত পৰিষ্কাৰ কৰিবলৈ প্রায় দুই-তিনিট সময় লাগিব লাগে।’

৩। চিকিৎসকৰ মতে, ‘বহুতে ব্ৰাছ কৰাৰ সময়তো বহুত চিন্তা কৰে। সাধাৰণতে আমি পুরা এবাৰ সাৰ পোৱাৰ পাছত আৰু এবাৰ ৰাতি শুবলৈ যোৱাৰ আগতে দাঁত ব্রাছ কৰো।’ কিন্তু ৰাতি খোৱাৰ লগে লগে আৰু শুই উঠাৰ পাছত দাঁত ব্ৰাছ কৰাৰ অভ্যাসটো আচলতে অতি বেয়া। কাৰণটো হ’ল যে খাদ্য খোৱাৰ পাছত গোটেই মুখখন এচিড আৰু বেক্টেৰিয়াৰে ভৰি থাকে। গতিকে তেনে সময়ত দাঁত ব্রাছ কৰিলে আপোনাৰ ক্ষতিহে হ’ব, আচলতে আপুনি দাঁতত এচিড আৰু বেক্টেৰিয়া ঘঁহিছে, টুথপেষ্ট নহয়।

৪। মুখৰ ভিতৰত কিছুমান কোণত ‘প্লেক’ জমা হয়। কিন্তু ব্ৰাছৰ বাবে ইমান দূৰলৈ যোৱাটো সম্ভর নহয়। দাঁতৰ আলুৰ শেষ অংশ বা দুটা দাঁতৰ মাজৰ ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ মাউথৱাছ ব্যৱহাৰ কৰিব লাগে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?
Lifestyle

November 3, 2026
লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান
Lifestyle

লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

November 2, 2026
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

November 2, 2026
ফলে জানো ওজন কমায় ?
Lifestyle

ফলে জানো ওজন কমায় ?

November 1, 2026
আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ
Lifestyle

আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

October 25, 2026
আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?
Lifestyle

আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

October 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d