পুনৰ ডিব্ৰুগড়ৰ চাহৰ বিশ্ব অভিলেখ

IMG 20190730 WA0020

মঙলবাৰে নিলাম বজাৰত প্ৰতি কিলো চাহৰ দৰ উঠিল ৫০ হাজাৰ টকা ৷ ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে এই অভিলেখ ।

নিলাম বজাৰত প্ৰতি কিলো চাহ পাতৰ দৰ উঠিল ৫০ হাজাৰ টকালৈ।

মঙলবাৰে পুৱা গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ ট্ৰি ট্ৰেডাৰ্চ লগালে এই দৰ।

ইয়াৰ পূৰ্বে বিগত বছৰত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯০০১ টকা।ইফালে পূৰ্বে চল্লিছ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডঁঞি প’ল বাগিছাৰ চাহপাত।

#ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ

Exit mobile version