চাৰিওদিশে ক’ৰনাক লৈ আতংকময় পৰিস্থিতি । এখনৰ পাছত আন এখন দেশ গ্ৰাস কৰিছে ক’ৰনাই । ক’ৰনাৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ চৰকাৰে বাৰে বাৰে সজাগ কৰিছে জনতাক। ঠিক এই সময়তে বিশেষজ্ঞ চিকিৎসকৰ এটা দলে পোহৰলৈ আনিছে এটা বিশেষ তথ্য । ধূম্ৰপানৰ অভ্যাসে বৃদ্ধি কৰে ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভৱনা । সমগ্ৰ বিশ্বত অতি কমেও ১২হাজাৰ লোক ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে । এই মৃত্যু হোৱা লোকৰ অধিকাংশ ই পুৰুষ । ‘চাইনিজ চেণ্টাৰছ অৱ ডিজিজ কণ্ট্ৰোল’ৰ পৰিসংখ্যা বিশ্লেষণ কৰি এই তথ্য প্ৰকাশ কৰিছে বিবিচিয়ে । ৪৪ হাজাৰ ৰোগীৰ তথ্য বিশ্লেষণ কৰি পোৱা মতে ২.৮ শতাংশ পুৰুষ,১.৭ শতাংশ মহিলা আৰু শিশুৰ সংখ্যা ০.২শতাংশ । মৃতকৰ ১৫ শতাংশ ই বয়স্ক লোক । এই বিষয়ত চিকিৎসক সকলৰ দাবী বাহিৰলৈ ওলোৱা আৰু ঘনাই ধূম্ৰপান কৰাই ইয়াৰ অন্যতম কাৰণ । এই ধৰণৰ ভাইৰাছৰ আক্ৰমণত ধূম্ৰপায়ী সকলৰ মৃত্যুৰ সংখ্যাই অধিক । গতিকে ধূম্ৰপান কৰা সকলে বিৰত থাকক ধূম্ৰপান কৰাৰ পৰা ।
ধূম্ৰপায়ী সকল সাৱধান!
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026