Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

কংগ্ৰেছ দলক 'অসমৰ জনসাধাৰণৰ কংগ্ৰেছ' দললৈ ৰূপান্তৰিত কৰিম

publisher by publisher
May 7, 2026
in Uncategorized
Reading Time: 1 min read
0
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

Gaurav Gogoi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিধানসভা নির্বাচনত শোচনীয় পৰাজয়ৰ পাছত কংগ্রেছক অসমৰ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ এক জনসংযোগ অভিযান কার্যসূচী চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে প্রদেশ কংগ্ৰেছে। দলৰ সভাপতি গৌৰৱ গগৈয়ে এই কথা সদৰী কৰে। সামাজিক মাধ্যমৰ জৰিয়তেএই কথা সদৰী কৰাৰ উপৰি দেশৰ বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটোৰ বিৰুদ্ধে ৰাইজৰ মাজত জনমত গঠনৰ অভিযান দলে চলাব বুলি গগৈয়ে কয়।

ADVERTISEMENT

তেওঁ কয়,অতি শীঘ্ৰে কংগ্ৰেছে ৰাজ্যজুৰি এক বৃহৎ জনসংযোগ অভিযান কার্যসূচী আৰম্ভ কৰিম। ইয়াৰ দ্বাৰা আগন্তুক দিনবোৰত কংগ্ৰেছৰ সাংগঠনিক কার্যকলাপ বৃদ্ধি কৰা হ’ব। অসমৰ ৰাইজৰ স্বাৰ্থত ভালদৰে সেৱা আগবঢ়াবৰ বাবে ৰাইজৰ পৰা দিহা-পৰামৰ্শও গ্রহণ কৰা হ’ব। এয়া কংগ্ৰেছ দলৰ বাবে নতুনকৈ আৰম্ভণি কৰাৰ সময়। আমি কংগ্ৰেছক ‘অসমৰ জনসাধাৰণৰ কংগ্ৰেছ’ দললৈ ৰূপান্তৰিত কৰিম। এতিয়াৰে পৰা কংগ্ৰেছে পূৰ্বতকৈ অধিক জনসাধাৰণৰ মাজলৈ যাব।’

গগৈয়ে লগতে কয় যে কংগ্রেছ সদায় এটা ছাতিৰ দৰে আছে। পুনৰ অসমৰ সকলো জনগণক ৰক্ষাৰ বাবে দলটোক ছাতিলৈ ৰূপান্তৰিত কৰা হ’ব। আনহাতে, কংগ্ৰেছ হ’ব অসমৰ প্ৰকৃত প্রগতিশীল বিকল্প। যিয়ে জনসাধাৰণৰ মাজৰ পৰা সমাধানৰ পথ উলিয়াই ৰাজ্যৰ সমস্যা সমাধান কৰিব। একে সময়তে যেতিয়াই চৰকাৰে ভয়-ভীতি প্ৰদৰ্শন কৰিব, কংগ্ৰেছ সদায় জনসাধাৰণৰ লগত থিয় দিব বুলিও গগৈয়ে সদৰী কৰে। আনহাতে, তেওঁ কয় যে ভাৰতবৰ্ষৰ সমগ্ৰ নির্বাচন ব্যৱস্থাটো এক সংকটত পৰিছে। নির্বাচন পৰিচালনাৰ দায়িত্বত থকা লোকসকলে এটা ৰাজনৈতিক দলৰ সুবিধাৰ বাবে নীতি নির্ধাৰণ কৰিবলৈ থকাৰ দৰে আচৰণ কৰি আছে বুলিও গগৈয়ে উল্লেখ কৰে।

তেওঁ লগতে উল্লেখ কৰে এনেদৰেও, ‘অসম হৈছে এক পৰীক্ষাগাৰ, যাক বিজেপিয়ে সমগ্ৰ ভাৰতত প্ৰসাৰিত কৰিব বিচাৰিছে। তেওঁলোকৰ কৌশল হৈছে- এক দেশ, এক দল,এজন মানুহ। আইনৰ অপব্যৱহাৰ নকৰাকৈ, কোনো প্রতিষ্ঠান দখল নকৰাকৈ অথবা নাগৰিকসকলক চাপ নিদিয়াকৈ তেওঁলোকে জয়লাভ কৰিব নোৱাৰে। আমি ইয়াৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈ আৰু জনতাৰ কণ্ঠস্বৰ হৈ থিয় দিবলৈ সদায় প্রতিশ্রুতিবদ্ধ।’ অৱশ্যে গগৈয়ে লগতে উল্লেখ কৰে যে তেওঁলোকে ভাল কামতসদায় চৰকাৰলৈ সহযোগ আৰু পৰামৰ্শ আগবঢ়াব। অসমৰ স্বাৰ্থত সমর্থনো কৰিব; কিন্তু যেতিয়াই চৰকাৰ অন্যায় আৰু দমন নীতিত নামি পৰিব, তেতিয়াই তেওঁলোকে তাৰ বিৰুদ্ধে থিয় দিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCFacebook postGaurav Gogoispecial comment
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d