Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

বিজয় নেতৃত্বাধীন দললৈ চৰ্তহীন সমর্থন আগবঢ়াইছে কংগ্ৰেছে

publisher by publisher
May 6, 2026
in Uncategorized
Reading Time: 1 min read
0
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Tamilnadu:তামিলনাডুত টিভিকেক চৰকাৰ গঠনত ৰাজ্যপালে বিধিপথালি দি থকাত ক্ষোভ প্ৰকাশ ডিএমকেৰ

TVK chief Thalapathy vijay meets Governor:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সদ্য সমাপ্ত তামিলনাডু বিধানসভা নির্বাচনত আত্মপ্রকাশ কৰিয়েই ইতিহাস ৰচনা কৰা অভিনেতা থলাপতি বিজয় নেতৃত্বাধীন তামিলাগা ভেট্রি কাড়াগাম (টিভিকে)-এ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। পৰৱৰ্তী চৰকাৰ গঠনৰ কাৰণে টিভিকেক আৰু ১০ জন বিধায়কৰ সমৰ্থনৰ প্রয়োজন আছে ৷ এনে ঘটনাক্ৰমৰ মাজতে কংগ্ৰেছে চৰ্তহীনভাৱে টিভিকেলৈ সমৰ্থন আগবঢ়াইছে ৷ একেদৰে সমৰ্থন আগবঢ়াইছে চিপিআই, চিপিআইএম, ভিচিকে ৷ কংগ্ৰেছ সহ তিনিও দলতে আছে দহজন বিধায়ক ৷ কংগ্ৰেছৰ আছে ৫ জন বিধায়ক ৷

ADVERTISEMENT

বুধবাৰে কংগ্ৰেছ সহ তিনিও দলৰ বিধায়ক সমৰ্থন লাভ কৰাৰ পিছতে চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক লোক ভৱনত সাক্ষাৎ কৰে টিভিকেৰ মুৰব্বী থালাপতি বিজয় সহ সমৰ্থন আগবঢ়োৱা দল কেইটাৰ বিধায়ক সকলে ৷ টিভিকেৰ মুৰব্বী গৰাকীয়ে ৰাজ্যপালৰ হাতত চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াই ।

আনহাতে শপতগ্ৰহণ অনুষ্ঠানৰ কাৰণে চেন্নাইস্থিত জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত পূর্ণ গতিত চলিছে প্রস্তুতি। ২০২৪ত গঠিত টিভিকেই এইবাৰ প্ৰথমবাৰৰ কাৰণে নির্বাচনী ৰণত অৱতীৰ্ণ হৈয়েই ১০৮টা সমষ্টিত চমকপ্রদ সফলতা লাভ কৰে।

উল্লেখ্য যে সদ্যসমাপ্ত তামিলনাডু বিধানসভা নির্বাচনত থলা পতি বিজয় নেতৃত্বাধীন টিভিকেই ৰাজ্যখনৰ সৰ্বমুঠ ২৩৪টা সমষ্টিৰ ভিতৰত ১০৮টা সমষ্টিত বিজয় সাব্যস্ত কৰি একক বৃহত্তম দলৰ মৰ্যাদা লাভ কৰিছে যদিও পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ দলটোক এতিয়া লাগে আৰু ১০ গৰাকী বিধায়কৰ সমর্থন। টিভিকেৰ মুৰব্বী থলাপতি বিজয়ে ইতিমধ্যে সমর্থন বিচাৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি দলটোৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক কে চি বেনুগোপালে কয় যে টিভিকেৰ স’তে মিত্রতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ তামিলনাডু প্রদেশ কংগ্ৰেছ কমিটীক পূর্ণ কর্তৃত্ব প্রদান কৰা হৈছে। কংগ্রেছ নেতা বেনুগোপালে লগতে দাবী কৰে যে সেই সন্দৰ্ভত টিভিকে নেতৃত্বৰে তামিলনাডু কংগ্ৰেছৰ প্ৰতিনিধিয়ে মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বিজয়ৰ দললৈ পূৰ্ণ সমৰ্থন আগবঢ়াই ৷ কংগ্ৰেছৰ শীর্ষ নেতাজনে লগতে কয় যে তামিলনাডুৰ জনতাই ধৰ্মনিৰপেক্ষ চৰকাৰ গঠনৰ স্বাৰ্থত টিভিকেৰ প্রতি বিপুল জনসমর্থন আগবঢ়াইছে। অর্থাৎ তামিল ৰাইজে বিজেপিক লৈ চৰকাৰ গঠন কৰাটো নিবিচাৰে। ইপিনে, কেন্দ্রীয় নেতৃত্বৰ উদ্ধৃতি দি তামিলনাডু কংগ্ৰেছৰ তত্ত্বাবধায়ক গিৰিশ শুদাংকৰে কয় যে ৰাজ্যখনৰ যুৱ শক্তি, নাৰী সমাজ আৰু সচেতন ৰাইজৰ এক বৃহৎ অংশই ধৰ্মনিৰপেক্ষ আৰু উন্নয়নশীল চৰকাৰ গঠনৰ স্বাৰ্থত টিভিকেক বিপুল সমর্থন আগবঢ়াইছে। গতিকে টিভিকেৰ নেতৃত্বত চৰকাৰ গঠনৰ স্বাৰ্থত কংগ্রেছে পূর্ণ সমর্থন দিবলৈ প্রস্তুত।

তাৎপৰ্যপূৰ্ণ যে টিভিকেৰ মুৰব্বী থলাপতি বিজয়ে ইতিমধ্যে ৰাজহ্বা কৰিছে যে বিজেপিৰ লগত টিভিকেৰ মতাদর্শগত বিৰোধিতা আছে আৰু তেনে বিৰোধিতাৰ কাৰণেই কেন্দ্ৰত ক্ষমতাত থাকিলেও বিজেপিৰে মিত্রতা সম্ভৱ নহয়। ইপিনে,বিজেপিৰ স’তে মতাদর্শগত বিৰোধিতা থকা হেতুকে এনডিএৰ অন্যতম অংশীদাৰ দল এআইএডিএমকেৰ স’তে টিভিকেৰ মিত্ৰতাৰ জল্পনা-কল্পনাও ইমানতে অন্ত পৰিল। বিপৰীতে কংগ্ৰেছৰ লগতে চিপিআই, চিপিআইএম, ভিচিকে আদি দলেও থালাপতি বিজয়ৰ টিভিকেক সমর্থন দিছে।

উল্লেখ্য যে টিভিকে প্রধান থালাপতি বিজয়ে পাৰাম্বুৰ আৰু পূব ট্রিছি- দুয়োটা সমষ্টিতে বৃহৎ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। বিপৰীতে, ডিএমকেৰ সভাপতি তথা তামিলমাডুৰ সদ্য প্রাক্তন মুখ্যমন্ত্রী এম কে ষ্টেলিনে কলাথুৰ সমষ্টিত পৰাজয় বৰণ কৰে। ১৯৯৬ৰ তামিলনাডু বিধানসভা নির্বাচনত তদানীন্তন মুখ্যমন্ত্রী জে জয়াললিতাই বাৰণ্ডৰ সমষ্টিৰ পৰা পৰাজিত হোৱাৰ পাছত ২০২৬ত এম কে ষ্টেলিন মুখ্যমন্ত্ৰীৰ পদবীত থাকি পৰাজয়বৰণ কৰা দ্বিতীয়গৰাকী নেতা। সদ্যসমাপ্ত নির্বাচনত এম কে ষ্টেলিন নেতৃত্বাধীন ডিএমকেই মাত্র ৫৯টা সমষ্টিত জয়ী হ’বলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল ‘২৬ৰ নিৰ্বাচনত থলাপতি বিজয়ৰ টিভিকেই বিগত কে’বা দশক ধৰি তামিলনাডুৰ ৰাজনীতিত প্রভুত্ব বিস্তাৰ কৰি অহা ডিএমকে আৰু এআইএডিএমকেক একপ্ৰকাৰে ধৰাশায়ী কৰি দিয়ে। তাতোকৈ লজ্জাজনক বিষয়টো হ’ল কেন্দ্রত ক্ষমতাত থকা বিজেপিয়ে সদ্যসমাপ্ত তামিলনাডু বিধানসভাৰ নিৰ্বাচনত মাত্র এটা সমষ্টিত জিকিবলৈ সক্ষম হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: meets GovernorTamilnadu new govtTVK Chief Thalapathy vijay
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
Uncategorized

Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
Uncategorized

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d