Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

    বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

    Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

    উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

    Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

    প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দেশৰ ৭৫ শতাংশ কৰ’না আক্ৰান্ত ৰোগীৰ বয়স ২১ ৰ পৰা ৬০ বছৰ

publisher by publisher
April 6, 2020
in COVID-19, News
Reading Time: 1 min read
0
দেশৰ ৭৫ শতাংশ কৰ’না আক্ৰান্ত ৰোগীৰ বয়স ২১ ৰ পৰা ৬০ বছৰ

5466NO-HEALTH-CORONAVIRUS_O_

1
SHARES
8
VIEWS
ShareShareShareShare

সমগ্ৰ বিশ্ব তথা দেশৰ লগতে অসমত কৰ’না ভাইৰাছৰ ত্ৰাসৰ মাজতে পোহৰলৈ আহিছে বিশেষ তথ্য ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লব আগৰৱালাই সদৰি কৰা তথ্য অনুসৰি দেশত কৰ’না আক্ৰান্তসকলৰ ৪২ শতাংশৰে বয়স ২১ ৰ পৰা ৪০ বছৰ ৷ ক’ভিড ১৯ ত আক্ৰান্ত হোৱা ৰোগীৰ ন শতাংশৰ বয়স ০-২০ বছৰ, ৪২ শতাংশৰ বয়স ২১ ৰ পৰা ৪০ বছৰ, ৪৩ শতাংশৰ বয়স ৪১ ৰ পৰা ৬০ বছৰ আৰু ১৭ শতাংশ ৰোগীয়ে ৬০ বছৰ গৰকিছে ৷ এইদৰে মন্তব্য কৰি তেওঁ কয় যে দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰ সমাবেশৰ স’তে সম্পৰ্কিত ৰোগী দেশৰ ১৭ খন ৰাজ্যত চিনাক্ত হৈছে ।দেশজুৰি প্ৰায় ১,০২৩ ক’ভিড ১৯ ত আক্ৰান্ত দিল্লীৰ নিজামুদ্দিনৰ সমাৱেশৰ স’তে জড়িত । দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় ৩০ শতাংশ এই সমাৱেশৰ স’তে জড়িত ৷ এই মন্তব্য বিষয়াজনৰ ৷

ADVERTISEMENT

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবে সদৰী কৰা তথ্য অনুসৰি ২২ হেজাৰ তবলিগি জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক কোৱাৰেন্টাইন কৰা হৈছে ৷ ইয়াৰ বাবে বৃহৎ প্ৰক্ৰিয়া পালনৰ প্ৰয়োজন হোৱা বুলিও তেওঁ কয় । মন কৰিব লগীয়া যে প্ৰথমবাৰৰ কাৰণে কৰ’নাত আক্ৰান্ত ৰোগীৰ বয়স সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ সম্প্ৰতি দেশত ৪৩৭৫ জন লোকৰ শৰীৰ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল ৷ ইয়াৰ মৃত্যু হৈছে ১২২ আৰু সুস্থ হৈ উঠিছে ৩২৯ জন। তথ্য অনুসৰি আন দেশৰ তুলনাত ১৫ ৰ পৰা ৬০ বছৰ বয়সৰ জনসংখ্যা ভাৰতত সৰ্বাধিক ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

২০১১ ৰ লোকপিয়ল অনুসৰি ভাৰতত ০ ৰ পৰা ১৫ বয়সৰ জনসংখ্যা ২৯.৫ শতাংশ, ১৫ ৰ পৰা ৫৯ বয়সৰ জনসংখ্যা ৬২.৫ শতাংশ আৰু আঠ শতাংশ লোকৰ বয়স ৬০ বয়সতকৈ অধিক ৷ বিগত বৰ্ষৰ তথ্য অনুসৰি ইটালীৰ জনসংখ্যা এক চতুৰ্থাংশ বয়স ৬৫ বছৰ বা ততোধিক ৷চীনৰ বয়স্ক লোকৰ জনসংখ্যা ১১ শতাংশৰ অধিক ৷ তথ্য অনুসৰি বিশ্বজুৰি কৰ’না ভাইৰাছে ৫০ বছৰৰ লোকসকল সৰ্বাধিক উৎপাদনশীল ৷ তেওঁলোকে কৰ্মসংক্ৰান্তত ভ্ৰমণ কৰি ফুৰে  ৷ সেয়েহে এই তথ্যত আশ্চৰ্যৰ একো কাৰক নাই ৷ ভাৰতত ৬০ বছৰৰ অধিক বয়সৰ লোকৰ কৰ’না আক্ৰান্তত মৃত্যু হোৱা দেখা গৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS CORONAVIRUSCovid-19FIGHT AGAINST COVID-19
publisher

publisher

Related Posts

গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
News

April 25, 2026
বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
News

বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

April 25, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
News

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

April 25, 2026
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
News

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
News

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d