দিল্লীত পুনৰ বাৰ এন ডি এ চৰকাৰৰ সম্ভাৱনাতবিজেপি কৰ্মীৰ পাৰভঙা উৎসাহ

 

দিল্লীত পুনৰ বাৰ এন ডি এ চৰকাৰৰ সম্ভাৱনাত
বিজেপি কৰ্মীৰ পাৰভঙা উৎসাৰ অন্ত নাই। প্ৰ্ৰ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক প্ৰসংশা বিজেপি কৰ্মীৰ।
বিজেপীৰ মুখ্য কাৰ্যালয়ত বিজেপি কৰ্মীৰ উৎসাহ।
ঢোলে দগৰে নাছিলে বিজেপি কৰ্মীয়ে।
ইজনে আনজনক সানিলে ফাকু।
ৰঙত বুৰ গল বিজেপিৰ কাৰ্য।লয়।

Exit mobile version