যিমানেই আপুনি সাজিকাচি ধুনীয়া নহওক কিয় যদি আপোনাৰ গাৰ পৰা দুৰ্গন্ধ ওলাই তেনেহ’লে আপোনাৰ ব্যক্তিত্ব ত একেবাৰে ম্লান পৰিব |কেতিয়াবা বিভিন্ন ধৰণৰ সুগন্ধি ব্যৱহাৰ কৰিও এই সমস্যাৰ পৰা ৰক্ষা পোৱা নাযায় |কিন্তু আমি দৈনন্দিন খাদ্য তালিকাৰ কিছু সলনি কৰিলেই এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰি|
●মছলাজাতীয় খাদ্য যিমান পাৰে কমাই খাওঁক|
●পিয়াজ ,নহৰু খোৱাৰ পৰিমাণ কমাই দিয়ক |পিয়াজ আৰু নহৰু ত প্ৰচুৰ পৰিমাণে ছালফাৰ থাকে যিয়ে শৰীৰত দুৰ্গন্ধ ৰ মাত্ৰ বৃদ্ধি কৰে |
●মাত্ৰাধিক পৰিমাণে খোৱা কৃত্ৰিম মিঠায়ে ও দেহত দুৰ্গন্ধ সৃষ্টি কৰে |গতিকে অতিৰিক্ত মিঠা খোৱা টু বন্ধ কৰক |
ADVERTISEMENT