দেশৰ কৰ’না সংক্ৰমণৰ মূল অভিকেন্দ্ৰ হিচাপে বিবেচিত দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠান লগত কোনো সম্পৰ্ক নথকা ৰাজ্যৰ একমাত্ৰ কৰ’নাত আক্ৰান্ত মহানগৰীৰ মণিষ তিব্ৰেৱালৱে বসবাস কৰা স্পেনিছ গাৰ্ডেনত সোমবাৰে দিনৰ ভাগত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি বুজ লয়। সমগ্ৰ চৌহদৰ পৰিস্থিতি বুজ লোৱাৰ পাছত সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে মণিষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ৪৮ জন লোকৰ পৰীক্ষাত কৰ’নাৰ উপস্থিতিৰ ধৰা পৰা নাই বুলি কয়।’ তেওঁ কয়, ”স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মণিষ তিব্ৰেৱালৰ দেহত কৰ’নাৰ উপস্থিতিৰ নিশ্চিত হোৱাৰ পাছত এতিয়ালৈকে কেনেকৈ তেওঁৰ দেহত কৰ’না সংক্ৰমণ হ’ল জানিব পৰা হোৱা নাই। সেইবাবে আমি স্পেনিছ গাৰ্ডেনক গুৱাহাটীৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি দিছো।’’
স্পেনিছ গাৰ্ডেনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : স্পেনিছ গাৰ্ডেনক গুৱাহাটীৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি দিছো
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAVIRUSCovid-19FIGHT AGAINST COVID-19Spanish GardenSTAY HOME STAY SAFEZOO ROAD GUWAHATI
Related Content
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
By
publisher
April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
By
publisher
April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
By
publisher
April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
By
publisher
April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
By
publisher
April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
By
publisher
April 23, 2026