গুৱাহাটীৰ ফাঁচী বজাৰত ছেনিটাইজেচন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

♦গুৱাহাটীৰ মহানগৰীৰ ফাঁচী বজাৰত ছেনিটাইজেচন অভিযান

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছেনিটাইজেচন অভিযানত অংশগ্ৰহণ কৰে। ক’ভিড-১৯ মহামাৰীৰ প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৰ্মীসকলে আগবঢ়োৱা সেৱাৰ তেওঁ

শলাগ লয়। তেওঁ সকলোকে লকডাউনৰ নীতি-নিৰ্দেশনাবোৰ সম্পূৰ্ণৰূপে মানি চলাৰ লগতে ছেনিটাইজেচন আৰু স্বাস্থ্যসেৱাত জড়িত কৰ্মীসকলৰ প্ৰতি সন্মান আৰু সহযোগিতা আগবঢ়ালৈ আহ্বান জনাই |

Exit mobile version