দেশজুৰি বলবৎ হৈ থকা লকডাউনৰ অচিলালৈ একাংশ অসাধু ব্যৱসায়ীয়ে খাদ্য – সামগ্ৰী দাম বৃদ্ধিৰ অভিযোগ উঠিছে | শেহতীয়াকৈ ৰাজ্যৰ যোগান বিভাগে খাদ্য সামগ্ৰীৰ দাম নিৰ্ধাৰিত কৰি দিছে | ইয়াৰ মাজতে বুধবাৰে পুৱা ৰাইজৰ অভাৱ – অভিযোগৰ চৰজমিন বুজ ল’বলৈ ঘৰুৱা সাজেৰে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত হয় দিছপুৰ চুপাৰ মাৰ্কেটৰ পাচলি বজাৰত। খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ অহা ক্ৰেতাৰ স’তে মত বিনিময় কৰি মন্ত্ৰীজনে এই মহামাৰীৰ সময়ত বিক্ৰেতাসকলক খাদ্য-সামগ্ৰীৰ প্ৰকৃত মূল্যহে ল’বৰ বাবে আহ্বান জনায়। ইয়াৰ লগতে সকলোকে সামাজিক দুৰত্ব বজাই ৰাখি কৰ’নাক পৰাস্ত কৰিবলৈ আহ্বান জনাই মন্ত্ৰীজনে।
ঘৰুৱা পোছাকতেই পুৱাই দিছপুৰ বজাৰত যোগান মন্ত্ৰী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Phani Bhusan Choudhury
Related Content
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
By
publisher
April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে'ল দুর্ঘটনা
By
publisher
April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
By
publisher
April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
By
publisher
April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম 'ডিজিটেল সংকট'ত ইৰান
By
publisher
April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ'ব জয়পুৰৰ ঐতিহাসিক 'ছুপাৰ কম্পিউটাৰ'
By
publisher
April 28, 2026