হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ নিন্দা ৰাজ্যিক বিজেপিৰ

নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আক্ৰমণৰ ঘটনাক নিন্দা বিজেপিৰ।

”আমি এই আক্ৰমণক গৰিহণা দিছোঁ । আমাৰ গাত শেষ টোপাল তেজ থকা পৰ্যন্ত আমি গণতন্ত্ৰ জীয়াই ৰাখিম।’সংবাদমেলত মন্তব্য বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ ।

Exit mobile version